ETV Bharat / state

জন্মস্থান পাভৈ বাগানত জ্বলিল পল্লৱৰ জুমুঠি - BISWANATH

এম জি কে ভানুৰ এটা বিস্ফোৰক অভিযোগক কেন্দ্ৰ কৰি এতিয়া জ্বলিছে বিশ্বনাথৰ চাহ বাগিচা অঞ্চল

হঠাৎ উত্তপ্ত হৈ পৰিলে বিশ্বনাথৰ পাভৈ, তেজপুৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী পল্লৱ লোচন দাসৰ জন্মস্থান বিশ্বনাথৰ চাহ বাগিচাত জ্বলিল জুমুঠি
author img

By

Published : Apr 6, 2019, 11:42 PM IST

নিউজ ডেস্ক, 6 এপ্ৰিল: তেজপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী এম জি কে ভানুৰ এটা বিস্ফোৰক অভিযোগক কেন্দ্ৰ কৰি এতিয়া জ্বলিছে বিশ্বনাথৰ চাহ বাগিচা অঞ্চল । চাহ বাগিচাৰ শ্ৰমিক সকলক লৈ পল্লৱ লোচন দাসে যি নিকৃষ্ট ৰাজনীতি কৰিছে তাৰ বাবে ক্ষোভিত হৈছে চাহ বাগিচাৰ শ্ৰমিক সকল । পল্লৱ লোচন দাসে চাহ বাগিচাৰ মালিক পক্ষৰ লগত গোপন বুজাবুজি কৰি বাগিচাৰ শ্ৰমিক সকলৰ জীৱন অন্ধকাৰৰ ফালে ঠেলি দিলে তাৰ প্ৰতিবাদত আজি বিশ্বনাথৰ মিজিকা জান চাহ বাগিচাৰ বৰপুখুৰী শাখাত শ্ৰমিক আৰু আটচা কৰ্মীৰ উত্তাল প্ৰতিবাদ দেখা পোৱা গ'ল । আটচা কৰ্মী আৰু শ্ৰমিক সকলে মন্ত্ৰী পল্লৱ লোচন দাস তথা তেজপুৰ লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী গৰাকীৰ প্ৰতিকৃতি দাহ কৰাৰ লগতে পল্লৱ লোচন গ' বেক, পল্লৱ লোচন দাস মুৰ্দাবাদ, পল্লৱ লোচন দাসৰ কাম নাই ইত্যাদি বিভিন্ন শ্ল'গান প্ৰদৰ্শন কৰে । শ্ৰমিক সকলে কয় "পল্লৱে আমাৰ শ্ৰমিক সকলৰ পেটত গোৰ মাৰিছে । শ্ৰম মন্ত্ৰী থাকোতে পল্লৱ লোচন দাসে কিয় চাহ বাগিচাৰ শ্ৰমিক সকলৰ মজুৰি বৃদ্ধি নকৰিলে । এই প্ৰশ্নৰ উত্তৰ দিয়ক?? তাৰ পিছতহে পল্লৱ লোচন দাসে দিল্লী যোৱাৰ সপোন ৰচক '' ৷

হঠাৎ উত্তপ্ত হৈ পৰিলে বিশ্বনাথৰ পাভৈ, তেজপুৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী পল্লৱ লোচন দাসৰ জন্মস্থান বিশ্বনাথৰ চাহ বাগিচাত জ্বলিল জুমুঠি

উল্লেখ্য যে, অসমতো বাগিছাৰ শ্ৰমিকৰ মজুৰি 351 টকাৰ বিপৰীতে 117 টকা হৈ থকাৰ বাবে পল্লৱ লোচন দাসক জগৰীয় কৰিছিল কংগ্ৰেছ প্ৰাৰ্থী ভানুৱে ৷

SLUG :- A_BISWANATH JUMUTHI DAH_6A_801_804_BYTE_VI_SCRPT_SRIMANTA

হঠাৎ উত্তপ্ত হৈ পৰিলে বিশ্বনাথৰ পাভৈ, তেজপুৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী পল্লৱ লোচন দাসৰ জন্মস্থান বিশ্বনাথৰ চাহ বাগিচাত  জ্বলিল জুমুঠি

V.O :- তেজপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী এম জি কে ভানুৰ এটা বিস্ফোৰক অভিযোগক কেন্দ্ৰ কৰি এতিয়া জ্বলিছে  বিশ্বনাথৰ চাহ বাগিচা অঞ্চল । চাহ বাগিচাৰ শ্ৰমিক সকলক লৈ পল্লৱ লোচন দাসে যি নিকৃষ্ট ৰাজনীতি কৰিছে তাৰ বাবেই ক্ষোভিত হৈছে চাহ বাগিচাৰ শ্ৰমিক সকল । পল্লৱ লোচন দাসে চাহ বাগিচাৰ মালিক পক্ষৰ লগত যি গোপন বুজাবুজি কৰি বাগিচাৰ শ্ৰমিক সকলৰ জীৱন অন্ধকাৰৰ ফালে ঠেলি দিলে তাৰ প্ৰতিবাদত আজি বিশ্বনাথৰ মিজিকা জান চাহ বাগিচাৰ বৰপুখুৰী শাখাত শ্ৰমিক আৰু আটচা কৰ্মীৰ উত্তাল প্ৰতিবাদ দেখা পোৱা গ'ল । আটচা কৰ্মী আৰু শ্ৰমিক সকলে মন্ত্ৰী পল্লৱ লোচন দাস তথা তেজপুৰ লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী গৰাকীৰ প্ৰতিকৃতি দাহ কৰাৰ লগতে পল্লৱ লোচন গ' বেক, পল্লৱ লোচন দাস মুৰ্দাবাদ, পল্লৱ লোচন দাসৰ কাম নাই ইত্যাদি বিভিন্ন শ্ল'গান প্ৰদৰ্শন কৰে । শ্ৰমিক সকলে কয় "পল্লৱে আমাৰ শ্ৰমিক সকলৰ পেটত গোৰ মাৰিছে । শ্ৰম মন্ত্ৰী থাকোতে পল্লৱ লোচন দাসে কিয় চাহ বাগিচাৰ শ্ৰমিক সকলৰ মজুৰি বৃদ্ধি নকৰিলে ।
 এই প্ৰশ্নৰ উত্তৰ দিয়ক??

 তাৰ পিছতহে পল্লৱ লোচন দাসে দিল্লী যোৱাৰ সপোন ৰচক । 
এই শ্ল'গান প্ৰতিবাদী ৰাইজৰ ।

Byte:১.২(আটচা কৰ্মী)

*বিশ্বনাথৰ পৰা  পৰা শ্ৰীমন্ত দাস ইটিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.