ETV Bharat / state

বজালীৰ তিনিখন মহাবিদ্যালয়ত প্ৰচাৰ চলালে "টিম ৰত্নাকৰে"

author img

By

Published : Sep 30, 2019, 11:26 PM IST

প্ৰায় এমাহ ধৰি অসমৰ ভিন্ন প্ৰান্তত প্ৰচাৰ চলোৱা পাচত সোমবাৰে পাঠশালাৰ পাটাছাৰকুছি নিৰ্ম্মল হালৈ মহাবিদ্যালয়, পাঠশালাৰ কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজ, আৰু আনন্দৰাম বৰুৱা একাডেমিত প্ৰচাৰ চলায় ৰত্নাকৰ টীমে ৷

বজালীৰ তিনিখন মহাবিদ্যালয়ত উপস্থিত 'ৰত্নাকৰ'

পাঠশালা, ৩০ ছেপ্টেম্বৰঃ চমু চাপিছে 'ৰত্নাকৰ'ৰ মুক্তিৰ দিন ৷ 11 অক্টোবৰত মুক্তি পাবলগীয়া ছবিখনৰ প্ৰচাৰত বৰ্তমান ব্যস্ত হৈ পৰিছে ছবিখনৰ সমূহ কলা-কুশলী ৷ প্ৰায় এমাহ ধৰি অসমৰ ভিন্ন প্ৰান্তত প্ৰচাৰ চলোৱা পাচত সোমবাৰে পাঠশালাৰ পাটাছাৰকুছি নিৰ্মল হালৈ মহাবিদ্যালয়, পাঠশালাৰ কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজ, আৰু আনন্দৰাম বৰুৱা একাডেমিত প্ৰচাৰ চলায় ৰত্নাকৰ টীমে ৷ প্ৰচাৰ অভিযানত পাঠশালাক লৈ নষ্টালজিক হৈ পৰিল ছবিখনৰ অভিনেত্ৰী নিশিতা গোস্বামী ৷ দীনবন্ধু ছবিৰ 'কৰ এজাক সপোণ যেন বৰষুন গীটতিৰ স্মৃতি ৰোমন্থন কৰিলে অভিনেত্ৰী গৰাকীয়ে ৷ আনহাতে,পাঠশালাক শিক্ষা নগৰী বুলি মন্তব্য কৰি পাঠশালাৰ গুনানুকীৰ্তনত পঞ্চমুখ হ'ল যতীন বৰা, নৱনীতা বৰা আৰু নিশিতা গোস্বামী ৷

Intro:Pathsala ratnakar

বজালী ৰ তিনিখন মহাবিদ্যালয়ত ৰত্নাকৰৰ প্ৰচাৰ অভিযান llBody:Pathsala Ratnakar

পাঠশালা, ৩০ চেপ্তেম্বৰ: পাটাছাৰকুছি নিৰ্ম্মল হালৈ মহাবিদ্যালয়, পাঠশালা ৰ কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজ, অাৰু anandaram barua academy ত প্ৰচাৰ অভিযান ll

পাঠশালা ক লৈ নষ্টালজিক নিশিতা গোস্বামী এ স্মৃতি ৰোমন্থন কৰি গালে দীনবন্ধু ছবিৰ কৰ এজাক সপোণ জেন বৰষুন গাণ তো ll

পাঠশালাক শিক্ষা নগৰী গুনানুকীৰ্তনৰে যতীন বৰা, নৱনীতা বৰা অাৰু নিশিতা গোস্বামীৰ মধুৰ অভিব্যক্তি ll

কৃষ্ণকান্ত সন্দিকৈ অাৰু আনন্দৰাম বৰুৱা একাডেমীৰ ছাত্ৰ ছাত্ৰী অাৰু পাঠশালা ক লৈ ৰত্নাকৰ পৰিয়াল আশাবাদী l

Conclusion:
Byte - jatin বৰা
Byte - nishita গোস্বামী
Byte - নবনিতা বৰা
ভিডিঅ'-৫
ফটো-১

ডিম্পল তালুকদাৰ
পাটাছাৰকুছি সমষ্টি।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.