ETV Bharat / state

মঙলবাৰে স্বগৃহত উপস্থিত হ'ব নীৰজৰ নশ্বৰ দেহ

author img

By

Published : Jun 3, 2019, 11:07 PM IST

সোমবাৰে নিশা 10 বজালৈকে মৃতদেহ আহি নোপোৱাত প্ৰতিক্ৰিয়া ৷ নিশা মৃতদেহ চমজি ল'বলৈ অস্বীকাৰ পৰিয়ালৰ ৷

মঙলবাৰে স্বগৃহত উপস্থিত হ'ব নীৰজৰ নশ্বৰ দেহ
  • মঙলবাৰে পুৱাহে স্বগৃহ পাব শ্বহীদ জোৱান নীৰজ চেত্ৰীৰ মৃতদেহ
  • সোমবাৰে নিশা 10 বজালৈকে মৃতদেহ আহি নোপোৱাত প্ৰতিক্ৰিয়া
  • নিশা মৃতদেহ চমজি ল'বলৈ অস্বীকাৰ পৰিয়ালৰ
  • সেয়ে মঙলবাৰৰ পুৱাহে স্বগৃহ পাবহি শ্বহীদজনৰ নশ্বৰ দেহ
  • এই কথা জনাইছে বিশ্বনাথৰ আৰক্ষী অধীক্ষকে

Breaking biswanath 

গহপুৰৰ স্বহীদ জোৱান নশ্বৰদেহ মঙলবাৰেহে আহি পাব নিজ গৃহত 

 ঝাৰখণ্ডত উগ্ৰপন্থীৰ মাওবাদী আক্ৰমণত নিহত হোৱা স্বহীদ 
নীৰজ চেত্ৰীৰ নশ্বৰদেহ  আহি‌ নোপোৱাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া 
   ১ জুনতে  ঝাৰখণ্ডত মাওবাদীৰ আক্ৰমনত প্ৰাণ হেৰুৱা 
 এছ এছ বিৰ জোৱানৰ নশ্বৰদেহ সোমবাৰে নিশা ১০ বজালৈকে আহি নোপোৱাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়া ।
উল্লেখযোগ্য যে ১ জুনতে সংঘটিত হোৱা ঘটনা বিতংকৈ তথ্য সোমবাৰলৈকে প্ৰশাসনে পৰিয়ালৰক অৱগত নকৰাত দুখ প্ৰকাশ সচেতন মহলৰ ।
উল্লেখযোগ্য যে সোমবাৰে দিনৰ (৪ )চাৰি  বজাত আহি পোৱা কথা আছিল যদিও নিশা ১০ বজা পযন্তে নহাত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া ।
ইফালে সোমবাৰে নিশা ১০বজালৈ জোৱান জনৰ নশ্বৰদেহ নহাত  তাৰ পিচৰ সময় চোৱাত পৰিয়ালৰ লোকে  নশ্বৰদেহ চমজি লবলৈ অমান্তি হোৱাত মঙলবাৰে বিশ্বনাথ জিলা আৰু জিলা আৰক্ষী উপস্থিত জোৱান জনৰ নশ্বৰদেহ পৰিয়ালক চমজাই দিয়া হ'ব বুলি আৰক্ষী সূত্ৰ প্ৰকাশ ।
মঙলবাৰে পুৱা 4 বজাত জোৱানৰ নশ্বৰদেহ নিজ গৃহত আহি পাব বুলি জানিবলৈ দিয়ে বিশ্বনাথ জিলা আৰক্ষী অধীক্ষকে ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.