ETV Bharat / state

বিশ্বনাথত মূল্যবৃদ্ধি আৰু কৃষি আইন বাতিলৰ দাবীত কংগ্ৰেছৰ প্ৰতিবাদ

author img

By

Published : Jan 22, 2021, 7:58 PM IST

পেট্ৰল ডিজেল আৰু অত্যাৱশ্যকীয় সামগ্ৰী মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ ৷ চাইকেল ৰেলীৰ জৰিয়তে বিশ্বানাথত প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছে ৷

biswanath congress_protest
বিশ্বনাথত মূল্যবৃদ্ধি আৰু কৃষি আইন বাতিলৰ দাবীত কংগ্ৰেছৰ প্ৰতিবাদ

বিশ্বনাথ, ২২ জানুৱাৰী : সমগ্ৰ ৰাজ্যৰ লগতে শুকুৰবাৰে বিশ্বনাথ সমষ্টি আৰু বিহালী সমষ্টিৰ বাঘমৰা মণ্ডল আৰু বিহালী মণ্ডলৰ কংগ্ৰেছ কৰ্মীয়ে পেট্ৰল ডিজেল আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে চাইকেল ৰেলীৰ জৰিয়তে প্ৰতিবাদ সাব্যস্ত কৰে ।

বিহালী সমষ্টি ২০১৬ চনত বিধান সভাত কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা কৰা কংগ্ৰেছ নেতা ৰূপক শৰ্মা, অসম প্ৰদেশ কংগ্ৰেছ সেৱা দলৰ ৰাজ্যিক সম্পাদক প্ৰণৱ চৌধুৰী, প্ৰদেশ কংগ্ৰেছৰ সম্পাদক প্ৰেমলাল গঞ্জু, বিশ্বনাথ জিলা যুৱক কংগ্ৰেছৰ সভাপতি মনোজ গৌতমে উক্ত চাইকেল ৰেলীত অংশগ্ৰহণ কৰে ৷ প্ৰতিবাদকাৰী সকলে চাইকেল ৰেলী কৰি বিহালী কেটেলা পৰা পৰা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ চাইকেল চলাই বিভিন্ন চৰকাৰৰ বিৰোধী শ্লগান দি বৰগাং খণ্ড উন্নয়ন কাৰ্যালয় সন্মুখত উপস্থিত হয় ৷

ইফালে পুনৰ প্ৰতিবাদী কংগ্ৰেছ কৰ্মী সকল বৰগাং ছেন্টাত উপস্থিত হৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি শীঘ্ৰে অসমত হোৱা মূল্যবৃদ্ধি আৰু কৃষি আইন বাতিল দাবীত উত্তাল কৰি তুলে ।
লগতে পঢ়ক: লাঠিৰে কোবাই কোবাই হত্যা শুকুৰ আলীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.