ETV Bharat / state

বিশ্বনাথত উলহ মালহৰে দেৱী বিৰ্সজন পৰ্ব আৰম্ভ

author img

By

Published : Oct 26, 2020, 6:26 PM IST

Updated : Oct 27, 2020, 11:55 AM IST

কৰ‘ণা ভাইৰাছৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ লগতে ৰাজ্যৰ সকলো জিলাতে দুৰ্গাৰ বিৰ্সজনৰ বাবে প্ৰশাসনে যথেষ্ট সৰ্তকতা অৱলম্বন কৰা দেখা গৈছে। ইফালে বিশ্বনাথৰ বিশ্বনাথ ঘাটতো সম্পূৰ্ণ দেৱী বিৰ্সজন দিবলৈ সাজু কৰি নিৰাপত্তা কটকটীয়া কৰি তুলিছে বিশ্বনাথ জিলা প্ৰশাসনে ৷

http://10.10.50.80:6060///finalout3/assam-nle/finalout/27-October-2020/9318213_vid1.mp4
বিশ্বনাথত উলহ মালহৰে দেৱী বিৰ্সজন পৰ্ব আৰম্ভ

বিশ্বনাথ,২৬ অক্টোবৰ : ৰাজ্যজুৰি আজি পালন কৰা হৈছে বিজয়া দশমী ৷ ষষ্ঠীত বেদীত প্ৰতিষ্ঠা কৰা মা দুৰ্গাৰ প্ৰতিমাক ৰীতি-নীতিৰ মাজেৰে আজি বিসৰ্জন দিয়া হৈছে ৷ তাৰেই পৰিপ্ৰেক্ষিতত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বিশ্বনাথ ঘাটতো আয়োজন আৰম্ভ হৈছে মা দুৰ্গাৰ প্ৰতিমা বিসৰ্জন দিয়া কাৰ্যসূচী ৷

কৰ‘ণা ভাইৰাছৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ লগতে ৰাজ্যৰ সকলো জিলাতে দুৰ্গাৰ বিৰ্সজনৰ বাবে প্ৰশাসনে যথেষ্ট সৰ্তকতা অৱলম্বন কৰা দেখা গৈছে। ইফালে বিশ্বনাথৰ বিশ্বনাথ ঘাটতো সম্পূৰ্ণ দেৱী বিৰ্সজন দিবলৈ সাজু কৰি নিৰাপত্তা কটকটীয়া কৰি তুলিছে বিশ্বনাথ জিলা প্ৰশাসনে ৷ ইফালে আন বছৰৰ দৰে এইবাৰ ত কোনো উখল-মাখল পৰিৱেশ দেখা পোৱা নগ'ল বিশ্বনাথ ঘাটৰ বিসৰ্জনস্থলীত ৷

লগতে পঢ়ক: তেজপুৰৰ বিসৰ্জনস্থলীত প্ৰতীকি দুৰ্গা বিসৰ্জন

Last Updated : Oct 27, 2020, 11:55 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.