বিশ্বনাথ,2 অক্টোৱৰ : অসম চৰকাৰে 65 তম বন্যপ্ৰাণী সপ্তাহত উপলক্ষে মৰিগাঁও জিলাৰ পবিতৰাত অনুষ্ঠিত সভাত বন বিভাগৰ ৬ গৰাকী বিষয়াক ৰাজ্যিক ভিত্তিত বঁটা প্ৰদান কৰে ৷ এই অনুষ্ঠানত বিশ্বনাথ বন সংমণ্ডলৰ বন বিষয়া ৰাজু গগৈক এই সন্মান প্ৰদান কৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । যিটো সময়ত ইটোৰ পাছত সিটো গড় নিধন কৰি কাজিৰঙাত থকা গড়ৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে থিক তেনে সময়তে বিশ্বনাথৰ বন বিভাগে গড় চিকাৰীক নাকি লগোৱাত প্ৰধান ভুমিকা পালন কৰাৰ বাবে এই বঁটা প্ৰদান কৰে । এই অনুষ্ঠানটোত উপস্থিত থাকে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱাল, অসম চৰকাৰৰ বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য, ৰাজ্যিক মন্ত্ৰী নৱ দলে, স্থানীয় বিধায়ক পিজুষ হাজৰিকা আৰু বন বিভাগৰ উচ্চ পদস্থ বিষয়া সকল ।
বিশ্বনাথৰ বন বিষয়াক ৰাজ্যিক বঁটা প্ৰদান - বন বিভাগৰ ৬ গৰাকী বিষয়াক ৰাজ্যিক ভিত্তিত বঁটা প্ৰদান
পবিতৰাত অনুষ্ঠিত বন্যপ্ৰাণী সপ্তাহ উদযাপন অনুষ্ঠানত ৬ গৰাকী বন বিষয়াক ৰাজ্যিক ভিত্তিত বঁটা প্ৰদান
বিশ্বনাথ,2 অক্টোৱৰ : অসম চৰকাৰে 65 তম বন্যপ্ৰাণী সপ্তাহত উপলক্ষে মৰিগাঁও জিলাৰ পবিতৰাত অনুষ্ঠিত সভাত বন বিভাগৰ ৬ গৰাকী বিষয়াক ৰাজ্যিক ভিত্তিত বঁটা প্ৰদান কৰে ৷ এই অনুষ্ঠানত বিশ্বনাথ বন সংমণ্ডলৰ বন বিষয়া ৰাজু গগৈক এই সন্মান প্ৰদান কৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । যিটো সময়ত ইটোৰ পাছত সিটো গড় নিধন কৰি কাজিৰঙাত থকা গড়ৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে থিক তেনে সময়তে বিশ্বনাথৰ বন বিভাগে গড় চিকাৰীক নাকি লগোৱাত প্ৰধান ভুমিকা পালন কৰাৰ বাবে এই বঁটা প্ৰদান কৰে । এই অনুষ্ঠানটোত উপস্থিত থাকে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱাল, অসম চৰকাৰৰ বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য, ৰাজ্যিক মন্ত্ৰী নৱ দলে, স্থানীয় বিধায়ক পিজুষ হাজৰিকা আৰু বন বিভাগৰ উচ্চ পদস্থ বিষয়া সকল ।
অসম চৰকাৰে 65 তম বন্যপ্ৰাণী সপ্তাহত উপলক্ষে আয়োজিন কৰা এখন সভাত বন বিভাগৰ ৬ গৰাকী বিষয়াক ৰাজ্যিক ভিত্তিত বঁটা প্ৰদান কৰে ।
অসম গৌৰৱ এশিঙীয়া গঁড়ক সুৰক্ষা প্ৰদানত সক্ষম হোৱা বাবে এই বটাঁ প্ৰদান কৰা হয় বুলি জানিব পৰা গৈছে।
65 তম বন্যপ্ৰাণী সপ্তাহত, মৰিগাঁও জিলাৰ পবিতৰাত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত বিশ্বনাথ বন সংমণ্ডলৰ বন বিষয়া ৰাজু গগৈ এই সন্মান প্ৰদান কৰে অসমৰ মুখ্যমন্ত্ৰীয়ে ।
। যিটো সময়ত ইটোৰ পাছত সিটো গড় নিধন কৰি কাজিৰঙাত থকা গড়ৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে থিক তেনে সময়তে বিশ্বনাথৰ বন বিভাগে গড় চিকাৰীক নাকি লগোৱাত প্ৰধান ভুমিকা পালন কৰাৰ বাবে দুয়োজনকে বঁটা প্ৰদান কৰে ।
বটাঁ প্ৰদান অনুষ্ঠানত উপস্থিত থাকে অসমৰ মুখ্য মন্ত্ৰী সৰ্বননন্দ সোনোৱাল, অসম চৰকাৰ ৰ বন মন্ত্ৰী পৰিমল শুক্লাবদ্য, ৰাজ্যিক মন্ত্ৰী নৱ দলে, স্থানীয় বিধায়ক পিজুষ হাজৰিকা আৰু বন বিভাগৰ উচ্চ পদস্থ বিষয়া সকল।