ETV Bharat / state

কলগাছিয়াত জব্দ অবৈধ কাঠ ফলা মিল

author img

By

Published : Apr 30, 2021, 3:28 PM IST

বৰপেটাৰোড বন সংমণ্ডলৰ অন্তৰ্গত পূৱ কলগাছিয়াত জব্দ অবৈধ কাঠফলা মিল ৷ অবৈধ কাঠফলা মিলৰ ভেটি উচ্ছেদ কৰাৰ লগতে কাঠ ফলা মেচিন, পাৱাৰ পাম্প মেচিন সহ উচ্ছেদ কৰি লৈ যায় ।

কলগাছিয়াত জব্দ অবৈধ কাঠ ফলা মিল
কলগাছিয়াত জব্দ অবৈধ কাঠ ফলা মিল

জনীয়া, 30 এপ্ৰিল: শুকুৰবাৰে বৰপেটাৰোড বন সংমণ্ডলৰ অন্তৰ্গত পূৱ কলগাছিয়াত জব্দ অবৈধ কাঠফলা মিল ৷ অবৈধ কাঠফলা মিলৰ ভেটি উচ্ছেদ কৰাৰ লগতে কাঠ ফলা মেচিন, পাৱাৰ পাম্প মেচিন সহ উচ্ছেদ কৰি লৈ যায়।

কলগাছিয়াত জব্দ অবৈধ কাঠ ফলা মিল

উল্লেখ্য যে, প্ৰশাসনৰ চকুৰ আগতS দীৰ্ঘদিন ধৰি কলগাছিয়া, খাৰবাল্লী আদিত অবৈধ কাঠফলা মিল চলি আছিল । শুকুৰবাৰে গোপন সূত্ৰৰ পম খেদি বৰপেটা ৰোড বনবিষয়া জনৈক মহন্তৰ এটি সজাতি দলে কলগাছিয়াৰ বিভিন্ন ঠাইত অভিযান চলায় । অভিযানকালত পূৱ কলগাছিয়াৰ পৰা এটি কাঠফলা মিল উচ্ছেদ কৰে বন বিভাগৰ দলটোৱে । ইফালে বেকী নদীত অবৈধ বালি খনন কাৰ্য চলি থকা সন্দৰ্ভতো মাজে মাজে বালিখনন গাড়ী জব্দ কৰিছে বুলি মন্তব্য কৰে বনবিষয়াই ।

বৰপেটাৰোড বন সংমণ্ডলৰ অন্তৰ্গত পূৱ কলগাছিয়াত বন বিভাগে অভিযান চলাই এটা অবৈধ কাঠফলা মিলৰ ভেটি উচ্ছেদ কৰাৰ লগতে কাঠ ফলা মেচিন, পাৱাৰপাম্প মেচিন সহ জব্দ কৰে ৷

লগতে পঢ়ক: ৰঙাপৰাৰ শ্ৰমিকৰ মুখত নাই মাস্ক নাই সামাজিক দূৰত্ব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.