ETV Bharat / state

বিশ্বনাথত হাতীৰ আক্ৰমণত নিহত মাউত - মৰ্মান্তিক ঘটনা

বিশ্বনাথ চাৰিআলিৰ পানীভৰাল অঞ্চলৰ অন্তৰ্গত ভাতিখোলাত এটা পোহনীয়া হাতীৰ আক্ৰমণত নিহত হয় হাতীটোৰ মাউনজন ৷ ঘটনাৰ বিৱৰণ অনুসৰি পুৱাৰে পৰা বিশ্বনাথঘাটত হাতীটোৱে আক্ৰমণত্মক ৰূপত এক আতংক পৰিবেশ সৃষ্টি কৰি আছিল ৷ শেহতীয়াকৈ মাউতজনে হাতীটোক শান্ত কৰিবলৈ চেষ্টা কৰা সময়তে হাতীটোৱে আক্ৰমণ কৰি মাউজনক নিহত কৰে বুলি জানিব পৰা গৈছে ৷

elephant attract maut at biswanath
বিশ্বনাথত হাতীৰ আক্ৰমণত নিহত মাউত
author img

By

Published : Jan 14, 2021, 4:58 PM IST

বিশ্বমাথ,14 জানুৱাৰী : ভোগালী বিহু দিনাৰ পুৱাই এক মৰ্মান্তিক ঘটনা সংঘটিত হয় বিশ্বনাথ চাৰিআলিত ৷ বিশ্বনাথ চাৰিআলিৰ পানীভৰাল অঞ্চলৰ অন্তৰ্গত ভাতিখোলাত এটা পোহনীয়া হাতীৰ আক্ৰমণত নিহত হয় হাতীটোৰ মাউনজন ৷

ঘটনাৰ বিৱৰণ অনুসৰি পুৱাৰে পৰা বিশ্বনাথঘাটত হাতীটোৱে আক্ৰমণত্মক ৰূপত এক আতংক পৰিবেশ সৃষ্টি কৰি আছিল ৷ যাৰ ফলস্বৰূপে অঞ্চলটোৰ পথৰ যাতায়ত ব্যৱস্থাও স্তব্ধ হৈ পৰিছিল বুলি জানিবলৈ দিছে স্থানীয় লোকে ৷ শেহতীয়াকৈ মাউতজনে হাতীটোক শান্ত কৰিবলৈ চেষ্টা কৰা সময়তে হাতীটোৱে আক্ৰমণ কৰি মাউজনক নিহত কৰে বুলি জানিব পৰা গৈছে ৷

ইফালে আক্ৰমণাত্মক ৰূপত থকা হাতীটোক বান্ধিলৈ চেষ্টা কৰা হৈছে যদিও বৰ্তমানে বান্ধিবলৈ সক্ষম হোৱা নাই বুলি জানিবলৈ দিছে স্থানীয় লোকে ৷ উল্লেখ্য যে, বৰ্তমানে বন বিভাগৰ লোকে হাতীটোক বান্ধিবলৈ চেষ্টা অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক:বিশ্বনাথত বন বিভাগৰ কাৰ্যালয়ত অগ্নিসংযোগ স্থানীয় ৰাইজৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.