বিশ্বনাথ, 21 জুলাইঃ বানত বিধ্বস্ত কৃষকৰ মনোবল ৷ উটুৱাই লৈ গ'ল পথাৰত সিঁচা সেউজী সপোনবোৰ ৷ গৰু-ছাগলী, হাহ-কুকুৰাৰ লগতেই সহবাস বানপীড়িতৰ ৷ তাৰ মাজতে ফোটোকাৰ ফেনত পৰিণত বানপীড়িত কৃষকৰ বাবে কৃষি মন্ত্ৰী অতুল বৰাই ৩৫ কোটি টকা মোকোলাই দিয়াৰ ঘোষণা ৷ কিয়নো বৰ্তমানেও কৃষি মন্ত্ৰীৰ এই জৰুৰী ঘোষণাৰ সাহায্য লাভ কৰা নাই বিশ্বনাথৰ গহপুৰ,বিহালী অঞ্চলৰ বহু কৃষকে ।
বানপানী হোৱা সময়ত কি দৰে জীৱন কটাইছিল বানপীড়িই ৷ শুনক এগৰাকী ভুক্তভোগী কৃষকৰ মুখৰ পৰাই ...
বানে উটুৱাই লৈ গ'ল কৃষকৰ সপোনবোৰ - বিশ্বনাথ
বানৰ তাণ্ডৱত বিধ্বস্ত বিশ্বনাথৰ পথাৰ ৷ সেউজীয়া ধাননি পৰিণত খেৰলৈ ৷
বিশ্বনাথ, 21 জুলাইঃ বানত বিধ্বস্ত কৃষকৰ মনোবল ৷ উটুৱাই লৈ গ'ল পথাৰত সিঁচা সেউজী সপোনবোৰ ৷ গৰু-ছাগলী, হাহ-কুকুৰাৰ লগতেই সহবাস বানপীড়িতৰ ৷ তাৰ মাজতে ফোটোকাৰ ফেনত পৰিণত বানপীড়িত কৃষকৰ বাবে কৃষি মন্ত্ৰী অতুল বৰাই ৩৫ কোটি টকা মোকোলাই দিয়াৰ ঘোষণা ৷ কিয়নো বৰ্তমানেও কৃষি মন্ত্ৰীৰ এই জৰুৰী ঘোষণাৰ সাহায্য লাভ কৰা নাই বিশ্বনাথৰ গহপুৰ,বিহালী অঞ্চলৰ বহু কৃষকে ।
বানপানী হোৱা সময়ত কি দৰে জীৱন কটাইছিল বানপীড়িই ৷ শুনক এগৰাকী ভুক্তভোগী কৃষকৰ মুখৰ পৰাই ...
বানপানী অহা সময়ত ''মৰি যাওঁ'' ''মৰি যাওঁ'' লাগিছিল গৰু ছাগলী হাহ কুকুৰা লগত সহবাস মানুহৰ ।
এই বিৰল অভিজ্ঞতা বিষয় এজন কৃষকে কি কয় জানিবলৈ চাওক আমাৰ এই প্ৰতিবেদন ।
কৃষি মন্ত্ৰী অতুল বৰাৰ সংবাদ মেল ঘোষণা ফোটোকা ফেনলৈ পৰিণত
ৰাজ্যৰ বানত আক্ৰান্ত কৃষক সকল প্ৰধান কৈ ক্ষয় ক্ষতি হ'ল ।
এফালৰ পৰা পথাৰ সেউজীয়া ধাননি এতিয়া খেৰলৈ পৰিণত ।
পানীত হাহ নচৰা অৱস্থাত কৃষকৰ ।
কিন্তু কৃষি মন্ত্ৰী য়ে সংবাদ মেল জৰিয়তে ৰাজ্য ভুক্তভোগী কৃষক সকলৰ বাবে
কৃষি আঁচনিৰ জৰিয়তে জৰুৰী ভাৱে ৩৫ কোটি টকা মুকলি কৰি দিয়াৰ কথা প্ৰকাশ কৰিছিল যদিও সেয়া ঘোষণা নে সচাকৈয়ে কৃষক সকলে লাভ কৰিছে আচনি অংশ সেয়া এতিয়া কোটি টকীয়াপ্ৰশ্ন হৈ পৰিছে ।
কাৰণ এই কৃষি মন্ত্ৰী ঘোষণা সাহাৰ্য পোৱা নাই বিশ্বনাথ জিলা গহপুৰ বিহালী অঞ্চলৰ বহু কৃষকে ।
ইফালে বানপানী হোৱা সময়ত কি দৰে জীৱন কটাইছিল তাৰ ওপৰত এজন ভুক্তভোগী কৃষকৰ পৰা জানিবলৈ আমাৰ এই সন্দৰ্ভত ই টিভি ভাৰত অসমৰ এক প্ৰতিবেদন
বিশ্বনাথ পৰা শ্ৰীমন্ত দাস
ই টিভি ভাৰত অসম