ETV Bharat / state

সুন্দৰীদিয়া সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ জগন্নাথ অধিকাৰীৰ বিয়োগ

author img

By

Published : Mar 5, 2022, 12:01 PM IST

জগন্নাথ অধিকাৰীয়ে সুন্দৰীদিয়া সত্ৰখনৰ ডেকা সত্ৰাধিকাৰ হিচাপে সেৱা আগবঢ়াৱোৰ পিচত ২০১৬ চনত বুঢ়া সত্ৰাধিকাৰৰ দায়িত্ব অৰ্পণ কৰা হৈছিল (Sundaridiya Satra Burha Satradhikar Jagannath Adhikari) ৷

Sundaridiya Satra Burha Satradhikar Jagannath Adhikari took his last Breath
সুন্দৰীদিয়া সত্ৰৰ বুঢ়াসত্ৰাধিকাৰ জগন্নাথ অধিকাৰীৰ বিয়োগ

বৰপেটা, ৫ মাৰ্চ : বৰপেটাৰ সুন্দৰীদিয়া সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ জগন্নাথ অধিকাৰীয়ে শুকুৰবাৰে নিশা ইহলীলা সম্বৰণ কৰে (Burha Satradhikar Jagannath Adhikari took his last Breath) ৷ সত্ৰীয়া সংস্কৃতিৰ সাধকগৰাকীৰ নিশা প্ৰায় ১১ বজাত চিকিৎসাধীন অৱস্থাত গুৱাহাটীৰ লাচিত নগৰত মৃত্যু হয় ৷

মৃত্যুৰ সময়ত বুঢ়া সত্ৰাধিকাৰ বাপজনাৰ বয়স হৈছিল প্ৰায় ৭২ বছৰ ৷ সত্ৰাধিকাৰ বাপজনাৰ মৃত্যুত সত্ৰনগৰী বৰপেটাৰ লগতে সমগ্ৰ ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে ৷

সুন্দৰীদিয়া সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ জগন্নাথ অধিকাৰীৰ বিয়োগ

জগন্নাথ অধিকাৰীয়ে সুন্দৰীদিয়া সত্ৰখনৰ ডেকা সত্ৰাধিকাৰ হিচাপে সেৱা আগবঢ়াৱোৰ পিচত ২০১৬ চনত বুঢ়া সত্ৰাধিকাৰৰ দায়িত্ব(Sundaridiya Satra Burha Satradhikar Jagannath Adhikari) অৰ্পণ কৰা হৈছিল ৷

দীৰ্ঘকাল সত্ৰীয়া সংস্কৃতিৰে জৰিত জগন্নাথ অধিকাৰী অসম জাতীয় মহাসভাৰ কাৰ্যকৰী সভাপতি, অসম সত্ৰ মহাসভাৰ বৰপেটা জিলা সমিতিৰ সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল ৷ মৃত্যুৰ সময়ত তেওঁ পত্নী, পুত্ৰৰ লগতে বহু আত্মীয়-স্বজনক এৰি থৈ যায় ৷

লগতে পঢ়ক : অসুস্থ এন এছ চি এনৰ মুৰব্বী থুইংগালেং মুইভা

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.