ETV Bharat / state

ৰাইজক লোকেল মাছ খাবলৈ আহ্বান মন্ত্ৰী ৰঞ্জিত দত্তৰ - তেজপুৰ লোকসভা সমষ্টি

সমাগত লোকসভা নিৰ্বাচনৰ লগতে আগন্তুক ৰঙালী বিহুৰ পূৰ্বেই ৰাইজক লোকেল মাছ খাবলৈ আহ্বান জনাইছে মন্ত্ৰী ৰঞ্জিত দত্তই ৷ সোমবাৰে তেজপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী পল্লৱলোচন দাসক লগত লৈ বিশ্বনাথত নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে ৷

পল্লৱলোচন দাস
author img

By

Published : Apr 2, 2019, 12:49 AM IST

বিহালী, 1 এপ্ৰিলঃ একেদিনাইবিহালীৰ প্ৰায় 17 খন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে বিজেপিৰ দুই গৰাকী নেতা পল্লৱ লোচন দাস আৰু ৰঞ্জিত দত্তই৷ উল্লেখ্য যে, 2011 চনত পল্লৱলোচনৰ হাতত পৰাজয় বৰণ কৰিছিল বৰ্তমানৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তই ৷ কিন্তু বিজেপিত যোগদান কৰাৰ পাচতেই দুয়োগৰাকী নেতাএতিয়া একে পানীৰে মাছ হৈ পৰিছে আৰু সেই মাছকে বিহুৰ আগে আগে ৰাইজক খাবলৈ আহ্বান জনায় বাকচতুৰদত্তই ৷

ৰাইজক লোকেল মাছ খাবলৈ আহ্বান মন্ত্ৰী ৰঞ্জিত দত্তৰ

আনহাতে সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত কংগ্ৰেছী প্ৰাৰ্থী ভানুৰ নিৰ্বাচনী প্ৰচাৰক লৈ কোনো চিন্তিত হোৱাৰ কাৰণ নাই বুলি উল্লেখ কৰে পল্লৱলোচন দাসে ৷ বৰঞ্চ ভানুৰ নিৰ্বাচনী প্ৰচাৰেবিজেপিক শক্তিশালী ৰূপে আত্মপ্ৰকাশ কৰাত অধিক সহায় কৰিব বুলিহে মন্তব্য কৰে পল্লৱলোচন দাসে ৷

Intro:A_Biswanath_BJP_Behali_Pallbloson Das_1A_801_808_Byte_Scrpt_Srimanta

Body:৯ নং তেজপুৰ লোকক সভা সমষ্টিৰ প্ৰাৰ্থী পল্লোচনৰ দাসৰ নিৰ্বাচনী বিহালীত

Conclusion:৯ নং তেজপুৰ লোকক সভা সমষ্টিৰ প্ৰাৰ্থী পল্লোচনৰ দাসৰ নিৰ্বাচনী বিহালীত ।
সোম বাৰে বিজেপি দলৰ প্ৰাৰ্থী পল্লোচনৰ দাসে বিহালী সমষ্টিৰ বিধায়ক তথা কেৱিনেট মন্ত্ৰী ৰণজিৎ দত্ত ক লগত লৈ সমষ্টিতো ১৭ খন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে ।সমষ্টিৰতো ১৭ খন গাওঁ পঞ্চায়তৰ বিভিন্ন স্থানত প্ৰচাৰ চলাই মন্ত্ৰী ৰণজিৎ দত্তই নিৰ্বাচনী সভাত পল্লোচনৰ দাসক নিজৰ ঘৰৰ লৰা ঘৰলৈ আহিছে আৰু মোৰ ভাইটি হয় বুলি চিনাকি কৰাই দিয়ে ।আনহাতে বিভিন্ন নিৰ্বাচনী সভাত কংগ্ৰেছ দলৰ প্ৰাৰ্থী ভানুক কঠোৰ সমালোচনা কৰি কয় ৰাইজে লোকেল মাছ খায় কোনো আন লোকেল মাছ নায় বুলি উল্লেখ কৰে ।উল্লেখযোগ্য যে বিগত ২০১১চনত বিহালী সমষ্টিৰ পৰা বৰ্তমানৰ কেৱিনেট মন্ত্ৰী ৰণজিৎ দত্তৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰি পল্লোচনৰ দাস বিহালী পৰা জয় হৈ গৈছিল ।
ইফালে পল্লোচনৰ দাসে পঞ্চায়ত সমুহৰ লগতে সোম বাৰে হঠাৎ বিহালী চাহ বাগিচাৰ শ্ৰমিক সকলক ওচৰত গৈ ভোট ভিক্ষা মাগি কয় পোন প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় দলৰ তৰফৰ পৰা আদিবাসী জনগোষ্ঠীৰ প্ৰাৰ্থী হিচাপে মোক টিকট দিছে মোক জয় কৰা আপোনাকৰ দায়িত্ব বুলিও কয় ।

বাইট - পল্লোচনৰ দাস

বিশ্বনাথ পৰা শ্ৰীমন্ত দাস ইটিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.