- বিশ্বনাথত আৰক্ষীৰ সফল অভিযান
- আৰক্ষীৰ অভিযানত এটা থ্ৰী নট থ্ৰী ৰাইফলৰ লগতে ১৯ জাঁই সজীৱ গুলীসহ এটা ৰাবাৰবৰ্ড আৰু এটা চাইলেন্সাৰ উদ্ধাৰ
- পুণিৰাম দাস নামৰ চোৰাং চিকাৰীটোৰ বাসগৃহৰ পৰা সামগ্ৰী সমূহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে
- এই পৰ্যন্ত বিশ্বনাথত অব্যাহত আছে চোৰাং চিকাৰী বিৰোধী অভিযান
- বিশ্বনাথ জিলা আৰক্ষী ডি,এচ ,পি মুজাফ্ফৰ হুছেইনৰ নেতৃত্বত যোৱা এটি আৰক্ষী দলৰ লগতে বিহালী আৰক্ষী বিষয়া কুমুদ দাসৰ সহযোগত এই অভিযান
বিশ্বনাথ জিলা আৰক্ষীৰ সফল অভিযান - etv bharat assam
বিশ্বনাথ জিলা আৰক্ষীৰ গোপন সূত্ৰৰ ভিত্তিত এই সফল অভিযান
বিশ্বনাথ জিলা আৰক্ষীৰ সফল অভিযান
- বিশ্বনাথত আৰক্ষীৰ সফল অভিযান
- আৰক্ষীৰ অভিযানত এটা থ্ৰী নট থ্ৰী ৰাইফলৰ লগতে ১৯ জাঁই সজীৱ গুলীসহ এটা ৰাবাৰবৰ্ড আৰু এটা চাইলেন্সাৰ উদ্ধাৰ
- পুণিৰাম দাস নামৰ চোৰাং চিকাৰীটোৰ বাসগৃহৰ পৰা সামগ্ৰী সমূহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে
- এই পৰ্যন্ত বিশ্বনাথত অব্যাহত আছে চোৰাং চিকাৰী বিৰোধী অভিযান
- বিশ্বনাথ জিলা আৰক্ষী ডি,এচ ,পি মুজাফ্ফৰ হুছেইনৰ নেতৃত্বত যোৱা এটি আৰক্ষী দলৰ লগতে বিহালী আৰক্ষী বিষয়া কুমুদ দাসৰ সহযোগত এই অভিযান
Intro:as_biswanath_Breaking_801_silencer and one_rubber_boat_recovered_as10018Body:as_biswanath_Breaking_801_silencer and one_rubber_boat_recovered_as10018Conclusion:Breaking Biswanath
বিশ্বনাথ জিলা আৰক্ষী সফল অভিযান এটা থিন, থি ৰাইফল ১৯জাই সজীৱ গুলীসহ চাইলেন্সাৰ, ৰাবা বৰ্ড উদ্ধাৰ ।
বিশ্বনাথ অব্যাহত আছে চোৰাং চিকাৰী অভিযান ।
কেইটামান পূৰ্বে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ তথা অনুসন্ধান বন সংমণ্ডলৰ আৰু বিশ্বনাথ জিলা আৰক্ষী যুটীয়া অভিযানত
বিহালী আৰু বিশ্বনাথ ঘাটৰ পৰা ৫ টাকৈ কুখ্যাত
চোৰাং চিকাৰীক আটক কৰিবলৈ সক্ষম হৈছিল ।
আটকাধীন
চোৰাং চিকাৰী দলটোৰ ভিতৰত বিহালী পুণিৰাম দাস নামৰ চোৰাং চিকাৰী অন্যতম আছিল ।
উক্ত চোৰাং চিকাৰীটোক
গ্ৰেপ্তাৰ কৰি আৰক্ষী আৰু বন বিভাগে সোধ -পোছ অব্যাহত ৰাখিছিল ।
অৱশেষত
আজি
বিশ্বনাথ জিলা আৰক্ষীয়ে এক গোপন সূত্ৰত ভিত্তিত
বিশ্বনাথ জিলা আৰক্ষী ডি,এচ ,পি মুজাফ্ফৰ
হুছেইনৰ নেতৃত্বত যোৱা এটি আৰক্ষী দলৰ লগতে বিহালী আৰক্ষী বিষয়া কুমুদ দাসৰ সহযোগত এটি আৰক্ষী
দলে পুণিৰাম দাসৰ নামৰ চোৰাং চিকাৰী টো ঘৰ পৰা আজি নিশা ১২ মান বজাত এটা থিন, থি ৰাইফলৰ লগতে ১৯জাই সজীৱ গুলী সহ এটী ৰাবাবৰ্ড, আৰু এটা
চাইলেন্সাৰ
উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।
ইফালে চোৰাং চিকাৰী অভিযান অব্যাহত ৰাখিছে বিশ্বনাথ আৰক্ষীয়ে ।

Last Updated : Jul 12, 2019, 3:21 AM IST