ETV Bharat / state

বিশ্বনাথৰ মোনাবাৰীত কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা

গ্ৰীণ আচিয়ানা ৱেলফেৰাৰ চ'চাইটি উদ্যোগত অনুষ্ঠিত হয় এই  সম্বৰ্ধনা অনুষ্ঠান ৷ মোনাবীৰী ইষ্ট মেন্ট হাইস্কুলৰ প্ৰেক্ষাগৃহত আয়োজিত উক্ত অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয় উচ্চতৰ মাধ্যমিকত ভাল ফলাফল দেখুওৱা দুই দৰিদ্ৰ ছাত্ৰক ৷

author img

By

Published : Jun 8, 2019, 4:37 PM IST

বিশ্বনাথৰ মোনাবীৰীত কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা

বিশ্বনাথ, 8 জুনঃ শনিবাৰে বিশ্বনাথৰ স্বেচ্ছাসেৱী সংগঠন গ্ৰীণ আচিয়ানা ৱেলফেৰাৰ চ'চাইটি উদ্যোগত মোনাবীৰী ইষ্ট মেন্ট হাইস্কুলৰ প্ৰেক্ষাগৃহত এখনি সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয় । সম্বৰ্ধনা অনুষ্ঠানত হাইস্কুল খনৰ পৰা উচ্চতৰ মাধ্যমিকত ভাল ফলাফল দেখুওৱা দৰিদ্ৰ দুই ছাত্ৰক এখনি সম্বৰ্ধনা পত্ৰ, কিতাপ টোপোলাৰ লগতে নগত ৫ হাজাৰ টকাৰে পুৰস্কৃত কৰা হয় ৷ সম্বৰ্ধনা অনুষ্ঠান উপলক্ষে অনুষ্ঠিত সভাত সভাপতিত্ব কৰে চন্দ্ৰ লাল শৰ্মাই । বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে জিনজিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিশ্বজিৎ মেধী , শিক্ষক উপেন ৰাজখোৱা , ভৰত দ্বীপকে ধৰি বহু কেইজন লোক ৷ ইফালে সভাৰ শেষত হাইস্কুল প্ৰাংগণত চ'চাইটি তৰফৰ পৰা গছ পুলিও ৰোপণ কৰা হয় ।

etv bharat assam
সভাৰ শেষত হাইস্কুল প্ৰাংগণত চ'চাইটি তৰফৰ পৰা গছ পুলি ৰোপণ

Intro:as_biswanath_8_june_801_photo_scrpt_as10018

Body:as_biswanath_8_june_801_photo_scrpt_as10018

Conclusion:বিশ্বনাথৰ মোনাবীৰীত কৃতী ছাত্রক সম্বৰ্ধনা
গ্ৰীণ আচিয়ানা ৱেলফেৰা চ'চাইটিৰ উদ্যোগত

শনিবাৰে বিশ্বনাথৰ অন্যতম স্বেচ্ছাসেৱী সংগঠন গ্ৰীণ আচিয়ানা ৱেলফেৰাৰ চ'চাইটি উদ্যোগত মোনাবীৰী ইষ্ট মেন্ট হাইস্কুলৰ প্ৰেক্ষাগৃহত
এখনি সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয় ।
বিশিষ্ট সমাজ সেৱীকা স্নিগ্ধা জ্যোতি হাজৰিকা ই আগ ধৰা সভা খনত সভাপতিত্বত কৰে চন্দ্ৰ লাল শৰ্মাই ।
বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে জিনজিয়া আৰক্ষী থানা ভা: প্ৰাপ্ত আৰক্ষী বিষয়া বিশ্বজিৎ মেধী , শিক্ষক উপেন ৰাজখোৱা , ভৰত দ্বীপ কে ধৰি বহু কেইজন লোক উপস্থিত থাকে । সম্বৰ্ধনা অনুষ্ঠানত হাইস্কুল খনৰ পৰা হাইস্কুলত ভাল ফলাফল দেখুৱা দৰিদ্ৰ দুই ছাত্রক এখনি সম্বৰ্ধনা পত্ৰ ও কিতাপ টোপোলাৰ লগতে নগত ৫ হাজাৰ টকা আৰ্থিক সাহাৰ্য প্ৰদান কৰে গ্ৰীণ আচিয়ানা ৱেলফেৰা চ'চাইটি সঞ্চালক কিশোৰ হাজৰিকাই দুই ছাত্ৰক প্ৰদান কৰে ।
ইফালে সভা শেষত হাইস্কুল প্ৰাংগণত চ'চাইটি তৰফৰ পৰা গছ পুলি ৰোপণ কৰা হয় ।

বিশ্বনাথ পৰা শ্ৰীমন্ত দাস
ই টিভি ভাৰত অসম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.