ETV Bharat / state

বিশ্বনাথত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ

author img

By

Published : Jul 3, 2020, 7:39 PM IST

শুকুৰবাৰে মূল্যবৃদ্ধিৰ বিৰুদ্ধে বিশ্বনাথত প্ৰতিবাদ সাব্যস্ত কৰিলে আছুৱে। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ৰাজ্যত অত্যাশ্যাৱকীয় সামগ্ৰী আৰু ইন্ধনৰ মূল্য বৃদ্ধিৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰে ।

AASU stages protests across Assam against fuel price hike in biswanath

বিশ্বনাথ, ৩ জুলাই : কৰ'ণা ভাইৰাছৰ সমান্তৰালভাবে মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে ৰাজ্যৰ সাধাৰণ জনতাক । শুকুৰবাৰে মূল্যবৃদ্ধিৰ বিৰুদ্ধে বিশ্বনাথত প্ৰতিবাদ সাব্যস্ত কৰিলে আছুৱে। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰী আৰু ইন্ধনৰ মূল্য বৃদ্ধিৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰে ।

বিশ্বনাথ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ

প্ৰতিবাদকাৰী সকলে কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু ৰাজ্যিক খাদ্য আৰু যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ প্ৰতিকৃতি দাহ কৰে ৷ লগতে, প্ৰতিবাদকাৰী সকলে জিলা ছাত্ৰ সন্থাৰ কায্যালয়ৰ পৰা সমদল কৰি বিশ্বনাথ নগৰৰ মাজমজিয়াত পুলিচ পইন্টত মূল্যবৃদ্ধি ৰোধ কৰক, অসম চৰকাৰ হায় হায়, কেন্দ্ৰীয় চৰকাৰ হায় হায়, আছু জিন্দাবাদ আদি ধ্বনিৰে বৃহৎ সমদল কৰি এক উত্তাল পৰিবেশৰ সৃষ্টি কৰে ৷

লগতে পঢ়ক : নেপালৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ এনচিপিৰ কাৰ্যবাহী সভাপতি প্ৰচণ্ডৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.