ETV Bharat / state

বিশ্বনাথৰ এগৰাকীৰ দেহত ক’ভিড-১৯ - কভিড-১৯ পজিটিভ

বিশ্বনাথৰ কৃষি যন্ত্ৰ প্ৰশিক্ষণ আৰু পৰীক্ষণ কেন্দ্ৰত প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ অহা প্ৰায় বিশ গৰাকী প্ৰশিক্ষাৰ্থীৰ ৰেপিড এণ্টিজেন পৰীক্ষা সম্পন্ন ৷ এগৰাকী প্ৰশিক্ষাৰ্থীৰ দেহত ধৰা পৰে ক’ভিড ১৯ ৷

covid possitive in biswanath
বিশ্বনাথৰ কৃষি যন্ত্ৰ প্ৰশিক্ষণ আৰু পৰীক্ষণ কেন্দ্ৰ প্ৰশিক্ষণাৰ্থীৰ দেহত কভিড-১৯ পজিটিভ
author img

By

Published : Apr 12, 2021, 9:57 PM IST

বিশ্বনাথ,১২ এপ্ৰিল: সমগ্ৰ দেশৰ লগতে ৰাজ্যত দ্ৰুতগতিত পুনৰ বিয়পিব ধৰিছে ক’ভিড ১৯ ৰ সংক্ৰমণ । তাৰ সমান্তৰালকৈ বিশ্বনাথতো দ্ৰুতগতিত বৃদ্ধি হ’বলৈ ধৰিছে ক’ভিডত আক্ৰান্তৰ সংখ্যা । সোমবাৰে বিশ্বনাথৰ কৃষি যন্ত্ৰ প্ৰশিক্ষণ আৰু পৰীক্ষণ কেন্দ্ৰত কৃষি যান্ত্ৰিকীকৰণৰ প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ অহা প্ৰায় বিশ গৰাকী প্ৰশিক্ষাৰ্থীৰ স্বাস্থ্য বিভাগৰ তৎপৰতাত ৰেপিড এণ্টিজেন পৰীক্ষা সম্পন্ন কৰা হয় ।

তাৰ ভিতৰত তেলেংগানাৰ পৰা অহা এগৰাকী প্ৰশিক্ষাৰ্থীৰ দেহত ধৰা পৰে ক’ভিড ১৯ ৰ অৱস্থিতি ৷ বৰ্তমান প্ৰশিক্ষাৰ্থী গৰাকীৰ চিকিৎসাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে বিশ্বনাথৰ স্বাস্থ্য বিভাগে ।

লগতে পঢ়ক : শেষ আখৰাত ব্যস্ত ঔগুৰী কপহুৱা সোণৰ খাৰু জেংবিহু দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.