ETV Bharat / state

বিহালীত পল্লৱলোচন দাসক সম্বৰ্দ্ধনা বিজেপি কৰ্মীৰ - etv bharat assam

নৱনিৰ্বাচিত সাংসদ পল্লৱলোচন দাসক সম্বৰ্দ্ধনা জনায় বিজেপি কৰ্মীসকলে ৷ পশ্চিম বিহালীৰ বিজেপি মণ্ডলৰ উদ্যেগত পৃথক পৃথককৈ সোমবাৰে জিনজিয়াৰ ৰাজহুৱা প্ৰেক্ষাগৃহত আৰু বৰগাঙ ৰংগ মঞ্চত সম্বৰ্দ্ধনা জনায় ৷

বিহালীত পল্লৱলোচনক সম্বৰ্দ্ধনা বিজেপি কৰ্মীৰ
author img

By

Published : Jun 10, 2019, 6:30 PM IST

বিশ্বনাথ,10 জুন: বিশ্বনাথৰ বিহালীত বিজেপিৰ বিজয় উৎসৱ ৷ নৱনিৰ্বাচিত সাংসদ পল্লৱলোচন দাসক সম্বৰ্দ্ধনা জনায় বিজেপি কৰ্মীসকলে ৷ পশ্চিম বিহালীৰ বিজেপি মণ্ডলৰ উদ্যেগত পৃথক পৃথককৈ সোমবাৰে জিনজিয়া ৰাজহুৱা প্ৰেক্ষাগৃহত আৰু বৰগাঙ ৰংগ মঞ্চত সম্বৰ্দ্ধনা জনায় ৷ আনহাতে, নৱ নিৰ্বাচিত সাংসদ পল্লৱলোচন দাসে বিহালীত উপস্থিত হৈ বিহালীৰ বিভিন্ন সমস্যা সমূহ দিল্লীত সমাধানৰ বাবে উপস্থাপন কৰিম বুলি উল্লেখ কৰে ৷ সম্বৰ্দ্ধনা অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী ৰনজিৎ দত্ত সহ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি ৷

Intro:as_biswanath_behali__mp_pallbaloson_801_vis+byte_photo_scrpt_as10018

Body:as_biswanath_behali__mp_pallbaloson_801_vis+byte_photo_scrpt_as10018

Conclusion:বিশ্বনাথৰ বিহালীত বিজয় উৎসৱ বিজেপিৰ
আজি বিহালী বিজেপি মণ্ডল আৰু পশ্চিম বিহালী বিজেপি মণ্ডলৰ উদ্যোগত পৃথক পৃথককৈ আজি জিনজিয়া ৰাজহুৱা সভা প্ৰেক্ষাগৃহত আৰু বৰগাঙ ৰংঘ মঞ্চত নৱনিৰ্বাচিত সাংসদ পল্লৱলোচন দাসক সম্বৰ্ধনা জনাই বিজেপি কৰ্মী সকলে ।
ইফালে নৱ নিৰ্বাচিত সাংসদ পল্লৱলোচন দাসে বিহালীত উপস্থিত হৈ বিহালী বিভিন্ন সমস্যা সমুহ দিল্লীত সমাধান বাবে উপস্থাপন কৰিম বুলি উল্লেখ কৰে ।
আনহাতে ২০২১ পুণৰ বৰ্তমান মন্ত্ৰী ৰণজিৎ দত্তক ভোট দিবলৈ দলীয় কৰ্মী সকলক আহ্বান জনাই ।

বিশ্বনাথ পৰা শ্ৰীমন্ত দাস
ই টিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.