ETV Bharat / state

জিনজিয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভংগ ক'ভিড প্ৰট'কল

স্বাস্থ্য বিভাগে 18 বছৰ পৰা 44 বছৰ সকলো লোকক প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰাৰ পাচতে জিনজিয়া নতুন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত দেখা গ'ল ব্যাপক ভিৰ ৷ স্বাস্থ্য কেন্দ্ৰসমূহত কোনো ধৰনৰ ক'ভিড প্ৰট'কল মানি চলা দেখা নগ'ল ৷

জিনজিয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভংগ ক'ভিড প্ৰট'কল
জিনজিয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভংগ ক'ভিড প্ৰট'কল
author img

By

Published : May 11, 2021, 10:18 AM IST

বিশ্বনাথ, 11 মে': সমগ্ৰ ৰাজ্যতে ভয়াৱহভাৱে বৃদ্ধি পাইছে কৰ'ণা আক্ৰান্তৰ সংখ্যা ৷ ভয়াৱহ সংক্ৰমণৰ প্ৰতিলক্ষ্য ৰাখি ৰাজ্য চৰকাৰে তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ কেতবোৰ নিৰ্দেশনা প্ৰদান কৰিছে যদিও একাংশ অসচেতন লোকে ভংগ কৰিছে ৰাজ্য চৰকাৰৰ সকলো নীতি নিৰ্দেশনা ৷ আন আন ঠাইৰ লগতে বিশ্বনাথৰ জিনজিয়াত দেখা গ'ল ভয়াৱহ দৃশ্য ৷

জিনজিয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভংগ ক'ভিড প্ৰট'কল
জিনজিয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভংগ ক'ভিড প্ৰট'কল

স্বাস্থ্য বিভাগে 18 বছৰ পৰা 44 বছৰ সকলো লোকলৈ প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰাৰ পাচতে জিনজিয়া নতুন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত দেখা গ'ল ব্যাপক ভিৰ ৷ কোনোধৰণৰ ক'ভিড প্ৰট'কল দেখা নগ'ল স্বাস্থ্য কেন্দ্ৰসমূহত ৷ ইফালে, প্ৰতিষেধক গ্ৰহণৰ বাবে একাংশ লোকে ঘন্টাৰ পাচত ঘন্টা ধৰি শাৰী পাতি থাকিও নাপালে প্ৰতিষেধক ৷

লগতে পঢ়ক: ক’ভিডত স্বামীক হেৰুৱাই সমাজলৈ কাতৰ আহ্বান এগৰাকী মহিলাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.