ETV Bharat / state

বিয়লি 5 বজাৰ সংবাদ শীৰ্ষ - TOP AO AT 5PM

বিয়লি 5 বজাৰ সংবাদ শীৰ্ষ

বিয়লি 3 বজাৰ সংবাদ শীৰ্ষ
বিয়লি 3 বজাৰ সংবাদ শীৰ্ষ
author img

By

Published : Dec 25, 2021, 5:06 PM IST

Updated : Dec 25, 2021, 5:39 PM IST

পুঁজিৰ অভাৱত নিশকতীয়া হৈ পৰিছে উত্তৰ পূব পৰিষদ

কেন্দ্রীয় চৰকাৰে বিগত কিছু বছৰৰ পৰা উত্তৰ-পূব পৰিষদক প্রদান কৰি অহা পুঁজিৰ পৰিমাণ ক্ৰমাৎ হ্রাস কৰি আনিছে (Union government reduces funding to NEC) । যাৰ ফলত এক প্ৰকাৰ নিশকতীয়া হৈ পৰিছে ১৯৭১ চনতে উত্তৰ পূৰ্বাঞ্চলৰ সামগ্রিক উন্নয়নৰ গতি ক্ষিপ্ৰ কৰাৰ বাবে গঠন কৰা পৰিষদখন ।

Omicron tally rises to 415 in India : আক্ৰান্তৰ অধিকাংশৰে সম্পন্ন হৈছিল সম্পূৰ্ণ টীকাকৰণ

ভাৰতত অ'মিক্ৰণত আক্ৰান্তৰ সংখ্যা ৪১৫ গৰাকীলৈ বৃদ্ধি (Omicron tally rises to 415 in India) । আক্ৰান্তসকলৰ এক অধ্যয়নত পোহৰলৈ আহিছে যে, প্ৰায় ৯১ শতাংশ ৰোগীয়ে ইতিমধ্যে গ্ৰহণ কৰিছে ক'ভিডৰ দুয়ো পালি প্ৰতিষেধক । ৭০ শতাংশ আক্ৰান্তৰ দেহত কোনো লক্ষণ নাছিল আৰু ৬১ শতাংশই পুৰুষ ।

Bomb recovered in Jharkhand : ভয়ংকৰ কূটাঘাতৰ পৰা কথমপি ৰক্ষা ঝাৰখণ্ড

ঝাৰখণ্ড আৰক্ষীৰ অভিযানত উদ্ধাৰ বুজন পৰিমানৰ বিস্ফোৰক সামগ্ৰী । ৰাজ্যখনৰ লাতেহাৰ জিলাত উদ্ধাৰ প্ৰায় ২৫ টা টিফিন আৰু কেন বোমা (Tiffin and cane bombs recovered in Jharkhand)। ইতিমধ্যে নিস্ক্ৰিয় কৰা হৈছে বোমাকেইটা ।

Eviction in Laharijan : লাহৰিজানত পুনৰ প্ৰশাসনৰ উচ্ছেদ অভিযান

কাৰ্বি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত পুনৰ প্ৰশাসনে চলালে উচ্ছেদ অভিযান (Eviction in Laharijan)। উচ্ছেদৰ প্ৰথম পৰ্যায় শান্তিপূৰ্ণভাৱে হৈছিল যদিও দ্বিতীয় পৰ্যায়ত উচ্ছেদিত পৰিয়ালৰ চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত প্ৰতিবাদ । প্ৰশাসনৰ লোকৰ সৈতে একাংশ উচ্ছেদিত পৰিয়ালৰ বাদ-বিবাদ ৷

ATASU members joins TAYPA : মৰাণত আটাছুৰ ডেৰ শতাধিক সদস্যৰ টাইপাত যোগদান

বুধবাৰে মৰাণত অনুষ্ঠিত এক কাৰ্যসূচীত টাইপাত যোগদান (ATASU members joins TAYPA) কৰিলে আটাছুৰ ডেৰ শতাধিক সদস্যই ৷ সংগঠনটো শক্তিশালী কৰাৰ উদ্দেশ্যে এই কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷

Omicron infection in India : কেন্দ্ৰই ১০ খনত ৰাজ্যত মোতায়েন কৰিব Multi-disciplinary team

ক্ৰমান্বয়ে ভাৰতত বৃদ্ধি পাইছে ক'ভিডৰ নতুন ভেৰিয়েণ্ট অ'মিক্ৰণৰ সংক্ৰমণ । আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে দেশৰ ১০ ৰাজ্যত Multi-disciplinary team নিয়োজিত কৰাৰ সিদ্ধান্ত লৈছে । শনিবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে সংবাদ বিবৃতিযোগে এই কথা প্ৰকাশ কৰিছে(Centre to deploy multi-disciplinary teams in 10 states) ।

Ludhiana Court Blast : বিস্ফোৰণৰ সৈতে আৰক্ষী জড়িত থকাৰ সন্দেহ DGP ৰ

লুধিয়ানা আদালতৰ বোমা বিস্ফোৰণৰ (Ludhiana court blast) ৰহস্য ফাদিল । বিস্ফোৰণত জড়িত আছিল এজন প্ৰাক্তন আৰক্ষী । বিস্ফোৰণত নিহত হেড কনিষ্টবল গগনদীপ সিঙক ২০১৯ চনত চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছিল ।

Four arrested with fake gold : নকল সোণৰ লেন-দেনেৰে ৰঙাঘৰৰ আলহী চাৰিগৰাকী

নগাঁও আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি নকল সোণ আৰু নগদ ধনৰ সৈতে চাৰিজনকৈ লোকক আটক কৰে (Four arrested with fake gold and cash) ৷ নগাঁৱৰ সমীপৰ কাতিমাৰিত আৰক্ষীয়ে চলাইছিল এই অভিযান ৷ ইয়াৰে তিনিজন লখিমপুৰৰ ক্ৰমে আতিকুৰ ইছলাম, চিৰাজুল ইছলাম, মুছলিম উদ্দিল আৰু আনজন উত্তৰ প্ৰদেশৰ অশোক কুমাৰ বুলি জানিব পৰা গৈছে ৷ সম্প্ৰতি আৰক্ষীয়ে অধিক তথ্য উদঘাটনৰ বাবে জেৰা অব্যাহত ৰাখিছে ৷

মহানগৰীৰ সমীপৱৰ্তী চানডুবিত ছাত্ৰ-ছাত্ৰীৰ স্বচ্ছতা আৰু সজাগতা অভিযান

হাতে হাতে ঝাৰু লৈ পৰ্যটনস্থলী চানডুবি পৰিষ্কাৰ কৰাত লাগিল এদল ছাত্ৰ-ছাত্ৰী(Cleanliness drive in Chandubi tourist spot) । পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ক্ষেত্ৰত স্থানীয় ৰাইজক সজাগ কৰাৰ উদ্দেশ্যেৰে এই স্বচ্ছতা কাৰ্যসূচী গ্ৰহণ কৰে গুৱাহাটী কলেজ অৱ আৰ্কিটেক্সাৰ এণ্ড প্লেনিঙৰ শিক্ষাৰ্থীসকলে ।

Bangladesh ferry tragedy: বাংলাদেশত যাত্ৰীবাহী ফেৰীত অগ্নিকাণ্ড, ৪১ জনৰ মৃত্যু

বাংলাদেশত দপদপকৈ জ্বলিল তিনি মহলীয়া এখন যাত্ৰীবাহী ফেৰী । বিধ্বংসী অগ্নিকাণ্ডই প্ৰাণ কাঢ়িলে ৪১ জন লোকৰ (41 people were killed in Bangladesh ferry incident) । আহত হ'ল প্ৰায় ১৫০ জন যাত্ৰী । ৮০০ গৰাকী যাত্ৰী কঢ়িয়াই নিছিল ফেৰীখনে ।

Last Updated : Dec 25, 2021, 5:39 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.