অৰুণাচল প্ৰদেশ, 13 অক্টোবৰঃ অসমৰ চুবুৰীয়া ৰাজ্য সমূহৰ মাজত সীমাক লৈ বিভিন্ন ধৰণৰ সংঘাত হৈ থকা সময়তে শুকুৰবাৰে অৰুণাচল প্ৰদেশৰ পাপুমপাৰে জিলাৰ বালিজানৰ পৰিদৰ্শন বাংলোত অসম অৰুণাচল শান্তি কমিটি এক বৈঠক অনুস্থিত হয়। কিছুদিন পূৰ্বে অৰুণাচলৰ টেঙাবাৰীৰ জুমু ডুমা নামৰ এজন যুৱকে হেলেমৰ টেটুনবাৰীৰ কবিৰ মণ্ডল নামৰ লোকজনৰ স্কুটিখন জ্বলাই দিয়াৰ অভিযোগ তুলি অসম অৰুণাচল শান্তি কমিটিক এখন অভিযোগ দাখিল কৰে। কবিৰ মণ্ডলৰ এই অভিযোগৰ ভিত্তিতেই শান্তি কমিটিৰ বৈঠক অনুষ্ঠিত হয়। কিন্তু বৈঠকখনত উপস্থিত নাথাকে অভিযোগকাৰী কবিৰ মণ্ডল ৷ ইয়াৰোপৰি কবিৰ মণ্ডলৰ বিপক্ষে সাক্ষী দিবলৈ অহা লোকসকলে এই ঘটনা সম্পূৰ্ণ মিছা বুলি প্ৰমাণিত কৰে ।
অসম অৰুণাচল শান্তি কমিটিৰ বৈঠক - অভিযোগ দাখিল
অৰুণাচলৰ টেঙাবাৰীৰ জুমু ডুমা নামৰ এজন যুৱকে হেলেমৰ টেটুনবাৰীৰ কবিৰ মণ্ডল নামৰ লোকজনৰ স্কুটিখন জ্বলাই দিয়াৰ অভিযোগ তুলি অসম অৰুণাচল শান্তি কমিটিক এখন অভিযোগ দাখিল কৰে। কবিৰ মণ্ডলৰ এই অভিযোগৰ ভিত্তিতেই শান্তি কমিটিৰ বৈঠক অনুষ্ঠিত হয়।
অৰুণাচল প্ৰদেশ, 13 অক্টোবৰঃ অসমৰ চুবুৰীয়া ৰাজ্য সমূহৰ মাজত সীমাক লৈ বিভিন্ন ধৰণৰ সংঘাত হৈ থকা সময়তে শুকুৰবাৰে অৰুণাচল প্ৰদেশৰ পাপুমপাৰে জিলাৰ বালিজানৰ পৰিদৰ্শন বাংলোত অসম অৰুণাচল শান্তি কমিটি এক বৈঠক অনুস্থিত হয়। কিছুদিন পূৰ্বে অৰুণাচলৰ টেঙাবাৰীৰ জুমু ডুমা নামৰ এজন যুৱকে হেলেমৰ টেটুনবাৰীৰ কবিৰ মণ্ডল নামৰ লোকজনৰ স্কুটিখন জ্বলাই দিয়াৰ অভিযোগ তুলি অসম অৰুণাচল শান্তি কমিটিক এখন অভিযোগ দাখিল কৰে। কবিৰ মণ্ডলৰ এই অভিযোগৰ ভিত্তিতেই শান্তি কমিটিৰ বৈঠক অনুষ্ঠিত হয়। কিন্তু বৈঠকখনত উপস্থিত নাথাকে অভিযোগকাৰী কবিৰ মণ্ডল ৷ ইয়াৰোপৰি কবিৰ মণ্ডলৰ বিপক্ষে সাক্ষী দিবলৈ অহা লোকসকলে এই ঘটনা সম্পূৰ্ণ মিছা বুলি প্ৰমাণিত কৰে ।
Body:SLUG :- A_BISWANATH_802_12_OCT_ ASSAM - ARUNACHAL PEACE COMITTEE MEET._VIS_BYTE_AS10018
Conclusion:SLUG :- A_BISWANATH_802_12_OCT_ ASSAM - ARUNACHAL PEACE COMITTEE MEET._VIS_BYTE_AS10018
- অসমৰ চুবুৰীয়া ৰাজ্য সমূহৰ মাজত সীমাক লৈ বিভিন্ন ধৰণৰ সংঘাত হৈ থকা সময়তে শুক্ৰবাৰে অৰুণাচল প্ৰদেশৰ পাপুমপাৰে জিলাৰ বালিজানৰ পৰিদৰ্শন বাংলোত অসম অৰুণাচল শান্তি কমিটি এক বৈঠক অনুস্থিত হয়।
বৈঠকত কিছু দিন পূৰ্বে হেলেমৰ টেটুনবাৰীৰ কবিৰ মণ্ডল নামৰ যুৱক জনে অৰুণাচলৰ টেঙাবাৰীৰ জুমু ডুমা নামৰ লোকজনক তেওঁৰ (কবিৰ মণ্ডল) স্কুটি খন জ্বলাই দিয়াৰ অভিযোগ তুলি অসম অৰুণাচল শান্তি কমিটিক অভিযোগ দাখিল কৰিছিল।
কবিৰ মণ্ডলৰ এই অভিযোগৰ ভিত্তিতেই এই শান্তি কমিটিৰ বৈতক অনুষ্ঠিত হৈছিল অৰুণাচলৰ বালিজানত।
কিন্তু অভিযোগকাৰী কবিৰ মণ্ডল নিজে উপস্থিত হোৱা নাছিল বৈঠকত। লগতে কবিৰ মণ্ডলৰ সপক্ষে সাক্ষী দিবলৈ অহা লোকসকলে এইয়া সম্পূৰ্ণ ৰূপে মিছা বুলি প্ৰমাণিত কৰে ।
সেয়েহে অসম অৰুণাচল শান্তি কমিটিয়ে অৰুণাচল সীমান্তত দুৰ্বৃত্তই জ্বলাই দিয়া স্কুটিৰ অজ্ঞাত প্ৰকাশ কৰে আৰু অসম অৰুণাচলৰ সীমান্তৰ ৰাইজৰ মাজত সদায় শান্তি অটুট ৰাখিবলৈ আহ্বান জনায় শান্তি কমিটিৰ সভাপতি টানা টাডে।
আনফালে যোৱা দূৰ্গা পূজাৰ দশমীৰ দিনা অৰুণাচলৰ নাহৰলগুনত অসমৰ এজন যুৱকক নিৰ্মম ভাৱে হত্যা কৰা ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দি দুষিক কঠোৰ শাস্তিৰ দাবী তুলিছে অসম অৰুণাচল শান্তি কমিটিৰ সম্পাদক একলাখ আহমেদে।
বিশ্বনাথ পৰা শ্ৰীমন্ত দাস
ই টিভি ভাৰত অসম