ETV Bharat / state

বিশ্বনাথত 5 বছৰীয়া শিশুৰ চকুত সোমাল কেচি

author img

By

Published : May 8, 2019, 5:21 PM IST

আৰ্থিক নাটনিৰ বাবে উন্নত চিকিৎসা কৰিব পৰা নাই শিশুটিৰ পৰিয়ালে। শিশুটিৰ চিকিৎসাৰ বাবে আৰ্থিক সহায় বিচাৰি বিধায়কৰ লগতে ৰাইজলৈ অনুৰোধ পিতৃ-মাতৃৰ

5 বছৰীয়া শিশুৰ চকুত সোমাল কেচি

বিশ্বনাথ, ৮ মেঃ বিশ্বনাথৰ টকৌবাৰী গাৱঁত ৫ বছৰীয়া শিশুৰ চকুত সোমাল কেচি। খেলি থকা অৱস্থাত ঘটিল এই দুৰ্ঘটনাটি।

5 বছৰীয়া শিশুৰ চকুত সোমাল কেচি
উল্লেখযোগ্য যে, ওচৰ-চুবুৰীয়া লৰা-ছোৱালীৰ লগত শিশুটিও খেলিবলৈ গৈছিল। কিন্তু দুটি শিশুৰ মাজত কাজিয়া সৃষ্টি হোৱাত আনজন শিশুৱে এইজন শিশুৰ চকুত কেচিৰে আঘাট কৰে। ততালিকে শিশুটিক স্থানীয় লোকে বিশ্বনাথ চাৰিআলিৰ এখন ব্যক্তিগত চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা কৰে যদিও বৰ্তমানলৈ শিশুটি সুস্থ হোৱা নাই। আৰ্থিক অনাটনৰ বাবে উন্নত চিকিৎসা কৰিব পৰা নাই শিশুটোৰ পৰিয়ালটোৱে। সেয়ে শিশুটিৰ চিকিৎসাৰ বাবে বিধায়কৰ লগতে ৰাইজলৈ অৰ্থ সাহাৰ্য বিচাৰি অনুৰোধ জনাইছে পিতৃ-মাতৃয়ে।

অধিক পঢ়িবলৈ-মহানগৰীত কুঁৱাৰ ভিতৰত আৱদ্ধ শ্ৰমিক , 1জনৰ মৃত্যু

Intro:as_bsw_scesor_8m_vis1_ld_as10018

Body:বিশ্বনাথৰ গহপুৰত শিহৰণ কাৰী ঘটনা । ৫ বছৰীয়া শিশু চকুত সোমাল কেচী সুস্থ কৰিবলৈ এতিয়া আপোনাৰ সহায় প্ৰয়োজন

Conclusion:৭ মে মঙলবাৰে বিশ্বনাথত জিলা গহপুৰত টৌকবাৰী গাৱঁত এটা অঘটন সংঘটিত হয় ।
পৰিয়ালৰ ভুলৰ বাবে আজি এটি কণমানি শিশু ভৱিষ্যত অন্ধকাৰ দিশত ।
হঠাৎ টৌকবাৰী নকুল কৰ্মকাৰ বাসগৃত এক হুৱাদুৱা লাগে ।
উল্লেখযোগ্য যে ওচৰ চুবুৰীয়া লগৰ লৰা ছোৱালী লগত নকুল কৰ্মকাৰ সন্তান টিও খেল ধেমালি কৰি আছিল হঠাৎ দুটি শিশু মাজত কাজিয়া সৃষ্টি হোৱাত আন এটা শিশু য়ে এখন কেচী দি চকুত সোমোৱা ই দিয়ত নকুল নামৰ ব্যক্তি জনৰ শিশুটি আঘাত প্ৰাপ্ত হয় ।
পিচত ওচৰৰ চুবুৰীয়া লোকে বিশ্বনাথ চাৰিআলি এখন ব্যক্তিগত চিকিৎসালয় প্ৰাথমিক চিকিৎসা কৰি ঘৰলৈ আহে ।
ইফালে এতিয়া ও শিশু টি সুস্থ হোৱা নাই টকা অভাৱত শিশু টি এতিয়া ঘৰতে আছে ।
এতিয়া মাথোঁ প্ৰয়োজন আপোনাৰ সহায় ।
লগতে স্থানীয় ৰাইজে গহপুৰ বিধায়ক উৎপল বৰা সহায় সহযোগিতা কামনা কৰিছে ।
এক প্ৰতিবেদন

বিশ্বনাথ পৰা শ্ৰীমন্ত দাস
ই টিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.