ETV Bharat / state

বিশ্বনাথৰ উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান অগ্নিকাণ্ড - বিশ্বনাথ

বিশ্বনাথ চাৰিআলি বালিপুখুৰীত অৱস্থিত উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানত অগ্নিকাণ্ড

author img

By

Published : Mar 16, 2019, 7:22 PM IST

নিউজ ডেস্ক, 16 মাৰ্চ, বিশ্বনাথ: শনিবাৰে দিনৰ প্ৰায় 1 বজাত হুৱাদুৱা লাগেবিশ্বনাথ চাৰিআলি বালিপুখুৰীত অৱস্থিতউদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানত । কংগ্ৰেছ চৰকাৰৰ দিনতেই নিৰ্মাণ কৰা প্ৰতিষ্ঠা খন আজিও আৰম্ভ নহ'ল পাঠদান ৷ প্ৰতিষ্ঠান খন চাৰিওফালে জংঘলে আবৰি ধৰিছে ৷

বিশ্বনাথৰউদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান অগ্নিকাণ্ড

আজি প্ৰতিষ্ঠান খনৰ প্ৰাংগণত থকা জংঘলত অগ্নিকাণ্ড সংঘটিত হয় । ৰাইজৰ তৎপৰতা বিশ্বনাথ চাৰিআলি অগ্নিনিৰ্বাপক বাহীনক খবৰ দিয়ে ৷ অগ্নি নিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয় ।
বৰ্তমানো অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই ।

Intro:A_BISWANATH_FIRE_VISUAL_16M_801_804

Body:বিশ্বনাথৰ
উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান অগ্নি কাণ্ড কথমপি ৰক্ষা পৰিল মহাবিদ্যালয় খন

Conclusion:শনিবাৰে দিনৰ প্ৰায় ১ মান বজাত হুৱাদুৱা লাগে হঠাৎ বিশ্বনাথ চাৰিআলি বালিপুখুৰীত অৱস্থিত থকা উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানত ।
বিগত কংগ্ৰেছৰ চৰকাৰৰ দিনতেই নিৰ্মাণ কৰা প্ৰতিষ্ঠা খন আজিও আৰম্ভ নহ'ল তাৰ বাবে এতিয়া ও প্ৰতিষ্ঠান খন চাৰিওফালে জংঘলে আবৰি আছে ।
ইফালে আজি প্ৰতিষ্ঠান খনৰ প্ৰাংগণত থকা জংঘল সমুহত অগ্নি কাণ্ড সংঘটিত হয় ।
যদিও ৰাইজৰ তৎপৰতা বিশ্বনাথ চাৰিআলি অগ্নি বাহীনক খবৰ দিয়াত ততাতৰিয়াকৈ অগ্নি বাহীনি দল উপস্থিত হে জুই নুমুৱাবলৈ সক্ষম হয় ।
বৰ্তমান লৈকে অগ্নি কাণ্ড কাৰণ জানিব পৰা নাই ।
বিশ্বনাথ পৰা শ্ৰীমন্ত দাস ই টিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.