ETV Bharat / state

জনীয়াত সন্ধানহীন বিবাহিতা মহিলা - জনীয়া সমষ্টি

দেওবাৰে পুৱাৰে পৰা সন্ধানহীন বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ বালিকুৰি আৰক্ষী চকীৰ অন্তৰ্গত ১ নং ৰসুলপুৰ (পাগলাবাজাৰ) গাঁৱৰ ফাতেমা খাতুন নামৰ এগৰাকী মহিলা ৷ মহিলাগৰাকীৰ স্বামী ইমৰান হুছেইনে নিজ পত্নী ফাতেমা খাতুনক বিচাৰি চলাথ কৰে যদিও কোনো শুংসূত্ৰ লাভ নকৰে ৷ তদুপৰি বালিকুৰি আৰক্ষী চকীত সমগ্ৰ ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰা হৈছে যদিও বৰ্তমান পৰ্যন্ত কোনোধৰণৰ সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়েও ৷

woman-missing-from-jania
জনীয়াত সন্ধানহীন বিবাহিতা মহিলা
author img

By

Published : Jan 4, 2021, 2:03 PM IST

জনীয়া,4 জানুৱাৰীঃ দেওবাৰে পুৱাৰে পৰা সন্ধানহীন বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ বালিকুৰি আৰক্ষী চকীৰ অন্তৰ্গত ১ নং ৰসুলপুৰ (পাগলাবাজাৰ) গাঁৱৰ ফাতেমা খাতুন নামৰ এগৰাকী মহিলা ৷ প্ৰত্যক্ষদৰ্শীৰ মতে, পুৱা পাগলা বজাৰৰ পৰা এখন অজ্ঞাত টেম্প'ত উঠি গৈছিল মহিলাগৰাকী ৷ মহিলাগৰাকীৰ স্বামী ইমৰান হুছেইনে নিজ পত্নী ফাতেমা খাতুনক বিচাৰি চলাথ কৰে যদিও কোনো শুংসূত্ৰ লাভ নকৰে ৷

WOMAN MISSING FROM JANIA
জনীয়াত সন্ধানহীন বিবাহিতা মহিলা

তদুপৰি বালিকুৰি আৰক্ষী চকীত সমগ্ৰ ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰা হৈছে যদিও বৰ্তমান পৰ্যন্ত কোনোধৰণৰ সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়েও ৷ আনহাতে, কোনো সদাশয় লোকে ইমৰান হুছেইনৰ পত্নী ফাতেমা খাতুনৰ সন্ধান লাভ কৰিলে ওচৰৰ আৰক্ষী থানা নতুবা 8638294032 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে ৷

লগতে পঢ়কঃ 2022 চনত প্ৰকাশ পাব উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন বহুভাষিক অভিধান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.