ETV Bharat / state

বৰপেটাত নিৰ্বাচনী পোষ্টাৰ লগোৱাক লৈ দুই দলৰ সমৰ্থকৰ মাজত উত্তেজনা - বৰপেটা সদৰ আৰক্ষী চকী

বৰপেটাত নিৰ্বাচনী পোষ্টাৰ লগোৱাক লৈ দুই দলৰ সমৰ্থকৰ মাজত উত্তেজনা ৷ ঘটনা সন্দৰ্ভত বৰপেটা সদৰ আৰক্ষী চকীত এজেহাৰ দাখিল কংগ্ৰেছৰ ৷

বৰপেটাত নিৰ্বাচনী পোষ্টাৰ লগোৱাক লৈ দুই দলৰ সমৰ্থকৰ মাজত উত্তেজনা
author img

By

Published : Apr 13, 2019, 11:03 PM IST

বৰপেটা,13 এপ্ৰিল : ৬ নং বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত ৪৪ নং জনীয়া বিধানসভা সমষ্টিত দলীয় পোষ্টাৰ লগোৱাক লৈ উত্তেজনা ৷ অভিযোগ অনুসৰি, কংগ্ৰেছ কৰ্মীসকলে সমষ্টিটোৰ বিভিন্ন অঞ্চলত দলীয় মনোনীত প্ৰাৰ্থী আব্দুল খালেকৰ হৈ নিৰ্বাচনী পোষ্টাৰ লগায় ৷ কিন্তু পোষ্টাৰ লগোৱাৰ কিছু মহূৰ্তৰ পাচতেই একাংশ এ আই ইউ ডি এফ কৰ্মীয়ে সেই পোষ্টাৰ ফালি পেলায় ৷ কংগ্ৰেছ কৰ্মীৰ অভিযোগ একাংশ এ আই ইউ ডি এফ কৰ্মীয়ে কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকৰ জয়ৰ উমান পাই হিংসাত্মক পৰিৱেশৰ সৃষ্টি কৰিব বিছাৰিছে ৷ ঘটনা সন্দৰ্ভত ইতিমধ্যে বৰপেটা সদৰ আৰক্ষী চকীত এজেহাৰ দাখিল কৰিছে সক্ৰীয় কংগ্ৰেছ কৰ্মী তথা প্ৰাক্তন আঞ্চলিক সদস্য ৰফিকুল ইছলামে ৷

Slug: A_BAR_13APR_809TO811_Tension_at_Kadong_over_demolition_of_poster_VIS+BITE_BAPKAN_DAS

কাদঙত পষ্টাৰ ফলাক কেন্দ্ৰ কৰি চেপা উত্তেজনা, থানাত এজাহাৰ দাখিল।

বৰপেটা ১৩ এপ্ৰিল : ৬ নং বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত ৪৪ নং জনীয়া বিধানসভা সমষ্টিৰ কাদঙ গাওঁ পঞ্চায়ত এলেকাধীন কংগ্ৰেছ কৰ্মী সকলে বিভিন্ন ঠাইত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী আব্দুল খালেকৰ নিৰ্বাচনী প্ৰচাৰৰ পষ্টাৰ লগাই। কংগ্ৰেছ কৰ্মী সকলে দাবী কৰা অনুসৰি কংগ্ৰেছৰ পষ্টাৰ লগাই যোৱাৰ পাছতেই একাংশ এ আই ইউ ডি এফৰ কৰ্মীয়ে কংগ্ৰেছৰ পষ্টাৰ ফালি পেলাই দি ইউ ডি এফ পষ্টাৰ লগাইছে। কংগ্ৰেছ কৰ্মী সকলে কয় যে, আব্দুল খালেকৰ বিজয় নিশ্চিত দেখি হিতাহিত জ্ঞান হেৰুৱাই এটা হিংসাময় পৰিবেশ সৃষ্টি কৰিবলৈ ইউ ডি এফৰ তৰফৰ পৰা উঠি পৰি লাগিছে। এই ঘটনাত স্বাভাৱিকতে সমগ্ৰ কাদঙতে চেপা উত্তেজনা বিৰাজ কৰা দেখা গৈছে। ঘটনা সন্দৰ্ভত কাদঙৰ সক্ৰীয় কংগ্ৰেছ কৰ্মী তথা প্ৰাক্তন আঞ্চলিক সদস্য ৰফিকুল ইছলামে বৰপেটা সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। অৱশ্যে আৰক্ষীৰ তদন্তৰ পাছতহে গম পোৱা যাব আচল ৰহস্য কি।
বাইট: কংগ্ৰেছ কৰ্মী।                                                                           
--- বাপকন দাস, বৰপেটা                                                              
ফুটেজ আৰু বাইট ftpত পঠোৱা হৈছে ৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.