ETV Bharat / state

এন আৰ চিত হাজাৰ-হাজাৰ ভুৱা আপত্তি, সহস্ৰাধিকক হাৰাশাস্তি

জনিয়া সমষ্টিৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত এন আৰ চিৰ শুনানি উপস্থিত নহ'ল এজনো আপত্তিকাৰী৷

author img

By

Published : May 10, 2019, 3:48 PM IST

এন আৰ চিত হাজাৰ-হাজাৰ ভুৱা আপত্তি, সহস্ৰাধিকক হাৰাশাস্তি

জনিয়া, 10 মে' : সোমবাৰৰ পৰা ৰাজ্যত আৰম্ভ হৈছে এন আৰ চিৰ শুনানি প্ৰক্ৰিয়া৷ কিন্তু অধিকাংশৰ অভিযোগ জনসাধাৰণক হাৰাশাস্তি কৰাৰ লক্ষ্যৰে চৰকাৰে চলনাৰে দাখিল কৰিছে হাজাৰ-হাজাৰ আপত্তি৷

কলগাছিয়াৰ দুটা এন আৰ চি শুনানি কেন্দ্ৰত বৃহস্পতিবাৰে উপস্থিত নাথাকিল কোনো এজনো আপত্তিকাৰী ৷ আপত্তিকাৰীৰ অনুপস্থিতিত শুনানিৰ বাবে যোৱা ৰাইজৰ মাজত ভীষণ হাৰাশাস্তিৰ সন্মুখীন হয় ৷ এন আৰ চি কেন্দ্ৰত আপত্তিকাৰীৰ পৰিচয় পত্ৰ আবেদনৰ লগত গাঁঠি নিদিলে আবেদন পত্ৰ গ্ৰহণ কৰা নহয় যদিও, আধৰুৱা আবেদন আৰু আপত্তিকাৰীৰ পৰিচয় পত্ৰ অবিহনেই শুনানিলৈ মাতি হাৰাশাস্তি কৰাৰ অভিযোগ তুলিছে ভুক্তভোগীয়ে৷ ভুক্তভোগীয়ে অনুপস্থিত আপত্তিকাৰীৰ বিৰুদ্ধে ক্ষোভিত হৈ অভিযোগ দাখিল কৰিব বিচাৰে যদিও ভুক্তভোগীৰ অভিযোগ শুনাৰ পৰা বিৰত থাকে এন আৰ চিৰ বিষয়া-কৰ্মী৷

উল্লেখ্য যে, বৰনগৰ অঞ্চলৰ সহিজুল ইছলাম, ৰাহুল আৰু মনিশা নামৰ তিনিজনকৈ নাগৰিকৰ বিৰুদ্ধে হিমাংশু ডেকা আৰু অঞ্জন কলিতা নামৰ দুই অজ্ঞাত ব্যক্তিয়ে নথি পত্ৰ বৈধ নহয় বুলি আপত্তি দৰ্শাইছিল৷ কিন্তু শুনানি পৰ্বত কোনো এজন আপত্তিকাৰীয়েই উপস্থিত নথকাত হাৰাশাস্তিৰ সন্মুখীন হয় ভুক্তভোগী লোক তিনিজন৷

Intro:slug: as_jania_10may_nrc_hearing_vis2+byt2+pho2_asc10058

জনিয়া, ১০ মে: জনিয়া সমষ্টিৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত এন আৰ চিৰ শুনানি উপস্থিত নহল এজনো আপত্তিকাৰী। এন আৰ চিত হাজাৰ-হাজাৰ ভুৱা আপত্তি, সহস্ৰাধিকক হাৰাশাস্তি।Body:slug: as_jania_10may_nrc_hearing_vis2+byt2+pho2_asc10058

ৰাজ্যত এন আৰ চিৰ আপত্তি সমূহৰ নিষ্পত্তি পৰ্ব কেইদিন ধৰি আৰম্ভ হৈছে। ভুক্তভুগি সকলৰ অভিযোগ যে হাৰাশাস্তি কৰাৰ বাবেই দাখিল কৰা হৈছে হাজাৰ হাজাৰ আপত্তি। কলগাছিয়াত দুটা শুনানি কেন্দ্ৰত আপত্তিৰ শুনানিত কোনো এজন আপত্তিকাৰীয়েই নাথাকিল উপস্থিত। ভুক্তভোগীৰ মাজত ক্ষোভ। নিয়মমতে আপত্তিকাৰীৰ পৰিচয় পত্ৰ আবেদনৰ লগত গাঁঠি নিদিলে আৰু আধা পূৰণ কৰা আবেদন পত্ৰ গ্ৰহণ কৰা নহয় যদিও, আধৰুৱা আবেদন আৰু আৱদেনকাৰীৰ পৰিচয় পত্ৰ অবিহনেই শুনানিলৈ মাতি হাৰাশাস্তি কৰাৰ অভিযোগ তুলিছে ভুক্তভোগীয়ে। ভুক্তভোগীয়ে ভুৱা আপত্তিকাৰীৰ বিৰুদ্ধে অভিযোগ দাখিলৰ বাবে তেওঁলোকৰ ঠিকনা বিচৰাতো প্ৰদান কৰা নাই হিয়াৰিংকাৰী বিষয়াই। উল্লেখ্য যে, বৰনগৰ অঞ্চলৰ সহিজুল ইছলাম, ৰাহুল আৰু মনিশাৰ ওপৰত হিমাংশু ডেকা আৰু অঞ্জন কলিতা নামৰ অজ্ঞাত ব্যক্তিয়ে নথি পত্ৰ বৈধ নহয় বুলি আপত্তি দৰ্শোৱাৰ ফলত লোক সকলে কলগাছিয়া নাৱজ্যোতি মহাবিদ্যালয়ত আহিছিল। কিন্তু আপত্তিকাৰী উপস্থিত নথকাত হাৰাশাস্থীৰ সন্মুখীন হবলগীয়াত আক্ষেপ প্ৰকাশ কৰে ভুক্তভোগীয়ে।Conclusion:slug: as_jania_10may_nrc_hearing_vis2+byt2+pho2_asc10058

বাইট: ভুক্তভোগী সকল।

স্বফিকুল হাছান, জনিয়া।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.