ETV Bharat / state

মহিলাৰ মৃত্যুক লৈ উত্তপ্ত বিশ্বনাথ অসামৰিক চিকিৎসালয়

author img

By

Published : May 23, 2019, 7:24 AM IST

অৱশেষত বুধবাৰে মহিলাগৰাকীৰ অৱস্থা অধিক সংকটজনক হৈ পৰাত চিকিৎসকে মহিলাগৰাকীক তেজপুৰ মেডিকেল কলেজলৈ নিবলৈ কয় যদিও ইতিমধ্যে মৃত্যু ঘটে মহিলাগৰাকীৰ ৷

মহিলাৰ মৃত্যুক লৈ উত্তপ্ত বিশ্বনাথ অসামৰিক চিকিৎসালয়

বিশ্বনাথ, 23 মেঃ মহিলাৰ মৃত্যুক লৈ বুধবাৰে উত্তপ্ত হৈ পৰিল বিশ্বনাথ অসামৰিক চিকিৎসালয় ৷ ঘটনা সন্দৰ্ভত 5 দিন পূৰ্বে পেটৰ বিষত আক্ৰান্ত হৈ চিকিৎসালয়খনত ভৰ্তি হৈছিল চিলা হাজৰিকা নামৰ এগৰাকী মহিলা ৷ কিন্তু পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি চিকিৎসালয়খনত প্ৰাথমিক চিকিৎসাও প্ৰদান কৰা হোৱা নাছিল মহিলাগৰাকীক ৷

মহিলাৰ মৃত্যুক লৈ উত্তপ্ত বিশ্বনাথ অসামৰিক চিকিৎসালয়

অৱশেষত বুধবাৰে মহিলাগৰাকীৰ অৱস্থা অধিক সংকটজনক হৈ পৰাত চিকিৎসকে মহিলাগৰাকীক তেজপুৰ মেডিকেল কলেজলৈ নিবলৈ কয় যদিও ইতিমধ্যে চিকিৎসালয়তে মৃত্যু ঘটে মহিলাগৰাকীৰ ৷

মহিলাগৰাকীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰে পৰিয়ালৰ লোকসকল লগতে চিকিৎসকক নিলম্বিত নকৰিলে মৃতদেহ চমজি নোলোৱাৰ সিদ্ধান্ত পৰিয়ালৰ লোকৰ ৷

as_bsw_civil_hospital_vis_byte_as10018

Breaking

বিশ্বনাথ অসামৰিক চিকিৎসালয়ত তীব্ৰ উত্তেজনা ৷

আজি নিশা ৯ মান বজাত বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয় উত্তেজিত হৈ পৰে ।
চিকিৎসালয় চিকিৎসাধীন অৱস্থাত থকা 
 এগৰাকী মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি চিকিৎসালয় চৌহদত এক 
উত্তপ্ত হৈ পৰে ।
জানিব পৰা মতে  পেটৰ বিষত আক্ৰান্ত হোৱা চিলা হাজৰিকা  নামৰ  মহিলা গৰাকীক  ৫ দিন আগতেই  ভৰ্তি কৰা হৈছিল চিকিৎসালয়ত ৷ 

৫ দিন ধৰি  চিকিৎসকে চিকিৎসা প্ৰদান নকৰাৰ উঠিছে অভিযোগ পৰিয়ালৰ ।
কিন্তু ৫ দিন চিকিৎসালয় বিচনাত পেলাই চিকিৎসা সেৱা নকৰি অন্তিম সময়ত 
 বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয় চিকিৎসকে  তেজপুৰ মেডিকেল কলেজলৈ  দিছিল ৰেফাৰ ৷

 ঘটনাস্থলীত আৰক্ষী আৰু জিলা প্ৰশাসনৰ লোক উপস্থিত ৷ চিকিৎসকক নিলম্বিত নকৰিলে মৃতদেহ চমজি নোলোৱাৰ সিদ্ধান্ত পৰিয়ালৰ ৷

বিশ্বনাথ পৰা শ্ৰীমন্ত দাস 
ই টিভি ভাৰত অসম

ভিডিঅ FTP 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.