ETV Bharat / state

‘2021ৰ নিৰ্বাচনত কংগ্ৰেছৰ টাৰ্গেট মিছন 80’-ৰিপুণ বৰা

নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত কংগ্ৰেছে সমগ্ৰ অসমজুৰি লোৱা পদযাত্ৰাৰ অংশস্বৰূপে শুকুৰবাৰে জামুগুৰিহাটত উপস্থিত হৈ ‘কা’ মানি লোৱা নহয় বুলি ঘোষণা কৰে কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই ৷

Congress target 80 at 2021 Assam assembly election says Ripun Borah
‘2021 ৰ নিৰ্বাচনত কংগ্ৰেছৰ টাৰ্গেট মিছন 80’-ৰিপুণ বৰা
author img

By

Published : Feb 14, 2020, 10:54 PM IST

চতিয়া,14 ফেব্ৰুৱাৰীঃ 2021ৰ নিৰ্বাচনত কংগ্ৰেছৰ টাৰ্গেট ‘মিছন 80’ ৷ শুক্ৰবাৰে চতিয়া সমষ্টিৰ জামুগুৰিহাটৰ বাপুজি ভৱনত কংগ্ৰেছৰ অস্তিত্ব ৰক্ষাৰ জনজাগৰণ সভাত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই ৷ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত কংগ্ৰেছে সমগ্ৰ অসমজুৰি লোৱা পদযাত্ৰাৰ অংশস্বৰূপে শুকুৰবাৰে জামুগুৰিহাটত উপস্থিত হৈ ‘কা’ মানি লোৱা নহয় বুলি ঘোষণা কৰে কংগ্ৰেছৰ সভাপতি গৰাকীয়ে ৷ আনহাতে,জনজাগৰণ সভাৰ অন্তত জামুগুৰিহাটৰ পৰা গেৰেকীচুকলৈকে প্ৰায় 3 কিল’মিটাৰ পদযাত্ৰা কৰি প্ৰতিবাদী সমদল উলিওৱা হয় ৷

‘2021 ৰ নিৰ্বাচনত কংগ্ৰেছৰ টাৰ্গেট মিছন 80’-ৰিপুণ বৰা

লগতে পঢ়ক-বৰপেটাত বেকী নৈৰ গৰাখহনীয়া প্ৰতিৰোধৰ কামৰ শুভাৰম্ভ ৰঞ্জিৎ দাসৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.