ETV Bharat / state

বিহালীত এম জি কে ভানুৰ প্ৰাক্ নিৰ্বাচনী প্ৰচাৰ সভা

author img

By

Published : Mar 13, 2019, 8:29 PM IST

ৰাজ্যত পতন ঘটিছে মোডীৰ বিজেপি চৰকাৰৰ বুলি মন্তব্য

বিহালীত এম জি কে ভানুৰ প্ৰাক্ নিৰ্বাচনী প্ৰচাৰ সভা

তেজপুৰ,12মাৰ্চঃ বিহালীত এম জি কে ভানুৰ প্ৰাক্ নিৰ্বাচনী প্ৰচাৰ সভা নামি পৰা পৰিলক্ষিত হৈছে৷ লোকসভা নিৰ্বাচনৰ ধুমুহা তুংগত উঠিছে ৰাজ্যত। ক্ৰমাৎ গৰম হৈ পৰিছে তেজপুৰ সংসদীয় লোকসভা সমষ্টিৰ নিৰ্বাচনী বতাহ৷

কোন হ'ব তেজপুৰ সংসদীয় সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী তাকলৈ ব্যাপক জল্পনা কল্পনা ।

বিহালীত এম জি কে ভানুৰ প্ৰাক্ নিৰ্বাচনী প্ৰচাৰ সভা

দলীয় সভাত অংশলৈ সংবাদ মাধ্যমৰ সন্মুখত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰূদ্ধে মন্তৱ্য কৰে ভানুৱে ৷ লগতে কয় যে, বিজেপি চৰকাৰে গ্ৰহন কৰিব বিচৰা ''নাগৰিকত্ব সংশোধনী বিধেয়়ক খনে অসমক লাভাম্বিত কোনো কাৰণতে নকৰে ৷ এই বিধেয়ক গৃহিত হ'লে অসমৰ সত্ৰৰ ভূমি বাংলাদেশীৰ হাতলৈ যোৱাৰ লগতে অসমৰ বিধান সভা আসন বাংলাদেশীৰ হাতলৈ যোৱাটো নিশ্চিত ৷ লগতে হিমন্ত বিশ্ব শৰ্মাকো তীক্ষ্ন সমালোচনা কৰাৰ লগতে

শাসনাধিষ্ঠ মোডী চৰকাৰ সমালোচনা কৰি ভানুয়ে কয় যে, দক্ষিণ ভাৰতৰ পৰা আৰম্ভ কৰি উত্তৰ প্ৰদেশ, হাৰিয়ানা আদি ৰাজ্যত পতন ঘটিছে মোডীৰ বিজেপি চৰকাৰৰ বুলি মন্তব্য দিয়ে।

SLUG: A_BISWANATH_BEHALI_ MGK_VANU_13M_801_807_BYTE_VISUAL_SCRPT_SRIMANTA

নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহিত হ'লে কি লাভ হ'ব বুজি নেপাই এমজিকে ভানুয়ে 

বাংলাদেশীৰ সত্ৰ মাটি দখল আৰু ১৭ বিধান সভা আসন বিজেপি  দখলত সহায় হ'ব ''কেব'' গৃহিত হ'লেঃভানু

সমাগত লোকসভা নিৰ্বাচন৷ লোকসভা নিৰ্বাচনৰ ধুমুহা তুংগত উঠিছে ৰাজ্যত ৷ 
ক্ৰমাৎ গৰম হৈ পৰিছে তেজপুৰ সংসদীয় লোকসভা সমষ্টিৰ নিৰ্বাচনী বতাহ৷ 
কোন হ'ব তেজপুৰ সংসদীয় সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী তাকলৈ ব্যাপক জল্পনা কল্পনা ৷তাৰমাজতে যেন বিহালীত এম জি কে ভানুৰ প্ৰাক্ নিৰ্বাচনী প্ৰচাৰ সভা নামি পৰা পৰিলক্ষিত হৈছে৷
ইপিনে , আজি বিহালীৰ এখন দলীয় সভাত অংশলৈ সংবাদ মাধ্যমৰ সন্মুখত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰূদ্ধে মন্তৱ্য কৰে৷ এমজিকে ভানুয়ে কয় যে, বিজেপি চৰকাৰে গ্ৰহন কৰিব বিচৰা ''নাগৰিকত্ব সংশোধনী বিধেয়়ক খনে অসমক লাভাম্বিত কোনো কাৰণতে নকৰে ৷ এই বিধেয়ক গৃহিত হ'লে অসমৰ সত্ৰৰ ভূমি বাংলাদেশীৰ হাতলৈ যোৱাৰ লগতে অসমৰ ১৭ বিধান সভা আসন বাংলাদেশীৰ হাতলৈ যোৱাটো নিশ্চিত ৷
দৰাচলতে এমজিকে ভানুয়ে এই বাক্যবানে বিজেপি দলৰ তেজপুৰৰ সাম্ভাৱ্য প্ৰাৰ্থী ড•হিমন্ত বিশ্ব শৰ্মাক মইনবড়ী সত্ৰ মাটি বেদখল কৰা বিষয়টোক সমালোচনা কৰে৷
আনহাতে, শাসনাধিষ্ঠ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী দলে ''আকৌ এবাৰ মোডী চৰকাৰ'' শ্ল'গানক সমালোচনা কৰি এমজিকে ভানুয়ে বাখ্যা আগবঢ়ায় কয় যে, দক্ষিণ ভাৰতৰ পৰা আৰম্ভ কৰি উত্তৰ প্ৰদেশ, হাৰিয়ানা আদি ৰাজ্যত পতন ঘটিছে মোডীৰ বিজেপি বুলি মন্তৱ্য কৰে ৷

বাইট- ভানু
দিলীপ বৰুৱা 

বিশ্বনাথ পৰা শ্ৰীমন্ত দাস 
ই টিভি ভাৰত অসম

বি: দ্ৰ: FTP জড়িয়তে প্ৰেৰণ কৰা হৈছে ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.