ETV Bharat / state

বিহালীত স্থাপন "শ্ৰীমন্ত শংকৰদেৱ একাডেমী"

author img

By

Published : May 14, 2019, 4:46 PM IST

কেইগৰাকীমান শিক্ষানুৰাগী লোকৰ প্ৰচেষ্টাত মুকলি কৰা হয় "শ্ৰীমন্ত শংকৰদেৱ একাডেমী" নামেৰে এক শিক্ষানুষ্ঠান ৷ কলা আৰু বাণিজ্য শাখাত নামভৰ্ত্তিৰ সুবিধা প্ৰদান কৰা হ'ব ৷

বিহালীত স্থাপন "শ্ৰীমন্ত শংকৰদেৱ একাডেমী"

বিহালী, ১৪ মে' বিহালী বৃহত্তৰ বুৰৈঘাট অঞ্চলত নতুনকৈ স্থাপন কৰা হ'ল এক উচ্চ শিক্ষানুষ্ঠান। কেইগৰাকীমান শিক্ষানুৰাগী লোকৰ প্ৰচেষ্টাত মুকলি কৰা হয় "শ্ৰীমন্ত শংকৰদেৱ একাডেমী" নামেৰে এক শিক্ষানুষ্ঠান ৷ শিক্ষানুষ্ঠানটিত কলা আৰু বাণিজ্য শাখাৰ উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ- ছাত্ৰীসকলৰ সুবিধাৰ্থে হাতত লোৱা হৈছে সকলো ধৰণৰ ব্যৱস্থা ।

বিহালীত স্থাপন "শ্ৰীমন্ত শংকৰদেৱ একাডেমী"

অঞ্চলটোৰ দীৰ্ঘদিনীয়া অভাৱ পূৰণেই নহয় এক ব্যতিক্ৰমী চিন্তা ধাৰাৰে শিক্ষানুষ্ঠানটোৱে শিক্ষাৰ্থীসকলৰ ভৱিষ্যত উজ্বলাব বুলি আশাবাদী শিক্ষক সকল।গুৰু জনাৰ নাম কীৰ্তনৰ লগতে একাংশ শিক্ষানুৰাগী লোকৰ উপস্থিতিত মুকলি কৰা হয় শিক্ষানুষ্ঠানৰ প্ৰচপ্ৰেক্টাছ।

Intro:as_behali_14m__Behali senior secondary school opens_1vis_2byte_scept_tridipBody:as_behali_14m__Behali senior secondary school opens_1vis_2byte_scept_tridipConclusion: বিহালী শিক্ষাৰ দিশত এটি সুখবৰ। বিহালী বৃহত্তৰ বুৰৈ ঘাট অঞ্চলত নতুনকৈ স্থাপন কৰা হল এক উচ্চ শিক্ষানুষ্ঠান। শ্ৰীমন্ত শংকৰদেৱ একাডেমি নামেৰে কেইগৰাকীমান শিক্ষানুৰাগী লোকৰ প্ৰচেষ্টাত চলিত বৰ্ষৰ পৰা কলা আৰু বানিজ্য শাখাৰ উচ্চতৰ মাধ্যমিক শিক্ষানুষ্ঠানটি মুকলি কৰা হয়। অঞ্চলটোৰ দীৰ্ঘদিনীয়া অভাৱ পূৰণেই নহয় এক ব্যতিক্ৰমী চিন্তা ধাৰাৰে শিক্ষানুষ্ঠানটোৱে উজলাব বুলি আশাবাদী শিক্ষক সকল।
গুৰু জনাৰ নাম কীৰ্তনৰ লগতে একাংশ শিক্ষানুৰাগী লোকৰ উপস্থিত মুকলি কৰা হয় শিক্ষানুষ্ঠান খনৰ প্ৰচপ্ৰেক্টাছ। ইয়াৰ পূৰ্বে বিদ্যালয় খনৰ চৌহদ আৰু মূল গৃহৰ দ্বাৰ উন্মোচন কৰা হয়।

বিহালীৰ পৰা ত্ৰিদিপ দাস
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.