ETV Bharat / state

বিষয় নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলঃ নাৰী সমাজৰ গৰ্জনে কঁপাল ৰাজ্য

author img

By

Published : Dec 21, 2019, 7:04 PM IST

আছুৰ উদ্যোগত ৰাজ্যজুৰি নাৰী সমাজে নাগৰিকত্ব আইন বাতিলৰ দাবীত কঁপালে আকাশ-বতাহ ৷ বাক্সা, বৰমা,কলিয়াবৰ,মৰিয়নী,বঙাইগাঁও,বটদ্ৰৱা,বিশ্বনাথ, বৰপেটাৰোড আৰু ছয়গাঁৱত তীব্ৰ প্ৰতিবাদ ৷

Women  Protest Against CAA
নাৰী সমাজৰ গৰ্জনে কঁপাল ৰাজ্য

বাক্সা, 21 ডিচেম্বৰঃ জাতিধ্বংসী সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত প্ৰতিবাদী কাৰ্যসূচী ৷ শনিবাৰেও বাক্সা জিলাৰ কুমাৰীকাটা আঞ্চলিক ছাত্র সন্থা আৰু কুমাৰীকাটা আঞ্চলিক নাৰী মুক্তি সংগ্ৰাম সমিতিৰ সহযোগত এই আইন বাতিলৰ দাবীত ছাত্র সন্থাৰ কাৰ্যালয়ৰ চৌহদত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। কেন্দ্ৰীয় চৰকাৰ হায় হায়, অসম চৰকাৰ হায় হায়, এই আইন আমি নামানো, এই আইন বাতিল কৰিবই লাগিব, নাৰীশক্তি জিন্দাবাদ, জয় আই অসম, আছু জিন্দাবাদ আদি বিভিন্ন শ্ল’গানেৰে উত্তাল কৰি তোলে সমগ্ৰ পৰিৱেশ ।

বৰমাঃ বৰমাতো উত্তাল প্ৰতিবাদ অব্যাহত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৷ বৰমাত নাগৰিক সংশোধনী আইন বিৰোধিতাৰে শতাধিক মহিলাই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন ৷ চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানেৰে উত্তাল কৰি তোলে সমগ্ৰ অঞ্চল ৷

নাৰী সমাজৰ গৰ্জনে কঁপাল ৰাজ্য

কলিয়াবৰঃ কলিয়াবৰতো সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত মহিলা বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ শতাধিক মহিলাই গীতে-মাতে বিৰোধিতা কৰে সংশোধিত নাগৰিকত্ব আইনৰ ৷ "ৰাইজ আজি ৰাজপথত কৰে হাহাকাৰ", "অমিত শ্বাহ তোমালোকৰ কোন যুগৰ মোমাই", "কেশৱ আমাৰ আপোন বুলি কৰিলো বিশ্বাস, আজিৰ পৰা কেশৱ তোমাৰ নামানো আশ্বাস" আদি গীতৰ ভাষাৰে তীব্ৰ হুংকাৰ কলিয়াবৰীয়া মহিলাসকলৰ।

মৰিয়নীঃ ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে মৰিয়নীতো আছুৰ নেতৃত্বত তীব্ৰ প্ৰতিবাদ মহিলা সমাজৰ ৷ মৰিয়নী নগৰৰ থানা তিনিআলিত মহিলাই আজি এই আইনৰ বিৰুদ্ধে মাৰবান্ধি থিয় দি সাব্যস্ত কৰে প্ৰতিবাদ। মৰিয়নী মহাবিদ্যালয়ৰ মহিলা কোষৰ শিক্ষয়িত্ৰীৰ লগতে মৰিয়নী বিভিন্ন অঞ্চলৰ পৰা কেইবাশতাধিক মহিলাই অৱস্থান ধৰ্মঘটৰ জৰিয়তে এই আইন বাতিল কৰিবলৈ দাবী জনায় ৷

নাৰী সমাজৰ গৰ্জনে কঁপাল ৰাজ্য

বঙাইগাঁওঃ বঙাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত মহিলাসকলৰ নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদী অৱস্থান ধৰ্মঘট । বঙাইগাঁও মাৰোৱাৰী সমাজৰ মহিলাসকলেও অংশগ্ৰহণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে । নাৰীসকলে একমুখে নাগৰিকত্ব সংশোধনী এই আইনৰ বিৰুদ্ধে বাতিল কৰাৰ বাবে দাবী জনায় । কোনোপধ্যেই এই আইন মানি লোৱা নহ’ব বুলিও হুংকাৰ দিয়ে নাৰী সমাজে । বিজেপি নেতত্বাধীন অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক সকীয়াই দিয়ে এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে ।

বটদ্ৰৱাঃ ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে বটদ্ৰৱাতো নাগৰিকত্ব সংশোধনী এই আইনৰ বিৰুদ্ধে আছুৰ উদ্যোগত নাৰী শক্তিৰ অৱস্থান বিক্ষোভ কাৰ্যসূচী ৰূপায়ন। নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আজি ধিং আছুৰ উদ্যোগত ধিং বজাৰৰ মাজমজিয়াত পুৱা ১১ বজাৰ পৰা বিয়লি ২বজালৈ "অৱস্থান বিক্ষোভ" কাৰ্যসূচী ৰূপায়ন কৰে মহিলা সমাজে। দবা-কাঁহ বজাই শ-শ মহিলাই অংশগ্ৰহণ কৰি বিজেপি গ'বেক, CAA আমি নামানো,সৰ্বানন্দ সোণোৱাল হুচিয়াৰ, অসম চৰকাৰৰ হুচিয়াৰ, আঙুৰলতা লেই-লেই চেই-চেই আদি বিভিন্ন শ্ল'গানেৰে ধিঙৰ আকাশ বতাহ কঁপাই তোলে প্ৰতিবাদকাৰীয়ে ৷

নাৰী সমাজৰ গৰ্জনে কঁপাল ৰাজ্য

বিশ্বনাথঃ সমগ্র ৰাজ্য লগতে আজি শনিবাৰে বিশ্বনাথ চাৰিআলি চন্দ্ৰপুৰ বাকৰিতো শ-শ নাৰীয়ে আছুৰ উদ্যোগত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷

বৰপেটাৰোডঃ সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত সমগ্ৰ ৰাজ্যজুৰি নাৰীসমাজৰ প্ৰতিবাদ ৷ বৰপেটাৰোডটো নাগৰিকত্ব আইন বাতিলৰ দাবীত তীব্ৰ প্ৰতিবাদ নাৰী সমাজৰ ৷ চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানৰ লগতে স্থানীয় বিধায়ক ৰঞ্জিৎ দাসক তীব্ৰ কটাক্ষ কৰে ৷

ছয়গাঁওঃ ছয়গাঁৱটো নাৰী সমাজৰ নাগৰিতত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ ৷ আছুৰ উদ্যোগত ওলাই আহিল শতাধিক মহিলা ৷ নাগৰিকত্ব সংশোধনী বাতিলত দাবীত চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিল প্ৰতিবাদী মহিলাসকল ৷

আৰু পঢ়কঃ ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে

Intro:সংশোধীত নাগৰিকত্ব আইন C(A)A বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ।

Body: জাতি ধ্বংসী সংশােধনী নাগৰিকত্ব বিধেয়ক খনৰ বিৰুদ্ধে ৰাজ্যত প্ৰতিবাদ অব্যাহত । শনিবাৰেও বাক্সা জিলাৰ কুমাৰীকাটা আঞ্চলিক ছাত্র সন্থা আৰু কুমাৰীকাটা আঞ্চলিক নাৰী মুক্তিৰ সহযোগত C(A) A বাতিল দাবীত ছাত্র সন্থাৰ কাৰ্য্যালয়ৰ চৌহদত অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰে। কেন্দ্ৰীয় চৰকাৰ হায় হায় , অসম চৰকাৰ হায় হায়, এই কা আমি নামানো, এই কেব বাতিল কৰিবই লাগিব, নাৰীশক্তি জিন্দাবাদ, জয় আই অসম,আছু জিন্দাবাদ ।
Conclusion:

আজিৰ প্ৰতিবাদী কাৰ্য্যসূচীত দুই শতাধিক মহিলা আৰু ছাত্র ছাত্ৰী সকলে অংশগ্ৰহণ কৰে লগতে কুমাৰীকাটাৰ ছাত্র সন্থাৰ নেতা কৰ্মী সকলেও উপস্থিত থাকে ।

ভাষ্য :

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.