ETV Bharat / state

মানাহৰ বাঁহবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা: নিহত এজন

বাঁ‌হবাৰী বজাৰত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ টাটা মেজিক আৰু পালচাৰ বাইকৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত নিহত এজন ৷

author img

By

Published : Nov 17, 2020, 6:18 PM IST

as_bar_road_accident_at_manah_img_AS10030
মানাহৰ বাঁহবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা: নিহত এজন

বৰপেটাৰোড,17 নৱেম্বৰ : মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ টাটা মেজিক আৰু পালচাৰ বাইকৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত নিহত এজন ৷ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা বাঁ‌হবাৰী বজাৰত সংঘটিত হয় দুৰ্ঘটনাটো ৷ AS-25BC-6642 নম্বৰৰ Tata মেজিক আৰু AS-15Q-3427 নম্বৰৰ পালচাৰ বাইকৰ মুখামুখি সংঘৰ্ষৰ ফলত লংকু দাস নামৰ এজন যুৱক নিহত হয় ৷

ইতিমধ্যে দুৰ্ঘটনাস্থলীত বাঁ‌হবাৰী আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷ দুৰ্ঘটনাত নিহত বাইক আৰোহী লংকু দাস গিয়াতি গাঁৱৰ গিৰীশ দাসৰ পুত্ৰ বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: এদিনীয়া কাৰ্যসূচীৰে ৰঙিয়াত অনুষ্ঠিত হ'ব ৰাস মহোৎসৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.