ETV Bharat / state

আধাৰশিলা স্থাপনত গুৰুত্ব বিধায়ক উৎপল বৰাৰ ! - গহপুৰ সংযোগী পথৰ আধাৰশিলা স্থাপন

বুধবাৰে গহপুৰৰ বিধায়ক উৎপল বৰাই প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত নিৰ্মাণ হ'বলগীয়া হাৱাজানৰ পৰা নিজ গহপুৰ সংযোগী পথৰ আধাৰশিলা স্থাপন কৰে ৷ লগতে পূৱ কলাবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কেইবাটাও উন্নয়নমূলক আঁচনিৰ লগতে সোণাপুৰ গাঁও পঞ্চায়তৰ নাৰেংগুৰীত আনটাইড পুঁজিৰ দ্বাৰা নিৰ্মাণ হ'বলগীয়া সমূহীয়া ভৱনটোৰ আধাৰশিলাও স্থাপন কৰে বিধায়ক গৰাকীয়ে ৷

গহপুৰ সংযোগী পথৰ আধাৰশিলা স্থাপন
গহপুৰ সংযোগী পথৰ আধাৰশিলা স্থাপন
author img

By

Published : Feb 25, 2021, 12:04 PM IST

বিশ্বনাথ,25 ফেব্ৰুৱাৰীঃ ৰাজ্যত এতিয়া আধাৰশিলা স্থাপন আৰু বিভিন্ন আঁচনি মুকলিৰ অনুষ্ঠানৰ পৰ্ব চলি থকা পৰিলক্ষিত হৈছে ৷ সকলোৰে উদ্দেশ্য এটাই- সমাগত নিৰ্বাচন ৷ বিভিন্ন ৰাজনৈতিক নেতাসকল এতিয়া ব্যস্ত হৈ পৰিছে আধাৰশিলা স্থাপন পৰ্বত ৷ বাদ পৰি ৰোৱা নাই বিধায়ক উৎপল বৰা ৷

গহপুৰ সংযোগী পথৰ আধাৰশিলা স্থাপন
গহপুৰ সংযোগী পথৰ আধাৰশিলা স্থাপন

বুধবাৰে গহপুৰ বিধায়ক উৎপল বৰাই প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত নিৰ্মাণ হ'বলগীয়া হাৱাজানৰ পৰা নিজ গহপুৰ সংযোগী পথৰ আধাৰশিলা স্থাপন কৰে । তাৰ লগতে পূৱ কলাবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কেইবাটাও উন্নয়ন মুলক আঁচনি আৰু সোণাপুৰ গাঁও পঞ্চায়তৰ নাৰেংগুৰীত আনটাইড পুঁজিৰ দ্বাৰা নিৰ্মাণ হ'বলগীয়া সমূহীয়া ভৱনটোৰ আধাৰশিলাও স্থাপন কৰে বিধায়ক গৰাকীয়ে ৷

গহপুৰ সংযোগী পথৰ আধাৰশিলা স্থাপন
গহপুৰ সংযোগী পথৰ আধাৰশিলা স্থাপন

এনেদৰেই এতিয়া প্ৰত্যেকটো ৰাজনৈতিক দলৰ নেতা-কৰ্মীক দেখা গৈছে কেৱল ৰাইজৰ মাজত ৷ এই ৰাজনৈতিক দলৰ নেতা-কৰ্মী কিমান দিনলৈকে ৰাইজৰ মাজত সক্ৰিয় হৈ থাকিব সেয়া পৰৱৰ্তী সময়তহে পৰিলক্ষিত হ’ব ৷

গহপুৰ সংযোগী পথৰ আধাৰশিলা স্থাপন
গহপুৰ সংযোগী পথৰ আধাৰশিলা স্থাপন

লগতে পঢ়কঃ মুখ্যমন্ত্ৰী হোৱাৰ সপোন পূৰণ নহয় লুৰিণৰ: ৰামেশ্বৰ তেলী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.