ETV Bharat / state

বিশ্বনাথত স্বদেশী নাগৰিকক ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰাৰ অভিযোগ - কল্পনা কৰ্মকা

আনন্দ ঘোষ , প্ৰমিলা চাহ , কল্পনা কৰ্মকাৰ নামৰ তিনি গৰাকী স্বদেশী নাগৰিকক সীমান্ত আৰক্ষীয়ে বিদেশী সজাই প্ৰায় আঢ়ৈ মাহৰ পূৰ্বে ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰিছিল৷ সময়মতে অধিবক্তাই নথিপত্ৰ সমূহ NRC কেন্দ্ৰত জমা নিদিয়াৰ বাবেই বিদেশী বুলি চিনাক্ত কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

বিশ্বনাথৰ তিনি গৰাকী স্বদেশীক বিদেশী সজাই ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰাৰ অভিযোগ
author img

By

Published : Jul 10, 2019, 9:01 PM IST

বিশ্বনাথ, 10 জুলাইঃ প্ৰাক্তন সেনা বিষয়া সোণা উল্লাহক বিদেশী সজাই ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰাৰ পাছতেই ৰাজ্যত পোহৰলৈ আহিছে ইটোৰ পিচত সিটো স্বদেশীক বিদেশী সজোৱাৰ ঘটনা৷ এইবাৰ আকৌ পোহৰলৈ আহিছে বিশ্বনাথৰ এনে এক ঘটনা ৷ আনন্দ ঘোষ, প্ৰমিলা চাহ , কল্পনা কৰ্মকাৰ নামৰ তিনিগৰাকী স্বদেশী নাগৰিকক সীমান্ত আৰক্ষীয়ে বিদেশী সজাই প্ৰায় আঢ়ৈ মাহৰ পূৰ্বে ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰিছিল ৷ সীমান্ত আৰক্ষীয়ে এই তিনিওগৰাকী নাগৰিকক বিদেশী বুলি চিনাক্ত কৰি ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰিছিল ৷ কিন্তু পুনৰবাৰ তিনিওগৰাকীয়ে সম্পূৰ্ণ নথিপত্ৰ জমা কৰাৰ পাছতো আজি পৰ্যন্ত মুকলি কৰি দিয়া নাই এজনকো ৷

বিশ্বনাথৰ তিনি গৰাকী স্বদেশীক বিদেশী সজাই ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰাৰ অভিযোগ

সম্পূৰ্ণ নথিপত্ৰ থকাৰ পাছতো আজি পৰ্যন্ত এই তিনিও গৰাকী ভাৰতীয় নাগৰিকক মোকলাই নিদিয়াত উপায়ন্তৰহৈ পৰিয়াল আৰু গাঁৱৰ স্থানীয় ৰাইজে এক সংবাদ মেল সম্বোধন কৰে৷ এই সংবাদ মেলৰ জৰিয়তে জানিবলৈ দিয়ে যে NRC কেন্দ্ৰত জমা দিবৰ বাবে সকলো নথিপত্ৰ শুধৰণিৰ বাবে অধিবক্তাৰ কাষ চাপিছিল তিনিওজনে৷ কিন্তু সময়মতে নথিপত্ৰ সমূহ NRC কেন্দ্ৰত জমা নকৰাৰ অভিযোগ উঠিছে অধিবক্তাৰ বিৰুদ্ধে৷ পৰিয়ালৰ লোক তথা স্থানীয় ৰাইজৰ এটাই অনুৰোধ NRC প্ৰক্ৰিয়াটো শুদ্ধ হওক আৰু এই দুৰ্ভগীয়া পৰিয়াল কেইটাৰ নথিপত্ৰ সমূহ পুনৰ ভালদৰে এবাৰ পৰীক্ষা কৰি ডিটেনচন কেম্পত আবদ্ধ কৰি ৰখা স্বদেশী নাগৰিকক মোকলাই দিয়ক৷

লগতে পঢ়কঃ যোৰহাটত অংগনবাড়ী কৰ্মী-সহায়িকাৰ প্ৰতিবাদ

Intro:as_biswaanth_10_july_ 803_nrc_ khelimeli_vis+byte_scrpt_as10018Body:as_biswaanth_10_july_ 803_nrc_ khelimeli_vis+byte_scrpt_as10018Conclusion:as_biswaanth_10_july_ 803_nrc_ khelimeli_vis+byte_scrpt_as10018

এইবাৰ বিশ্বনাথৰ তিনি গৰাকী স্বদেশীক বিদেশী সজাই প্ৰেৰণ কৰিলে ডিটেনচন কেম্পলৈ

ANCHOR :-

প্ৰাক্তন সেনা বিষয়া ছান্নাউল্লাহক বিদেশী সজাই ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰাৰ পাছত ৰাজ্যত ইজনৰ পাছত সিজনকৈ সৰ্বসাধাৰণ স্বদেশীক বিদেশী বুলি ইতিমধ্যে ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰিছে জিলা আৰক্ষীয়ে ৷ এইবাৰ আকৌ পোহৰলৈ আহিছে বিশ্বনাথৰ আনন্দ ঘোচ , প্ৰমিলা চাহ , কল্পনা কৰ্মকাৰ এই তিনি গৰাকী স্বদেশী নাগৰিকক সীমান্ত আৰক্ষীয়ে বিদেশী সজাই প্ৰায় আঢ়ৈ মাহৰ পুৰ্ব্বে ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰিছিল ৷ সম্পূৰ্ণ নথি পত্ৰ জন্মৰ প্ৰমাণ পত্ৰ , ভোটাৰ আইডি, পেন কাৰ্ড , লিগেচি দাতা আদিবোৰ সম্পূৰ্ণ ভাৱে জমা কৰাৰ পাছতো সীমান্ত আৰক্ষীয়ে এই তিনি গৰাকী নাগৰিকক বিদেশী বুলি চিনাক্ত কৰি ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰিছিল , পুনৰ সম্পূৰ্ণ নথিপত্ৰ জমা কৰাৰ পাছতো কিন্ত আজি পৰ্যন্ত মুকলি কৰি দিয়া নাই ৷ ইয়াৰ পাছতে বিপদত পৰিছে দুৰ্ভগীয়া পৰিয়াল তিনিটা ৷ বিশ্বনাথৰ বলোডঙাৰ আনন্দ ঘোচক (33) প্ৰায় চাৰে তিনি ( 3.5 )বছৰৰ পুৰ্বে ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰিছিল সীমান্ত আৰক্ষীয়ে ৷ আনহাতে বিশ্বনাথৰে প্ৰতাপগড় চাহবাগিচাৰ অমিলা চাহ ( 40 ) প্ৰায় 20 বছৰৰ আগতে শোণিতপুৰৰ ধলাইবিললৈ বিয়া হৈছিল ৷ তেওঁৰ পিতাৰ স্বৰ্গীয় কেশৱ প্ৰসাদ গুপ্তাৰ ১৯৫১ৰ NRC ত নাম থকাই নহয় তেওঁ লোকৰ পৰিয়াল ব্ৰিটিছৰ যুগৰ পৰাই অসমত আছিল ৷ তেখেতৰো সকলো সম্পৰ্ক স্হাপনৰ নথিপত্ৰৰ লগতে সকলো নথিপত্ৰ জমা কৰাৰ পাচতো বিদেশী বুলি চিনাক্ত কৰি ১মাহ পুৰ্বে ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰিছিল ৷ আৰু বিশ্বনাথৰ কদমণি গাৱঁৰ কল্পনা কৰ্মকাৰ (60 ) বছৰৰ বৃদ্ধা গৰাকী চাহ জনগোষ্ঠীৰ এগৰাকী মহিলা হোৱাৰ স্বতেও আৰু সম্পূৰ্ণ নথিপত্ৰ জমা কৰাৰ পাছতো সীমান্ত আৰক্ষীয়ে ৩ মাহৰ পুৰ্বে বিদেশী বুলি চিনাক্ত কৰি ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰে , কিন্ত সম্পূৰ্ণ নথিপত্ৰ থকাৰ পাছতো আজি পৰ্যন্ত এই তিনি গৰাকী ভাৰতীয় নাগৰিকক মুকাই নিদিয়াত পৰিয়ালৰ লোকসকলে উপায়ন্তৰহৈ পৰিয়াল আৰু স্হানীয় গাৱৰ ৰাইজে এক সংবাদ মেলৰ জৰিয়তে জানিব দিয়ে ভাৰতবৰ্ষৰ নিজা মাতৃভূমি অসমতে তেওঁলোকৰ পৰিয়ালে যুগ যুগ ধৰি বসবাস কৰি অহাৰ পাছতো এইদৰে বিদেশী সজাই ডিটেনচন কেম্পত ৰখাটো কিমানদুৰ গ্ৰহণ যোগ্য , এইয়াই নেকি NRC ৰ শুধৰণি ৷ এই সংবাদ মেলৰ জৰিয়তে জানিৱ দিয়ে যে NRC কেন্দ্ৰত জমা দিবৰ বাবে সকলো নথিপত্ৰ শুধৰণিৰ বাবে অধিবক্তাৰ কাষ চাপিছিল ৷ কিয়নো গাৱঁৰ মানুহ ভালদৰে নজনাৰ বাবেই অধিবক্তা সকলৰ সহায় লৈ সকলো নথিপত্ৰ শুধৰাই NRC কেন্দ্ৰত জমা কৰাৰ ৷ কিন্ত সময় মতে নথিপত্ৰ সমুহ NRC কেন্দ্ৰত জমা নকৰে অধিবক্তা সকলে , এতিয়া পৰিয়াল আৰু গাৱৰ ৰাইজৰ অভিযোগ অধিবক্তা সকলে ব্যৱসায় চৰিত্ৰ আচৰণ কৰি অৱহেলা কৰি আহিছে গাৱৰ লোক সকলক ৷ কল্পনা কৰ্মকাৰৰ পৰিয়াল আৰু ৰাইজৰ অভিযোগ তেওৰ ভোটাৰ কাৰ্ড খন বৰ্তমানেও এজন অধিবক্তাই আৱদ্ধ কৰি ৰাখিছে , কাৰ্ড খন মুকলাই নিবৰ বাবে অধিবক্তা গৰাকীক অনুৰোধ কৰিছে যদিও মুকলাই দিয়া নাই , নিজৰ কাৰ্ড খন মুকলাই নিবৰ বাবে ধন বিছাৰে এই ব্যৱসায় চৰিত্ৰ ৰূপ ধাৰণ কৰা অধিবক্তা গৰাকীয়ে ৷ এতিয়া পৰিয়ালৰ লোক স্হানীয় ৰাইজৰ এটাই অনুৰোধ NRC প্ৰক্ৰিয়াটো শুদ্ধ হওক আৰু এই দুৰ্ভগীয়া পৰিয়াল কেইটাৰ নথিপত্ৰ সমুহ পুনৰ ভালদৰে এবাৰ পৰীক্ষা কৰি ডিটেনচন কেম্পত আবদ্ধ কৰি ৰখা স্বদেশী নাগৰিক কেইগৰাকীক সোনকালে মুকলাই দিয়াৰ

বিশ্বনাথ পৰা শ্ৰীমন্ত দাস
ই টিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.