ETV Bharat / state

কলগাছিয়াৰ পৰা মহিলা নিৰুদ্দেশ,গোচৰ ৰুজু

author img

By

Published : Jan 18, 2020, 4:45 PM IST

বিগত এমাহ ধৰি নিৰুদ্দেশ হৈ আছে বাক্কাৰ আলীৰ স্ত্ৰী ছালেহা খাতুন ৷ ঘটনা সন্দৰ্ভত ইতিমধ্যে পৰিয়ালৰ লোকে দাখিল কৰিছে এজাহাৰ ৷

Women Missing From Kalgachia, FIR lodged
কলগাছিয়াৰ পৰা মহিলা নিৰুদ্দেশ, গোচৰ ৰুজু

কলগাছিয়া,18 জানুৱাৰীঃ ৰাজ্যত পুনৰ সংঘটিত হৈছে মহিলা নিৰুদ্দেশৰ ঘটনা ৷ এইবাৰ বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী চকীৰ অন্তৰ্গত বলাই পাথাৰ গাঁৱৰ পৰা নিৰুদ্দেশ হৈছে এগৰাকী বিবাহিত মহিলা ৷

বিগত কিছুদিন ধৰি ৰাজ্যত ক্ৰমাগতভাৱে সংঘটিত হৈ আহিছে মহিলা নিৰুদ্দেশৰ ঘটনা ৷ শেহতীয়াকৈ বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী চকীৰ অন্তৰ্গত বলাই পাথাৰ গাঁৱৰ বাক্কাৰ আলীৰ স্ত্ৰী ছালেহা খাতুন বিগত এমাহ ধৰি নিৰুদ্দেশ হৈ আছে ৷ মাকৰ ঘৰলৈ যাও বুলি ওলাই যোৱা মহিলাগৰাকী এতিয়ালৈকে সন্ধানহীন হৈ আছে ৷ পৰিয়ালৰ লোকে আত্মীয়-স্বজনৰ ঘৰত বিচাৰ-খোচাৰ কৰিও ছালেহা খাতুনৰ কোনো সন্ধান নোপোৱাত বিগত 17 জানুৱাৰীত কলগাছিয়া আৰক্ষী চকীত এটি গোচৰ ৰুজু কৰে ৷

যদি কোনো ব্যক্তিয়ে মহিলাগৰাকীৰ সন্ধান পায় তেতিয়াহ'লে পৰিয়ালৰ লোকৰ লগতে কলগাছিয়া আৰক্ষী চকীত নাইবা 9107911218 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে আৰক্ষী তথা পৰিয়ালৰ লোকে।

লগতে চাওকঃহিন্দু যুৱতীক অপহৰণ কৰা পাকিস্তানী বিষয়ালৈ ভাৰত চৰকাৰৰ চমন

Intro:slug: as_jania_18jan_kalgachia_mohila_niruddekh_vis1+byt1+pho1_story_asc10058Body:slug: as_jania_18jan_kalgachia_mohila_niruddekh_vis1+byt1+pho1_story_asc10058

VO: বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বলাই পাথাৰ গাঁওৰ বাক্কাৰ আলিৰ স্ত্ৰী ছালেহা খাতুন (৫১) যোৱা এক মাহ পূৰ্বে তাৰ মাকৰ ঘৰত যোৱা বুলি কৈ তাৰ পৰা নিৰুদ্দেশ হৈ যায়। ঘটনা সংঘটিত হোৱাৰ পিছৰে পৰাই ছালেহা খাতুনৰ পৰিয়াল বৰ্গৰ সকলোৱে আত্মীয় স্বজনৰ ঘৰত বিচাৰ খোচাৰ কৰি কতো সন্ধান নোপোৱাত ছালেহা খাতুনৰ স্বামী যোৱা ১৭ জানুৱাৰী শুক্ৰবাৰ কলগাছিয়া আৰক্ষী থানাত এটি গোচৰ ৰুজু কৰিছে। যদি কোনো সদাশয় লোকে মহিলাগৰাকীৰ সন্ধান পায় তেন্তে কলগাছিয়া আৰক্ষী থানা নাইবা 9107911218 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।Conclusion:slug: as_jania_18jan_kalgachia_mohila_niruddekh_vis1+byt1+pho1_story_asc10058

Byt: মহিলা গৰাকীৰ স্বামী।

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.