ETV Bharat / state

গহপুৰ হেলেমত শিশু শ্ৰমিক পৰিষদৰ অভিযানত এটি শিশু শ্ৰমিক উদ্ধাৰ

author img

By

Published : Oct 25, 2019, 5:24 PM IST

Updated : Oct 25, 2019, 6:15 PM IST

গহপুৰ হেলেমত বিশ্বনাথ শিশু শ্ৰমিক পৰিষদৰ অভিযান । অভিযানত গহপুৰ মহকুমাৰ হেলেমৰ টকৌবাৰীত এটি শিশু শ্ৰমিক উদ্ধাৰ ৷

গহপুৰ হেলেমত এটি শিশু শ্ৰমিক উদ্ধাৰ

বিশ্বনাথ,25 অক্টোবৰঃ শুকুৰবাৰে গহপুৰৰ হেলেমত বিশ্বনাথ জিলা শিশু শ্ৰমিক কল্যাণ পৰিষদ আৰু হেলেম আৰক্ষীৰ অভিযানত হেলেমৰ টকৌবাৰীৰ গানুগাঁৱত এজন শিশু শ্ৰমিক উদ্ধাৰ কৰা হয় ৷ তথ্যনুসৰি শিশু শ্ৰমিকজনক টকৌবাৰী চেন্টাৰৰ ওম প্ৰকাশ আগৰৱালা নামৰ ব্যৱসায়ীজনৰ ব্যৱসায়িক প্ৰতিষ্ঠানত কৰ্মৰত অৱস্থাত উদ্ধাৰ কৰা হয় ৷ শিশুগৰাকী হেলেমৰ কাৰিবিল বঙালীৰ জানেক তাঁতীৰ পুত্ৰ সোবান তাঁতী বুলি জানিব পৰা গৈছে। সদ্যহতে শিশুগৰাকীক বিশ্বনাথ জিলা শিশু কল্যাণ পৰিষদৰ কাৰ্যালয়লৈ লৈ যোৱা হয় ৷ আনহাতে ব্যৱসায়গৰাকীক আটক কৰি সোধপোচ অব্যাহত ৰাখিছে হেলেম আৰক্ষীয়ে।

গহপুৰ হেলেমত এটি শিশু শ্ৰমিক উদ্ধাৰ

আৰু পঢ়ক-গড়চুক আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ দুই ATM চোৰ

Intro:as_biswanath_803_25_oct_chillboy_vis_photo_byte_scrpt_as10018Body:as_biswanath_803_25_oct_chillboy_vis_photo_byte_scrpt_as10018Conclusion:as_biswanath_803_25_oct_chillboy_vis_photo_byte_scrpt_as10018

গহপুৰ হেলেমত শিশু শ্ৰমিক পৰিষদৰ অভিযান।
অভিযানত এটি শিশু শ্ৰমিক উদ্ধাৰ

গহপুৰ মহকুমা
হেলেমৰ টকৌবাৰীত বিশ্বনাথ জিলা শিশু শ্ৰমিক কল্যাণ পৰিষদ আৰু হেলেম আৰক্ষীৰ শিশু শ্ৰমিক বিৰোদ্ধে অভিযান।
অভিযান কালত টকৌবাৰীৰ গানুগাঁৱত এজন শিশু শ্ৰমিক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
টকৌবাৰী চেন্টাৰৰ ওম প্ৰকাশ আগৰৱালা নামৰ ব্যৱসায়ী জনৰ ব্যৱসায়িক প্ৰতিষ্ঠানত কৰ্মৰত অৱস্থাত উদ্ধাৰ শিশু গৰাকী । শিশু গৰাকী হেলেমৰ কাৰিবিল বঙালীৰ জানেক তাঁতীৰ পুত্ৰ সোবান তাঁতী । শিশু গৰাকীক বিশ্বনাথ জিলা শিশু কল্যাণ পৰিষদৰ কাৰ্য্যালয়লৈ লৈ যায় আৰু ব্যৱসায় গৰাকীক আটক কৰি সোধপোচ অব্যাহত ৰাখিছে হেলেম আৰক্ষীয়ে ।

হেলেমৰ পৰা শ্ৰীমন্ত দাস
ই টিভি ভাৰত অসম
Last Updated : Oct 25, 2019, 6:15 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.