ETV Bharat / state

বিশ্বনাথত ডাইনী সজাই মহিলাক হত্যাৰ চেষ্টা! - বিশ্বনাথ

মদ্যপান কৰি বেমাৰ হোৱা স্বামীৰ মৃত্যুৰ বাবে বোৱাৰীয়েকক জগৰীয়া কৰি মাৰপিট কৰাৰ লগতে প্ৰাণে মৰাৰ চেষ্টা কৰে পিয়াৰে চামাত নামৰ মহিলাগৰাকীক

বিশ্বনাথত ডাইনী সজাই মহিলাক হত্যাৰ চেষ্টা
author img

By

Published : May 17, 2019, 4:52 PM IST

বিশ্বনাথ, 17 মেঃ বিশ্বনাথৰ বাঘমাৰী চাহ বাগিছাৰ বস্তিত এগৰাকী মহিলাক ডাইনী সজাই হত্যাৰ চেষ্টা নিজ জেশাহুৱেকৰ ৷ ঘটনা অনুসৰি মদ্যপান কৰাৰ ফলত অসুস্থ হৈ মৃত্যু স্বামীৰ মৃত্যুৰ বাবে বোৱাৰীয়েকক জগৰীয়া কৰি মাৰপিট কৰাৰ লগতে দাৰে ঘপিয়াই প্ৰাণে মৰাৰ চেষ্টা কৰে পিয়াৰে চামাত নামৰ মহিলাগৰাকীয়ে ৷

বিশ্বনাথত ডাইনী সজাই মহিলাক হত্যাৰ চেষ্টা

পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বুজ লয় যদিও আৰক্ষীয়ে বিষয়টো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰে ভুক্তভোগী মহিলাগৰাকীয়ে ৷

slug_ as_bsw_daini_17m_vis_1_3_scrp_as10018

নিজৰ বৌয়েকক ডাইনী সজাই হত্যাৰ চেষ্টা বোৱাৰীয়েকৰ 

ANCHOR :-

বিশ্বনাথৰ বাঘমাৰি চাহ বাগিছাৰ বস্তিত এগৰাকী মহিলাক ডাইনী সজাই মাৰ পিট কৰিলে নিজৰেই বোৱাৰীয়েকে ৷ কেৱল মাৰ পিট কৰাই নহয় হাতত দা লৈ আক্ৰমণ কৰিবলৈ অহা মহিলা গৰাকীয়ে জ্বলাই দিলে ঘৰখনৰ কাপোৰ, কিতাব-বহী, স্কুলৰ ইউনিফৰ্ম ৷ মদ্যপান কৰি বেমাৰ হোৱা   নিজৰ স্বামীৰ মৃত্যুৰ বাবে বৌয়েকক জগৰীয়া কৰা পিয়াৰে চামাত নামৰ মহিলা গৰাকীয়ে হত্যাৰ চেষ্টা চলালে বৌয়েকক ৷ আৰক্ষীক সমগ্ৰ ঘটনাৰ খবৰ দিয়া হৈছিল যদিও আৰক্ষীয়ে বিষয়টো গুৰুত্ব নিদিয়াৰ উঠিছে অভিযোগ ৷ 

ফলত  প্ৰানৰ মমতাত ভুক্তভোগী মহিলা গৰাকীয়ে ঘৰ বাৰি এৰি আশ্ৰয় গ্ৰহন কৰিছে নিজৰ ককায়েকৰ ঘৰত ৷ আনহাতে বৰ্তমান পলাতক অৱস্থাত আছে অভিযুক্ত মহিলা গৰাকী ৷

বিশ্বনাথৰ পৰা শ্ৰীমন্ত দাস 
ই টিভি ভাৰত অসম

Visual FTP
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.