ETV Bharat / state

বিশ্বনাথত ভূমিহীন পৰিয়ালক ভূমি পট্টা আৰু আৱন্টন পত্ৰ বিতৰণ - বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ

অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ আৰু বিশ্বনাথ জিলা প্ৰশাসনৰ উদ্যোগত অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্য প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা বিশ্বনাথ জিলাৰ ৪৫০০ টা ভূমিহীন খিলঞ্জীয়া পৰিয়ালক ভূমি পট্টা আৰু আৱন্টন পত্ৰ বিতৰণ কৰে ।

Land patta distribute in Biswanath
বিশ্বনাথত ভূমিহীন পৰিয়ালক ভূমি পট্টা আৰু আৱন্টন পত্ৰ বিতৰণ
author img

By

Published : Jan 23, 2021, 11:02 PM IST

বিশ্বনাথ, 23 জানুৱাৰী : শনিবাৰে অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ আৰু বিশ্বনাথ জিলা প্ৰশাসনৰ উদ্যোগত অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্য প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা বিশ্বনাথ জিলাৰ ৪৫০০ টা ভূমিহীন খিলঞ্জীয়া পৰিয়ালক ভূমি পট্টা আৰু আৱন্টন পত্ৰ বিতৰণ কৰে ।

Land patta distribute in Biswanath
অনুষ্ঠানৰ দৃশ্য

খিলঞ্জীয়া লোকসকলৰ মাজত ভূমি পট্টা আৰু আৱন্টন পত্ৰ বিতৰণ শুভাৰম্ভ কৰে মন্ত্ৰী ৰঞ্জিত দত্তই । অনুষ্ঠানত উপস্থিত থাকে গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰা, বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিশ্বনাথ জিলা উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মা, ৰাজহ চক্ৰ বিষয়া বিশ্বজিত শইকীয়াকে প্ৰমুখ্যে জিলা পৰিষদৰ সভানেত্ৰী লাৱণ্য চাৰেঙীয়া ।

Land patta distribute in Biswanath
অনুষ্ঠানৰ দৃশ্য

লগতে পঢ়ক : সাতটাকৈ কৃষক সংগঠনৰ প্ৰতিবাদত উত্তাল গুৱাহাটী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.