ETV Bharat / state

‘সুবিধা’ই সুবিধা প্ৰদান কৰিছে বিহালীক - স্বেচ্ছাসেৱী সংগঠন

বিহালীত ‘সুবিধা’ নামৰ এক ব্যতিক্ৰমী ৰূপত এক স্বেচ্ছাসেৱী সংগঠনৰ প্ৰসংশনীয় পদক্ষেপ ৷ বিহালীৰ বিভিন্ন অঞ্চলত সংস্থাটোৱে চেনিটাইজেছনৰ ব্যৱস্থা কৰিছে ৷

‘সুবিধা’ই সুবিধা প্ৰদান কৰিছে বিহালীক
‘সুবিধা’ই সুবিধা প্ৰদান কৰিছে বিহালীক
author img

By

Published : May 11, 2021, 10:17 AM IST

বিশ্বনাথ, 11 মে' : ’সুবিধা‘ই সুবিধা প্ৰদান কৰিছে বিহালীক ৷ বিহালীত এক ব্যতিক্ৰমী ৰূপত এক স্বেচ্ছাসেৱী সংগঠন ৷ বিপদাপন্ন মানৱ সভ্যতাক সুৰক্ষিত কৰাৰ স্বাৰ্থত আগুৱাই আহিছে বিহালীৰ 'সুৱিধা' নামৰ এক ব্যতিক্ৰমী স্বেচ্ছাসেৱী সংগঠন ৷

‘সুবিধা’ই সুবিধা প্ৰদান কৰিছে বিহালীক
‘সুবিধা’ই সুবিধা প্ৰদান কৰিছে বিহালীক

বিহালীৰ কেইজনমান যুৱকৰ প্ৰচেষ্টাত প্ৰাণ পাই উঠা সুবিধাই ৰাজ্যক কৰ’ণা মুক্ত কৰাৰ বাবে গ্ৰহণ কৰিছে আদৰণীয় পদক্ষেপ ৷ বিহালীৰ বিভিন্ন অঞ্চলত তেওঁলোকে চেনিটাইজেছনৰ ব্যৱস্থা কৰিছে ৷ বিহালীৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানসমূহ যেনে- সাপ্তাহিক বজাৰ, দোকান-পহাৰ ইত্যাদি চেনিটাইজ কৰাৰ ব্যৱস্থা কৰিছে সুবিধাই ৷ মানৱ সভ্যতাক চেলেঞ্জ দিয়া কৰ’ণা মহামাৰীৰ বিৰুদ্ধে এই স্বেচ্ছাসেৱী সংগঠন ‘সুবিধা’ই অহৰহভাৱে যুঁজ দিছে ৷

লগতে পঢ়ক : কাকপথাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভেকচিন ল’বলৈ ৰাইজৰ ভীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.