ETV Bharat / state

বিশ্বনাথত কৃষকলৈ যোগান ধৰা টেক্টৰ ব্যৱহাৰ ভূমি খনন কাৰ্যত

author img

By

Published : Feb 24, 2019, 11:19 AM IST

গোটৰ সদস্যৰ অজ্ঞাতে সম্পাদকৰ লুন্ঠনৰাজ

গোটৰ সদস্যৰ অজ্ঞাতে সম্পাদকৰ লুন্ঠনৰাজ

বিশ্বনাথ, ২৪ ফেব্ৰুৱাৰী :বিশ্বনাথৰ বিহালীত বিজেপি কৰ্মীৰ লুন্ঠনৰাজ । চৰকাৰেকৃষকলৈ খেতিৰ বাবে যোগান ধৰা টেক্টৰ ব্যৱহাৰ অবৈধ ইটা ভাটাৰ ভূমি খনন কাৰ্যত । গোটৰ সদস্যক অন্ধকাৰত ৰাখি চৰকাৰৰ পৰা লাভ কৰা ট্ৰেক্টৰ অবৈধভাৱে ইটাৰ ভাটাত ভাড়া দি একনায়কত্ববাদ চলোৱাৰ অভিযোগ গোটৰ সম্পাদক তথা বিজেপি কৰ্মী প্ৰবোধ দাসৰ বিৰুদ্ধে । গোটৰ সভাপতি নাৰায়ন বৰ্মনৰ আকস্মিক বিয়োগৰ সুযোগ লৈ সম্পাদকগৰাকীয়ে কৃষকলৈ অহা টেক্টৰখন কৃষক ৰাইজক নিদি নিজাকৈ বিহালীৰ একাংশ ইটা ভাটাত অবৈধ কৃষি ভূমি খনন কৰাত ভাড়ালৈ দিয়াত গৰজি উঠিছে গোটৰ আন সদস্যসকল ।

গোটৰ সদস্যৰ অজ্ঞাতে সম্পাদকৰ লুন্ঠনৰাজ
ইপিনে গোটটোৰ বঞ্চিতকৃষকসকলেবহুবাৰ সম্পাদকগৰাকীক টেক্টৰখন ইটাৰ ভাটাত ব্যৱহাৰ নকৰিবলৈ আহ্বান জনাই আহিছে যদিও কোনো গোটৰ সদস্যৰ কথা নামানি অব্যাহত ৰাখিছে অবৈধ ইটাৰ ভাটাৰ ভূমি খনন কাৰ্য ।আনহাতে, গোটৰ সদস্যসকলৰ এই অভিযোগৰ পাচতে গোটৰ সম্পাদক প্ৰবোধ দাসৰ পৰা এই অভিযোগ সম্পৰ্কে সাংবাদিকে জানিবলৈ বিচাৰে যদিও কোনো মন্তব্য প্ৰকাশৰ পৰা বিৰত থাকে সম্পাদকগৰাকী ।

SLUG :-A_ BISWANATH _TEKTOR_24F_801_810_BYTE_VISUAL_SCRPT_ SRIMANTA DAS.

বিশ্বনাথত এতিয়া অসম চৰকাৰে  কৃষকলৈ খেতি কৰিবলৈ যোগান ধৰা টেক্টৰ ব্যৱহাৰ হয় অবৈধ ইটা ভাটাৰ ভূমি খননত ।

শূন্য সহনশীলতা কথা কোৱা বিজেপি চৰকাৰৰ এতিয়া বিজেপি দলৰেই একাংশ নেতা পালিনেতা লুষ্ঠন জড়িত।
মুখ্যমন্ত্ৰীৰ সমগ্র গ্ৰাম্য উন্নয়ন যোজনাৰ কৃষি বিভাগৰ জড়িয়তে অসমৰ গ্ৰাম্যাঞ্চলৰ একাংশ গোটক কৃষিৰ জড়িয়তে স্বাৱলম্বী হোৱা বাবে একোটা একোটা গোটলৈ এখনকৈ টেক্ট প্ৰদান কৰিছিল যদিও এতিয়া একাংশ গোটৰ সম্পাদকে টেক্টৰখন কৃষি ভূমিত ব্যৱহাৰ নকৰি গোটৰ সদস্য সকলক আন্ধাৰত ৰাখি অবৈধ ইটা ভাটাত এতিয়া ভাড়া দি লুণ্ঠন অব্যাহত ৰখাৰ ঘটনা পোহৰলৈ আহিছে ।

Vo_1_ এই জন হৈছে বিশ্বনাথৰ বিহালী সমষ্টিৰ এজন বিজেপি নেতা ।
এওঁ বিজেপি নেতা তথা ব্ৰহ্মপুত্ৰ চাপৰি অনুসুচীত জাতি যুটীয়া দায়বদ্ধ কৃষি গোটৰ সম্পাদক ।
এতিয়া এই বিজেপি নেতা তথা গোটৰ সম্পাদকৰ কৰ্ম কাণ্ডৰ কাহিনী শুনিলে আপোনাৰো চকু কপালত উঠিব ।
সম্পাদক প্ৰবোধ দাসৰ এক নায়কত্ববাদত গৰজি উঠিছে গোটৰ আন সদস্য সকল । গোটটোৰ আন সদস্যক আন্ধাৰত ৰাখি লুণ্ঠন চলোৱাৰ অভিযোগ উত্থাপন কৰিছে খোদ গোটটোৰ আন আন সদস্য সকলে । অভিযোগ উঠিছে, সম্পাদক প্ৰবোধ দাসৰ বিৰুদ্ধে ।

গোটৰ সভাপতি নাৰায়ন বৰ্মনৰ আকস্মিক মৃত্যুৰ সুযোগ লৈ সম্পাদক প্ৰবোধ দাসে আন দুজন গোটৰ  সদস্যক নিজৰ হাতত ৰাখি কৃষকলৈ অহা টেক্টৰ খন কৃষক ৰাইজক নিদি নিজাকৈ বিহালীৰ একাংশ ইটা ভাটাত অবৈধ কৃষি ভুমি খনন কৰাত ভাড়ালৈ দিয়াত গৰজি উঠিছে ।

উল্লেখযোগ্য,  বঞ্চিত  সদস্য সকলে  বহুবাৰ সভাপাতি প্ৰবোধ দাসক টেক্টৰ খন ইটা ভাটাত ব্যৱহাৰ নকৰিবলৈ আহ্বান জনাই আহিছে যদিও কোনো গোটৰ সদস্য সকলৰ কথা নামানি অব্যাহত ৰাখিছে অবৈধ কৃষি ভুমি খনন কাৰ্য । 

এতিয়া প্ৰশ্ন হয়, প্ৰকৃততে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী সমগ্র গ্ৰাম্য উন্নয়ন যোজনাৰ জড়িয়তে প্ৰকৃততে কৃষকক স্বাৱলম্বী কৰিবলৈ টেক্টৰ প্ৰদান কৰিছিল নে অবৈধ কৃষি ভুমি নষ্ট কৰিবলৈ দিছিল তাৰ উচিত তদন্তৰ দাবী জনাইছে গোটৰ সদস্য সকলৰ লগতে সচেতন মহলে ।

বাইট - গোটৰ সদস্য 

বিশ্বনাথ পৰা শ্ৰীমন্ত দাস 
ই টিভি ভাৰত অসম 

বি:দ্ৰ : ভিডিঅ সমুহ Mojo জড়িয়তে প্ৰেৰণ কৰা হৈছে ।
লগতে অবৈধ ইটাভাত ভিডিঅ মেইলত ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.