ETV Bharat / state

অৰুণাচলৰ কোম্পানীৰ বিৰুদ্ধে নিম্নমানৰ কামৰ অভিযোগ - ETV BHARAT

অৰুণাচলৰ কোম্পানীৰ বিৰুদ্ধে নিম্নমানৰ কামৰ অভিযোগ স্থানীয় ৰাইজৰ ৷  কোম্পানীটোৱে নিৰ্মাণ কৰা সম্পূৰ্ণ পথ চোৱাৰ উচ্চ পৰ্যায়ৰ এক তদন্ত দাবী জনাইছে সচেতন ৰাইজে ।

road construction in Bihali
author img

By

Published : May 14, 2019, 11:04 PM IST

বিশ্বনাথ , 14 মে' : বিশ্বনাথ চাৰিআলি পৰা গহপুৰ লৈ প্ৰায় ৬০ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ চাৰিলেন যুক্তভাৱে নিৰ্মাণ কৰিবলৈ ২০১৬ চনতে দায়িত্ব লাভ কৰিছিল অৰুণাচলৰ টি কে ইঞ্জিনিয়াৰিং নামৰ এটা পথ নিৰ্মাণ সংস্থাই ৷ কিন্তু কোম্পানীটোৱে পথ চোৱা অতি নিম্নমান আৰু লেহেমীয়া গতিত নিৰ্মাণ কৰাৰ অভিযোগ উত্থাপিত হৈছে ।

অৰুণাচলৰ কোম্পানীৰ বিৰুদ্ধে নিম্নমানৰ কামৰ অভিযোগ

আনহাতে মঙ্গলবাৰে অহা এজাক বৰষুণৰ ফলতে বিহালী সমষ্টিৰ নাচবৰত 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ নতুনকৈ নিৰ্মাণ কৰা পথটো কিছু কিছু অংশত খহি পৰা লগতে পথ চোৱা বহু অংশত তললৈ বঢ়ি গৈ পকা পথটো ফাটি যোৱা দেখা গৈছে ৷ কোম্পানীৰটোৰ নিম্নমানৰ কামৰ ফলতে এই অৱস্থা হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ কোম্পানীয়ে নিৰ্মাণ কৰা সম্পূৰ্ণ পথ চোৱাৰ উচ্চ পৰ্যায়ৰ এক তদন্তৰ দাবী জনাইছে সচেতন ৰাইজে ।

as_bsw_tk_road_14m_vis_1_photo_scrpt_as10018

এজাক বৰষুনতেই খহি পৰিল টি কে ইঞ্জিনিয়াৰিংৰে নিৰ্মাণ কৰা পথ 

 বিশ্বনাথ চাৰিআলি পৰা গহপুৰ লৈ প্ৰায় ৬০ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ চাৰিলেন যুক্ত ভাৱে নিৰ্মাণ কৰিবলৈ ২০১৬ চনতে অৰুণাচলৰ টি কে ইঞ্জিনিয়াৰিং নামৰ এটা পথ নিৰ্মাণ সংস্থা ই লাভ কৰিছিল যদিও কোম্পানীটোৱে পথ চোৱা অতি নিম্নমান আৰু লেহেমীয়া গতিত কাম কৰা অভিযোগ উত্থাপিত হৈছে ।
ইফালে মঙ্গল বাৰে অহা এজাক বৰষুণৰ ফলত 
বিহালী সমষ্টিৰ নাচবৰত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নতুনকৈ নিৰ্মাণ কৰা পথটো কিছু কিছু অংশত  খহি পৰা লগতে পথ চোৱা বহু অংশত তললৈ বঢ়ি গৈ পকা পথটো ফাটি যোৱা দেখা গৈছে ।
 অভিযোগ উঠিছে কোম্পানীৰ টো বিৰুদ্ধে অতি নিম্নমানৰ পথ নিৰ্মাণ কৰা ফলতেই এই অৱস্থা বুলি প্ৰকাশ ।
ইফালে খহি যোৱা অংশ সমুহ মেৰামতি কৰা পৰিলক্ষিত হ'ল । 
আনহাতে এই কোম্পানীয়ে নিৰ্মাণ কৰা সম্পূৰ্ণ পথ চোৱা উচ্চ পৰ্যায়ৰ এক তদন্ত দাবী জনাইছে সচেতন ৰাইজে ।

বিশ্বনাথ পৰা শ্ৰীমন্ত দাস 
ই টিভি ভাৰত অসম 
Visual send by FTP 
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.