ETV Bharat / state

চতিয়াৰ কন্যকাত মহিলা মৰ্চাৰ জিলা কাৰ্যনিবাহক সভা - চতিয়া

বিশ্বনাথ জিলাৰ বিজেপি মহিলা মৰ্চাৰ সভা, উপস্থিত থাকে বিধায়ক পদ্ম হাজৰিকা ৷

BJP Meeting at Biswanath
চতিয়াৰ কন্যকাত মহিলা মৰ্চাৰ জিলা কাৰ্যনিবাহক সভা
author img

By

Published : Oct 19, 2020, 1:14 PM IST

বিশ্বনাথ 19 অক্টোবৰ : "চৰকাৰৰ ঘৰৰ কেইটামান চাকৰিয়ে নিবনুৱা সমস্যা সমাধান কৰিব নোৱাৰে ৷ কৃষি কৰ্মৰ জৰিয়তহে নিবনুৱাৰ সমস্যা সমাধান কৰিব লাগিব৷ ৰাজ্যৰ গাখীৰ,মাছ,মাংসৰ বজাৰখন আমি প্ৰথমে দখল কৰাৰ পৰিকল্পনা লৈছো। অসমত প্ৰয়োজনীয় সকলো মাছ, মাংস গাখীৰ আমাৰ ৰাজ্যতে উৎপাদনৰ লক্ষ্য লব লাগিব"- দেওবাৰে চতিয়া সমষ্টিৰ অন্তৰ্গত জীয়া ভৰলী কন্যকা বহুমুখী কৃষি পামত বিশ্বনাথ জিলাৰ বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী লীণা শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত এখন সভাত এনেদৰে মন্তব্য আগবঢ়াই বিধায়ক পদ্ম হাজৰিকাই । সভা খনত সভানেত্ৰী লীণা শইকীয়াই আগন্তুক ২০২১নিৰ্ব্বাচনত বিশ্বনাথ জিলাৰ অন্তৰ্গত চাৰিটা সমষ্টি বিজেপিয়ে দখল কৰাৰ লগতে অসমত পুনৰ বিজেপি দলৰ চৰকাৰ হব বুলি মন্তব্য কৰে ৷

লগতে পঢ়ক :বজালীত নাৰী শক্তিক জাগ্ৰত কৰিবলৈ তৎপৰ মহিলা মৰ্চা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.