ETV Bharat / state

এ পি এছ চিৰ কেলেংকাৰী নিমূৰ্ল কৰি দুৰ্নীতিমুক্ত কৰিলে বিজেপিয়ে: সৰ্বানন্দ সোণোৱাল - বিশ্বনাথ

৭০ বছৰত কংগ্ৰেছে দেশক আগুৱাই নিব নোৱাৰিলে কাৰণ তেওঁলোকৰ সততা নিষ্ঠাৰ অভাৱ আৰু তেওঁলোকে ব্যক্তি পুজা কৰে । কংগ্ৰেছে প্ৰচলিত শাসন ব্যৱস্থাক দুৰ্বল কৰিলে । কংগ্ৰেছৰ দিনত আন্দোলন কৰিলেহে অসমে লাভ কৰিছিল অনুদান কিন্তু মোডীৰ দিনত অসমে কোনো আন্দোলন নকৰাকৈয়ে অনুদান পাইছে ।

‘এ পি এছ চিৰ কেলেংকাৰী নাইকীয়া কৰি দুৰ্নীতি মুক্ত কৰিলে বিজেপিয়ে’: মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল
author img

By

Published : Apr 2, 2019, 10:55 PM IST

বিশ্বনাথ, 2এপ্ৰিলঃ ৯ নং লোক সভাৰ তেজপুৰ সমষ্টিৰ প্ৰাৰ্থী পল্লৱ লোচন দাসৰ হৈ প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে বিশ্বনাথৰ উত্তৰ মৰল গাৱঁত আজি উপস্থিত হ'ল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ।

বিশ্বনাথৰ মৰলগাৱঁত আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে তেজপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী পল্লব লোচন দাসৰ হৈ প্ৰচাৰ সভাত অংশ গ্ৰহণকৰি কংগ্ৰেছ দলক ক্ষুৰধাৰ সমালোচনা কৰে আৰু লগতে কয় যে ৭০ বছৰত কংগ্ৰেছে দেশক আগুৱাই নিব নোৱাৰিলে কাৰণ তেওঁলোকৰ সততা নিষ্ঠাৰ অভাৱ আৰুতেওঁলোকে ব্যক্তি পুজা কৰে । কংগ্ৰেছে প্ৰচলিত শাসন ব্যৱস্থাক দুৰ্বল কৰিলে । কংগ্ৰেছৰ দিনত আন্দোলন কৰিলেহে অসমে লাভ কৰিছিল অনুদান কিন্তু মোডীৰ দিনত অসমে কোনো আন্দোলন নকৰাকৈয়ে অনুদান পাইছে । বহু বস্তুৰ অনুমোদন দিছে । ৰাজ্য চৰকাৰৰ বয়স হৈছে মাত্ৰ ২ বছৰ দুমাহ সেই সময়ত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত যথেষ্ট উন্নয়ন হৈছে । বৰাক উপত্যকাতো সমানে গুৰুত্ব দিছে । বৰাক নদীৰ ওপৰত ৩ খন দলং হৈছে ।

‘এ পি এছ চিৰ কেলেংকাৰী নাইকীয়া কৰি দুৰ্নীতি মুক্ত কৰিলে বিজেপিয়ে’: মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল

ভাষণত মুখ্যমন্ত্ৰীয়েএ পি এছ চিৰ কেলেংকাৰী নাইকীয়া কৰি দুৰ্নীতি মুক্ত কৰিলে বিজেপিয়ে বুলি উল্লেখ কৰে । তেওঁ লগতে কয় যে মোডীৰ নেতৃত্বত আটাইতকে শক্তিশালী দেশ হিচাবে আগন্তুক দিনত প্ৰতিষ্ঠা লাভ কৰিব বুলি ভাৰতে ৷ তেওঁ আৰু কয় যে চীনে আক্ৰমন কৰাৰ কথা শোণিতপুৰীয়া ৰাইজৰ ভালদৰে মনত আছে আৰু সেই সময়ত পলায়ন কৰিছিল কংগ্ৰেছ নেতাই । মোডীৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ দিনত পুলৱামা ঘটনাৰ পিছত ভাৰতীয় সৈন্যবাহিনীয়ে পাকিস্তানৰ ভিতৰত সোমাই প্ৰত্যুত্তৰ দিছে । মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে বিজেপিৰ নীতি হৈছে সম্প্ৰীতি, সমন্নয়ন আৰু উন্নতি । পল্লৱ লোচন দাস দক্ষ আৰু কৰ্মযোগী নেতা । পল্লৱ লোচনক তেজপুৰৰ পৰা দিল্লীলৈ পঠিয়ালেহে তেজপুৰৰ মৰ্যদা অক্ষুন্ন থাকিব । সেইহে, সমূহ ৰাইজে পল্লব লোচন দাসক ভোট দান কৰি বিপুল ভোটত জয় যুক্ত কৰিবলৈ অনুৰোধ জনাই মুখ্যমন্ত্ৰী গৰাকীয়ে ।

Slug_A_Biswanath_CM_2A_801_806_Byte_visual_scrpt_Srimanta

৯ নং লোক সভাৰ তেজপুৰ সমষ্টিৰ  প্ৰাৰ্থী পল্লৱ লোচন দাসৰ হৈ প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে বিশ্বনাথৰ উত্তৰ মৰল গাৱত আজি উপস্হিত হ'ল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল।

বিশ্বনাথৰ মৰল গাৱত আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে তেজপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী পল্লব লোচন দাসৰ হৈ প্ৰচাৰ সভাত অংশ গ্ৰহন কৰি কংগ্ৰেছ দলক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে ৭০ বছৰত কংগ্ৰেছে দেশক আগুৱাই নিব নোৱাৰিলে।
 কিয়নো তেওলোকৰ সততা নিষ্ঠাৰ অভাৱ।
তেওলোকে ব্যক্তি পুজা কৰে। কংগ্ৰেছে প্ৰচলিত শাসন ব্যৱস্হাক দুৰ্বল কৰিলে। কংগ্ৰেছৰ দিনত আন্দোলন কৰিলেহে অসমে লাভ কৰিছিল অনুদান।
 কিন্তু মোডীৰ দিনত অসমে কোনো আন্দোলন নকৰাকৈয়ে অনুদান পাইছে। বহু বস্তুৰ অনুমোদন দিছে।ৰাজ্য চৰকাৰৰ বয়স হৈছে মাত্ৰ ২ বছৰ দুমাহ। সেই সময়ত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত যথেষ্ট উন্নয়ন হৈছে।বৰাক উপত্যকাতো সমানে গুৰুত্ব দিছে। বৰাক নদীৰ ওপৰত ৩ খন দলং হৈছে।

ভাষন - মুখ্যমন্ত্ৰী

এপিএছচিৰ কেলেংকাৰী নাইকীয়া কৰি দুৰ্নীতি মুক্ত কৰিলে বিজেপিয়ে।
 
ভাষণ - মুখ্যমন্ত্ৰী

ভাৰতে মোডীৰ নেতৃত্বত আটাইতকে  শক্তিশালী দেশ হিচাবে আগন্তুক দিনত প্ৰতিষ্ঠা লাভ কৰিব বুলি মুখ্য মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰাৰ লগতে কয় যে চীনে আক্ৰমন কৰাৰ কথা  শোণিতপুৰীয়া ৰাইজৰ  ভালদৰে মনত আছে।সেই সময়ত পলায়ন কৰিছিল কংগ্ৰেছ নেতাই।কিন্তু মোডীৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ দিনত পুলৱামা ঘটনাৰ পিছত ভাৰতীয় সৈন্যবাহিনীয়ে পাকিস্তানৰ ভিতৰত সোমাই প্ৰত্যুত্তৰ দিছে।

ভাষণ -  মুখ্যমন্ত্ৰী

ইফালে মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে বিজেপিৰ নীতি হৈছে সম্প্ৰিতি, সমন্নয়ন আৰু উন্নতি।পল্লৱ লোচন দাস দক্ষ আৰু কৰ্মযোগী নেতা।পল্লৱ লোচনক তেজপুৰৰ পৰা দিল্লীলৈ পঠিয়ালেহে তেজপুৰৰ মৰ্যদা অক্ষুন্ন থাকিব।সেইহে সমূহ ৰাইজে পল্লব লোচন দাসক ভোট দান কৰি বিপুল ভোটত জয় যুক্ত কৰিবলৈ অনুৰোধ জনাই।
 ভাষণ -  মুখ্যমন্ত্ৰী
 বাইট- মূখা মন্ত্ৰী 
বিশ্বনাথ পৰা শ্ৰীমন্ত দাস 
ই টিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.