বৰপেটা, 11 চেপ্টেম্বৰঃ
- বৰপেটাৰ হাউলীত ভয়ংকৰ পথ দুৰ্ঘটনা
- দুৰ্ঘটনাত থিতাতে নিহত সংগল বড়ো নামৰ এজন মটৰ চাইকেল আৰোহী
- মটৰ চাইকেলত থকা আন এগৰাকী মহিলা গুৰুত্বৰভাৱে আহত
- তীব্ৰ বেগী এল্টো গাড়ীৰে মটৰ চাইকেল খনত খুন্দা মৰাৰ ফলত পথৰ ওপৰত ছিটিকি পৰে মটৰ চাইকেল আৰোহী দুগৰাকী
- তাৰ পাছতেই AS - 14C - 9051 নম্বৰৰ এখন তীব্ৰ বেগী ডাম্পাৰ লোকজনৰ মূৰৰ ওপৰেৰে পাৰ হৈ যোৱাত মৃত্যু হয় লোক জনৰ
- দুৰ্ঘটনাস্থলীত হাউলী আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে
- আনহাতে দুৰ্ঘটনাত আহত মহিলা গৰাকীক সংকটজনক অৱস্থাত বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতাললৈ প্ৰেৰণ কৰা হয়