ETV Bharat / state

বিশ্বনাথত এখন গাঁৱৰ শতাধিক ৰাইজৰ নাম নাহিল এন আৰ চিত - এন আৰ চি

বুধবাৰে দেখা বিশ্বনাথৰ মাঘমাৰীত হাতে হাতে বৈধ নথি পত্ৰ লৈ উলাই আহিল এখন গাঁৱৰ ৰাইজ । শতাধিক ৰাইজে নিজৰ পৰিচয় পত্ৰ লৈ উলাই আহি কাষ চাপিল সংবাদ মাধ্যমৰ ।

বিশ্বনাথত এখন গাঁৱৰ শতাধিক ৰাইজৰ নাম নাহিল এন আৰ চিত
author img

By

Published : Sep 4, 2019, 10:59 PM IST

বিশ্বনাথ,4ছেপ্টেম্বৰঃ যোৱা ৩১ আগষ্টত প্ৰকাশ পোৱা চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী তালিকাত অন্তৰ্ভুক্ত নহ'ল এখন গাঁৱৰ শতাধিক ৰাইজৰ নাম । ভুক্তভোগী ৰাইজৰ মতে ১৯৬৪/৬৭ চনতে পূৱ পাকিস্তানৰ পৰা অহা শৰণাৰ্থী হিচাপে পৰিচয় পত্ৰ লাভ কৰিছিল লোকসকলে ৷ ভাৰত চৰকাৰৰ আহ্বান মৰ্মে পূৱ পাকিস্তানৰ পৰা ভাৰতলৈ ১৯৬৪ চনতে চৰকাৰে ভূমি প্ৰদান কৰি বসবাস কৰিবলৈ দিছিল ভাৰতত । কিন্তু ধৰ্মীয় আতিশায্যৰ সন্মুখীন হৈ সমগ্ৰ সা-সম্পত্তি আৰু নিজৰ আপোন ঘৰদুৱাৰ এৰি ভাৰতীয় হ'বলৈ অহা বিশ্বনাথৰ মাঘমাৰী গাঁওখনৰ লোকসকলৰ 90 শতাংশ নাম অন্তৰ্ভুক্ত ন'হল NRC ত ৷ ইপিনে এই লোকসকলৰ ভিতৰত কেইবাজনো সেনা জোৱান আৰু শিক্ষকৰ লগতে এজন আৰক্ষী কনিষ্টবলৰ নাম অন্তৰ্ভুক্ত হোৱা নাই এন আৰ চিত ৷

Intro:as_biswanath_803_4_seb_vis_byte_photo_scrpt_as10018Body:as_biswanath_803_4_seb_vis_byte_photo_scrpt_as10018Conclusion:এজন ব্যক্তি হাতত বৈধ নথি পত্ৰ লৈ কান্দনৰ ৰুল ক'ত কিয় কান্দিলে ব্যক্তি জনে চাও আহক ।

বুধবাৰে দেখা বিশ্বনাথৰ মাঘমাৰীত
হাতে হাতে বৈধ নথি পত্ৰ লৈ উলাই আহিল এখন গাঁৱৰ ৰাইজ ।
শতাধিক ৰাইজে নিজৰ পৰিচয় পত্ৰ লৈ উলাই আহি কাষ চাপিল সংবাদ মাধ্যমৰ ।
উল্লেখযোগ্য যে যোৱা ৩১ আগষ্ট প্ৰকাশ পোৱা চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী তালিকাত অন্তৰ্ভুক্ত নহ'ল এখন গাৱঁৰ শতাধিক ৰাইজৰ ।
ভুক্তভোগী ৰাইজৰ পৰা জানিব পৰা মতে ১৯৬৪ চনৰ পূৰ্বে ই পূৰ্ব পাকিস্তানৰ পৰা ভাৰতলৈ শৰনাথী হিচাপে পৰিচয় পত্ৰ লৈ ভাৰতলৈ আহিছিল ।
কিন্তু সম্পূৰ্ণ নথি পত্ৰ থকা পিচতো
NRC ত নাম নাহিল এই সকল হিন্দু শৰনাথী লোকৰ নাম ।

১৯৬৪/৬৭ চনতে পূৱ পাকিস্তানৰ পৰা অহা শৰণাৰ্থী হিচাপে পৰিচয় পত্ৰ লাভ কৰিছিল লোকসকলে ৷
ভাৰত চৰকাৰৰ আহ্বান মৰ্মে পূৱ পাকিস্তানৰ পৰা ভাৰতলৈ
১৯৬৪ চনতে চৰকাৰে ভুমি প্ৰদান কৰি বসবাস কৰিবলৈ দিছিল ভাৰতত ।
ধৰ্মীয় আতিশায্যৰ সন্মুখীন হৈ সমগ্ৰ সা-সম্পত্তি আৰু নিজৰ আপোন ঘৰদুৱাৰ এৰি ভাৰতীয় হ'বলৈ অহা বিশ্বনাথৰ মাঘমাৰী গাৱঁৰ খনৰ লোকসকলৰ 90 শতাংশ নাম অন্তৰ্ভুক্ত ন'হল NRC ত 
সেই সময়ৰ চৰকাৰে শৰণাৰ্থী হিচাপে প্ৰমাণ পত্ৰ আৰু নাগৰিকত্বৰ পত্ৰ প্ৰদান কৰিছিল এই লোকসকলক ৷ কিন্তু তাৰ পাচতো জিনজিয়া থানা অন্তৰ্গত বাঘমাৰী চাপৰি গাঁৱৰ প্ৰায় ৫০ টা পৰিয়ালৰ ভিতৰত দুই এটা পৰিয়ালৰ কোনো সদস্যৰ নাম আহিল ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী আহিল যদিও ৯০% লোকৰ নাম অন্তৰ্ভুক্ত নহ'ল NRCত ।
৯০% ভিতৰত কেইবাজনো সেনা জোৱান আৰু শিক্ষক লগতে এজন আৰক্ষী কনিষ্টবল ও নাম নাই বুলি প্ৰকাশ কৰে ।
ইফালে
এতিয়া ভাত পানী নোযোৱা হৈছে পেটলৈ গাৱঁখনৰ অধিকাংশ লোকৰ ।ইফালে সাংবাদিক কেমেৰা দেখি এজন ভুক্তভোগীয়ে হুৰ হুৰাই কান্দি কান্দি কল জয় মাতা আমি হিৰিং গৈ গৈ অৱস্থা নাই যোৱা ৮০ জনৰ পৰাই গৈ আছোঁ বুলি প্ৰকাশ কৰে ভুক্তভোগী ব্যক্তি জনে ।
ইফালে এতিয়াও গাৱঁৰ ৰাইজৰ বিশ্বাস গাৱঁৰ খনৰ সকলো লোকৰ নাম এই তালিকাত অন্তৰ্ভুক্ত হ'ব ।

এতিয়া প্ৰশ্ন হয় এই সকল লোকৰ নাম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী অন্তৰ্ভুক্ত হ'ব নে নহয় সন্দেহ আৱতত ।
কাৰণ বহু কৰ্মচাৰী কাণ্ড হীন ফলত প্ৰকৃত ভাৰতীয় নাম বাদ পৰিছিল কিন্তু চৰকাৰে এই সকলৰ ভুক্তভোগী নাম অন্তৰ্ভুক্ত কৰা ক্ষেত্ৰত কেনেদৰে সহায় সহযোগিতা কৰিব সেই টোহে হব লক্ষ্যণীয়

বিশ্বনাথ পৰা শ্ৰীমন্ত দাস
ই টিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.