ETV Bharat / state

লোকসভা নিৰ্বাচনৰ বাবে তৎপৰ গহপুৰ মহকুমা প্ৰশাসন

author img

By

Published : Mar 25, 2019, 4:33 AM IST

আৰম্ভ নিৰ্বাচনী বিষয়াৰ প্ৰশিক্ষণ

LS POLLS

গহপুৰ,25 মাৰ্চ : সমাগত লোকসভা নিৰ্বাচনৰ বাবে তৎপৰ হৈ পৰিছে গহপুৰ মহকুমা প্ৰশাসন । আগন্তুক লোকসভা নিৰ্বাচন যাতে স্বচ্ছ তথা নিয়াৰিকৈ সম্পন্ন হয় তাৰ বাবে সকলো যাৱতীয় ব্যৱস্থা সম্পূৰ্ণ কৰি তুলিছে গহপুৰ মহকুমা প্ৰশাসনে ।

দেওবাৰে গহপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পুৱা 10 বজাৰ পৰা 271 গৰাকী প্ৰিজাইডিং আৰু বিয়লি ডেৰ বজাৰ পৰা 271 গৰাকী পলিং বিষয়াকদ্বিতীয় পৰ্য্যায়ৰ প্ৰশিক্ষণ প্ৰদান কৰা হয় । গহপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ( সংলগ্ন)তথা নিৰ্বাচনী প্ৰশিক্ষণ দায়িত্বপ্ৰাপ্ত বিষয়া মণীষা নাথৰ পৰিচালনাত অনুষ্ঠিত প্ৰশিক্ষণৰ বাবে নিয়োগ কৰা হয় 8 গৰাকীকৈ মাষ্টাৰ ট্ৰেইনাৰ । ইয়াৰোপৰি 78 নং গহপুৰ বিধান সভা সমষ্টিৰ মুঠ 228 টা ভোট গ্ৰহণ কেন্দ্ৰ সুচাৰুৰূপে পৰিচালনা কৰিবলৈ 8 গৰাকী জ'নেল বিষয়া আৰু 28 গৰাকী ছেক্টৰ বিষয়া নিযুক্ত কৰা হৈছে। দুটাকৈ মডেল ভোট কেন্দ্ৰ মহিলা কৰ্মচাৰী দ্বাৰা পৰিচালনা কৰাৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰা হৈছে বুলি জিলা নিৰ্বাচনী বিষয়া নৰেন্দ্ৰ কুমাৰ শ্বাহে জানিব দিছে ।

Slug_A_Biswanath_Ghopur_Election_24M_801_Photo_Scrpt_Srimanta

গহপুৰত নিৰ্বাচনী বিষয়াৰ প্ৰশিক্ষণ আৰম্ভ

  সমাগত লোকসভা নিৰ্বাচনৰ বাবে তৎপৰ হৈ পৰিছে গহপুৰ মহকুমা প্ৰশাসন । আগন্তুক লোকসভা নিৰ্বাচন যাতে স্বচ্চ তথা নিয়াৰিকৈ সম্পন্ন হয় তাৰ বাবে সকলো যাৱতীয় ব্যৱস্থা  সম্পূৰ্ণ কৰি তুলিছে গহপুৰ মহকমা প্ৰশাসনে । আজি গহপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় ত পুৱা ১০ বজাৰ পৰা ২৭১ গৰাকী প্ৰিজাইডিং আৰু বিয়লি ১-৩০ বজাৰ পৰা ২৭১ গৰাকী পলিং বিষয়াৰ দ্বিতীয়  পৰ্য্যায়ৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়।গহপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ( সংলগ্ন)তথা নিৰ্বাচনী প্ৰশিক্ষণ দায়িত্ব প্ৰাপ্ত বিষয়া মণীষা নাথৰ পৰিচালনাত অনুষ্ঠিত উক্ত প্ৰশিক্ষণত  বাবে ৮ গৰাকী মাষ্টাৰ ট্ৰেইনাৰ নিয়োগ কৰা হৈছে। ইয়াৰ উপৰি ৭৮ নং গহপুৰ বিধান সভা সমষ্টিৰ মুঠ ২২৮ তা ভোট গ্ৰহণ কেন্দ্ৰ সুচাৰো ৰূপে পৰিচালনা কৰিবৰ বাবে  ৮ গৰাকী জ'নেল বিষয়া আৰু ২৮ গৰাকী ছেক্টৰ বিষয়া নিযুক্ত কৰা হৈছে। উলেখ যে  দুটা মডেল ভোট কেন্দ্ৰ মহিলা কৰ্মচাৰী দ্বাৰা  পৰিচালনা কৰাৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰা হৈছে বুলি জিলা নিৰ্বাচনী বিষয়া নৰেন্দ্ৰ কুমাৰ শ্বাহে জানিব দিছে।

বিশ্বনাথ পৰা শ্ৰীমন্ত দাস 
ই টিভি ভাৰত অসম 

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.