ETV Bharat / state

বৰপেটাত ভাৰতীয় ষ্টেট বেংকৰ দুজন কৰ্মচাৰী কৰ’ণাত আক্ৰান্ত

author img

By

Published : May 3, 2021, 7:15 PM IST

ভাৰতীয় ষ্টেট বেংকৰ বৰপেটা শাখাৰ দুজনকৈ কৰ্মচাৰী দেহত ধৰা পৰিছে ক'ভিড-19 ৰ অৱস্থিতি ৷ কৰ্মচাৰী দুজন কৰ’ণাত আক্ৰান্ত হোৱাৰ পিচতে শাখাটো সাময়িকভাৱে বন্ধ কৰি দিছে বেংক কৰ্তৃপক্ষই ৷

two employee state bank of india barpeta branch covid possitive
ভাৰতীয় ষ্টেট বেংকৰ বৰপেটা শাখাৰ দুজনকৈ কৰ্মচাৰী ক'ভিড প'জিটীভ

বৰপেটা,৩ মে': বৰপেটা চহৰত ভয়াৱহ ৰূপত বৃদ্ধি কৰ’ণাৰ সংক্ৰমণ ৷ ভাৰতীয় ষ্টেট বেংকৰ বৰপেটা শাখাৰ দুজনকৈ কৰ্মচাৰীৰ দেহত ধৰা পৰিছে ক'ভিড-19 ৰ অৱস্থিতি ৷ ক'ভিড আক্ৰান্ত বেংক কৰ্মচাৰী দুজন ক্ৰমে দেৱ প্ৰীতম পাল আৰু জ্ঞানেন্দ্ৰ দাস ৷ উল্লেখ্য যে, কৰ্মচাৰী দুজন কৰ’ণাত আক্ৰান্ত হোৱাৰ পিচতে বেংক কৰ্তৃপক্ষই সাময়িকভাৱে বন্ধ কৰি দিছে শাখাটো ৷

ঊৰ্ধতন কৰ্তৃপক্ষৰ নিৰ্দেশ অনুসৰিহে পুনৰ বেংকটো খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব ৷ ইপিনে ২ মে'লৈকে জিলাখনত কৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যা হৈছেগৈ 1,148 গৰাকী ৷ আনহাতে, জিলাখনৰ ১১ জনকৈ লোক কৰ’ণাত আক্ৰান্ত হৈ ইতিমধ্যে মৃত্যু ঘটিছে ৷ দেওবাৰৰ দিনটোত জিলাখনত নতুনকৈ ৩৫ জন লোক কৰ’ণাত আক্ৰান্ত হৈছে ৷

লগতে পঢ়ক: কৰ্ণাটকত অক্সিজেনৰ অভাৱত ২৪ গৰাকী ক'ভিড ৰোগীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.