ETV Bharat / state

কাজিৰঙাত দ্বিতীয় জলচৰ পক্ষী গণনা কাৰ্যসূচী - কাজিৰঙাত দ্বিতীয় জলচৰ পক্ষী গণনা কাৰ্যসূচী

১০ জানুৱাৰীৰ পুৱাৰে পৰাই বিশ্বনাথ বন সংমণ্ডলৰ মুঠ ২৮ খন আৰ্দ্ৰভূমি বা বিলত দ্বিতীয় জলচৰ পক্ষীৰ গণনা কৰা হয় ৷

দ্বিতীয় জলচৰ পক্ষী গণনা
কাজিৰঙাত দ্বিতীয় জলচৰ পক্ষী গণনা কাৰ্যসূচী
author img

By

Published : Jan 13, 2020, 11:54 PM IST

বিশ্বনাথ, 13 জানুৱাৰীঃ সোমাবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজন তথা বিশ্বনাথ বন সংমণ্ডলত সম্পন্ন হয় দ্বিতীয় জলচৰ পক্ষী গণনা কাৰ্যসূচী ৷ ১০ জানুৱাৰীৰ পুৱাৰে পৰাই বিশ্বনাথ বন সংমণ্ডলৰ মুঠ ২৮ খন আৰ্দ্ৰভূমি বা বিলত দ্বিতীয় জলচৰ পক্ষীৰ গণনা কৰা হয় ৷

দ্বিতীয় জলচৰ পক্ষী গণনা
কাজিৰঙাত দ্বিতীয় জলচৰ পক্ষী গণনা কাৰ্যসূচী

ইয়াৰে বিশ্বনাথ বন সংমণ্ডলৰ পূৱ বনাঞ্চলৰ ৬ টা, কেন্দ্ৰীয় বনাঞ্চলৰ ১৪ টা আৰু পশ্চিম বনাঞ্চলৰ ৮ টা স্থানত গণনাকাৰীয়ে জলচৰ পক্ষীৰ গণনা চলায় ৷

দ্বিতীয় জলচৰ পক্ষী গণনা
কাজিৰঙাত দ্বিতীয় জলচৰ পক্ষী গণনা কাৰ্যসূচী

এই গণনাত বন সংমণ্ডলটোত মুঠ ৬১ প্ৰজাতিৰ মুঠ ৫১৮৫ টা পক্ষী পোৱা যায় বুলি জানিব পৰা গৈছে ৷ গণনাত পোৱা পক্ষীৰ ভিতৰত ১৮৭২ টা শৰালী হাঁহ আৰু ৪৯৫ টা ধৃতৰাজ পক্ষী পোৱা যায় ৷

Intro:দ্বিতীয় জলচৰ পক্ষী গননা : বিশ্বনাথ বন সংমণ্ডলৰ ফলাফল :
Body:দ্বিতীয় জলচৰ পক্ষী গননা : বিশ্বনাথ বন সংমণ্ডলৰ ফলাফল :
Conclusion:দ্বিতীয় জলচৰ পক্ষী গননা : বিশ্বনাথ বন সংমণ্ডলৰ ফলাফল :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হৈ যোৱা দ্বিতীয় জলচৰ পক্ষী গননাত ৰাষ্ট্ৰীয় উদ্যানখনৰ কেউটা বানাঞ্চলৰ লগতে ষষ্ঠ সংযোজন তথা বিশ্বনাথ বন সংমণ্ডলতো এই গননা সম্পন্ন হয়৷ ১০ জানুৱাৰীৰ পুৱাৰে পৰাই বিশ্বনাথ বন সংমণ্ডলৰ মুঠ ২৮ খন আৰ্দ্ৰভূমি বা বিলত দ্বিতীয় জলচৰ পক্ষীৰ গননা কৰা হয়৷ ইয়াৰে বিশ্বনাথ বন সংমণ্ডলৰ পূৱ বনাঞ্চলৰ ৬ টা স্থানত, কেন্দ্ৰীয় বনাঞ্চলৰ ১৪ টা স্থানত আৰু পশ্চিম বনাঞ্চলৰ ৮ টা স্থানত গননাকাৰীয়ে জলচৰ পক্ষীৰ গননা চলায়৷ এই গননাত বন সংমণ্ডলটোত মুঠ ৬১ প্ৰজাতিৰ মুঠ ৫১৮৫ টা পক্ষী গননাত পোৱা হয়৷ গননাত পোৱা পক্ষীৰ ভিতৰত ১৮৭২ টা শৰালী হাঁহ আৰু ৪৯৫ টা ধৃতৰাজ পক্ষী পোৱা হয়৷
বিশ্বনাথ পৰা শ্ৰীমন্ত দাস
ইটিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.