Tense situation in Shillong: শ্বিলঙত উত্তেজিত জনতাই জ্বলালে আৰক্ষীৰ বাহন
শ্বিলং চহৰৰ মাজ মজিয়াত বৃহস্পতিবাৰে সন্ধিয়া সৃষ্টি হয় অগ্নিগৰ্ভা পৰিস্থিতিৰ (Tense situation in Shillong) ৷ জিৰিকিন্দিঙৰ ঘটনাত নিহত সকলৰক শ্ৰদ্ধাঞ্জলি জনাবলৈ ওলাই আহিছিল সহস্ৰাধিক জনতা ৷ সেই সময়তে উত্তেজিত ৰাইজে আক্ৰমণ কৰে নিৰাপত্তা বাহিনীক (Protesters in Shillong attack security forces)৷
Assam Meghalaya Border Firing: মেঘালয়ৰ ওচৰত শৰণাপন্ন হৈছে অসম চৰকাৰ: এতুৱা মুণ্ডা
অসম-মেঘালয় সীমান্তত সংঘটিত হিংসাত্মক ঘটনা সন্দৰ্ভত এইবাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন বন মন্ত্ৰী এতুৱা মুণ্ডাই (Atuwa Munda reacts on Assam Meghalaya border Firing issue) । দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী পৰ্যায়ৰ কেইবালানি আলোচনা হোৱাৰ পাচতো এনে ধৰণৰ হিংসাত্মক ঘটনা সংঘটিত হোৱাতো দুৰ্ভাগ্যজনক আখ্যা দিছে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে ।
Livestock died in Tezpur: তেজপুৰত বিদ্যুৎস্পৃষ্ট হৈ পশুধনৰ মৃত্যু
তেজপুৰত শোকাৱহ ঘটনা (Livestock died in Tezpur) ৷ বিদ্যুৎস্পৃষ্ট হৈ দুটাকৈ পশুধনৰ মৃত্যু ৷ বনৰীয়া গাহৰি ধৰিবলৈ পতা বৈদ্যুতিক ফান্দত (হাকুতা) পৰিল দুটাকৈ পশুধন ৷
Journalists Threat Case: জম্মু আৰু কাশ্মীৰৰ সাংবাদিকলৈ ভাবুকি, বহুকেইটা স্থানত আৰক্ষীৰ তালাচী
১২ নৱেম্বৰত 'দ্য কাশ্মীৰ ফাইট' ব্লগৰ জৰিয়তে জম্মু আৰু কাশ্মীৰৰ সাংবাদিকসকলক দিয়া ভাবুকিৰ সন্দৰ্ভত ৰুজু হৈছিল গোচৰ ৷ গোচৰৰ ওপৰত ভিত্তি কৰিয়েই এই ঘটনাৰ লগত জড়িতসকলৰ সন্ধানত শ্ৰীনগৰ আৰক্ষীয়ে উপত্যকাটোৰ সাতটাকৈ স্থানত চলালে অভিযান ৷
Mass marriage in Ghaziabad: একেলগে সম্পন্ন হ’ল 3003 খন সামূহিক বিবাহ
এখন নহয় দুখন নহয় । একেলগে 3003 খন বিবাহ । এই বিৰল দৃশ্যপটৰ সাক্ষী হ’ল উত্তৰ প্ৰদেশৰ গাজিয়াবাদ । আয়তীৰ উৰুলি-পুৰোহিতৰ মন্ত্ৰধ্বনিৰে মুখৰিত গাজিয়াবাদৰ আকাশ বতাহ (Social marriage program in Ghaziabad) ৷
Lachit not only a Hindu Veer: কেৱল হিন্দুৰ বাবে যুঁজ দিয়া নাছিল বীৰ লাচিতে: অতুল বৰা
লাচিত বৰফুকনক হিন্দু নেতা সজোৱা সন্দৰ্ভত দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাৰ তীব্ৰ প্ৰতিক্ৰিয়া (MLA Atul Bora on Lachit Barphukan) । আহোম সেনাপতিগৰাকীয়ে অসমত বাস কৰা হিন্দু, খ্ৰীষ্টান, মুছলমান, জৈন, বৌদ্ধ ধৰ্মালম্বী লোকৰ সুৰক্ষাৰ বাবে মোগলৰ বিৰুদ্ধে যুদ্ধ কৰি অসমক সুৰক্ষা প্ৰদান কৰিছিল বুলি উল্লেখ বিধায়কগৰাকীৰ (Lachit Barphukan fought for the security of Assam) ।
Lachit Borphukan 400th Birth Anniversary: বৰলুইতত শৰাইঘাট ৰণৰ নাট্যৰূপ
১৬৭১ চনৰ শৰাইঘাট ৰণ, জাতীয় জীৱনৰ প্ৰেৰণাৰ উৎস । ঐতিহাসিক আমিনগাঁৱৰ আজ্ঞাঠুৰীত মোগলৰ সৈতে মুখামুখি হোৱা আহোম সৈন্যৰ দুৰ্দান্ত সাহস, শৌৰ্য-বীৰ্যৰ সেই স্মৃতি আজিও আছে সজীৱ হৈ । দিল্লীৰ বাদশ্বাহৰ গুৱাহাটী দখলৰ অভিপ্ৰায় বিফল কৰিছিল আহোম সেনাপতি লাচিত বৰফুকনে(Assam’s war hero Lachit Borphukan) ।
Lachit Birth Anniversary: সংকটৰ গৰাহত থকা মোমাইকটা গড়ৰ খবৰ ল'বলৈ আহৰি নাই চৰকাৰৰ
লাচিত জয়ন্তীৰ নামত চৰকাৰে কোটি কোটি টকা খৰচ কৰা দেখা গৈছে (Lachit Divas celebrated in Assam) । কিন্তু পৰিতাপৰ কথা যে মোমাইকটা গড়ৰ সংৰক্ষণ দূৰৈৰ কথা, প্রকৃত মোমাইকটা গড়টোনো ক’ত সেয়াহে আজিলৈকে নির্ণয় নহ'ল (Historical Momai Kota Garh) ।
Conrad Sangma met Amit Shah: মুক্ৰ’ হিংসাৰ চিবিআই তদন্ত বিচাৰি অমিত শ্বাহক অভিযোগ কনৰাড চাংমাৰ
আজি নিশা 8 বজাত অমিত শ্বাহক সাক্ষাৎ কৰে কনৰাড চাংমাই (Conrad Sangma met Amit Shah) ৷ জিৰিকিন্দিঙৰ ঘটনাক লৈ গৃহমন্ত্ৰীৰ ওচৰত ক্ষোভ ব্যক্ত কৰে মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে (Conrad Sangma requested centre for CBI enquiry) ৷
Fire break out in Barpeta: বৰপেটাৰ বৰবিলা গাঁৱত ভয়াৱহ অগ্নিকাণ্ড
বৰপেটাৰ বৰবিলা গাঁৱত বৃহস্পতিবাৰে সন্ধিয়া সংঘটিত হয় ভয়াৱহ অগ্নিকাণ্ড(Massive Fire break out in Barpeta) ৷ বৰবিলা গাঁৱৰ যোগেন শৰ্মা নামৰ এজন লোকৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা । অগ্নিকাণ্ডৰ ফলত বিস্তৰ ক্ষতি সাধন পৰিয়ালটোৰ । ভষ্মীভূত হয় 5 টাকৈ কোঠালি ৷ কৰ্মসূত্ৰে গুৱাহাটীত থাকে যোগেন শৰ্মাৰ পৰিয়াল(Fire at barbila village in Barpeta) ।