ETV Bharat / state

মক্কাত কৃত্ৰিম বানৰ সন্মুখীন হজযাত্ৰী - মক্কাত বৰষুণ news

মক্কাত যোৱা দুদিন ধৰি নেৰানেপেৰাকৈ হোৱা বৰষুণৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বানৰ মাজতো হজযাত্ৰী সকলে সম্পন্ন কৰে হজৰ কাম

মক্কাৰ কৃত্ৰিম বানৰ সন্মুখীন হজযাত্ৰী
author img

By

Published : Aug 14, 2019, 9:41 PM IST

জনীয়া, 14 জুলাই : মক্কাত যোৱা দুদিন ধৰি নেৰানেপেৰাকৈ হোৱা বৰষুণৰ ফলত কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে । মিনাৰ ৰাস্তা- ঘাটৰ কোনো কোনো ঠাইত একাঠু পানী হোৱাত যাতায়তৰ ক্ষেত্ৰত বিশ্বৰ লাখ লাখ হজযাত্ৰী সামান্য অসুবিধাত পৰে যদিও শান্তি পূৰ্ণভাৱে সম্পন্ন হয় হজৰ কাম । এইক্ষেত্ৰত মুম্বাইৰ আল আমিনা ওমৰা হজ ট্ৰেভেলছৰ অসম ৰাজ্যিক কমিটিৰ তৰফৰ পৰা সহায় কৰাৰ ব্যৱস্থা কৰা হৈছে অসমৰ হজযাত্ৰী সকলক । যোৱা ৯ আগষ্টৰ পৰা ৫ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা হজব্ৰত পালনৰ আজি অন্তিম দিনাও বৰষুনক নেওচি চয়তানক শিল নিক্ষেপ কৰা পৰিলক্ষিত হয় ৷ বৰষুণ আৰু কৃত্ৰিম বানপানীৰ মাজতো অসমৰ আটাইকেইজন হজযাত্ৰী সংকট মুক্ত বুলি জানিব পৰা গৈছে । লগতে জানিব পৰা গৈছে অসমৰ প্ৰথমটো হজযাত্ৰীৰ দল মক্কাৰ জেদ্দা বিমানবন্দৰৰ পৰা অহা ১৭ আগষ্টত ৰাওনা হব গুৱাহাটী অভিমুখে ।

Intro:slug: as_jania_14aug_rain_in_mina_makkah_vis3+byt1+pho1_spl_pkg_story_asc10058

Anchor : মক্কাত যোৱা দুদিন ধৰি নেৰানেপেৰাকৈ হোৱা বৰষুণৰ ফলত কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে।Body:slug: as_jania_14aug_rain_in_mina_makkah_vis3+byt1+pho1_spl_pkg_story_asc10058

VO-1: মিনাৰ ৰাস্তা- ঘাটৰ কোনো কোনো ঠাইত একাঠু পানী হোৱাত যাতায়তৰ ক্ষেত্ৰত বিশ্বৰ লাখ লাখ হজযাত্ৰী সামান্য অসুবিধাত পৰে যদিও শান্তি পূৰ্ণভাৱে হজৰ কাম সম্পন্ন কৰে। এইক্ষেত্ৰত অসমৰ হজযাত্ৰী সকলক সহায় কৰাৰ বাবে মুম্বাইৰ আল আমিনা ওমৰা হজ ট্ৰেভেলছৰ অসম ৰাজ্যিক কমিটিৰ তৰফৰ পৰা অসমৰ হজযাত্ৰীক সহায় কৰাৰ ব্যৱস্থা কৰা হৈছে। যোৱা ৯ আগষ্টৰ পৰা ৫ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা হজব্ৰত পালনৰ আজি অন্তিম দিনাও বৰষুনক নেওচি চয়তানক শিল নিক্ষেপ কৰা পৰিলক্ষিত হৈছে । বৰষুণত তিতি তিতি হজ কৰাৰ বাবে মক্কাত শ শ হজযাত্ৰী জ্বৰ, কপ-কাহ, শৰদি আদি বেমাৰত ভূগিবলগীয়া হৈছে যদিও অসমৰ আটাইকেইজন হজযাত্ৰী সংকটম বুলি জানিব পৰা গৈছে।জানিব পৰা মতে অসমৰ প্ৰথমটো হজযাত্ৰীৰ দল মক্কাৰ জেদ্দা বিমানবন্দৰৰ পৰা অহা ১৭ আগষ্টত গুৱাহাটী অভিমুখে ৰাওনা হব। Conclusion:slug: as_jania_14aug_rain_in_mina_makkah_vis3+byt1+pho1_spl_pkg_story_asc10058

Byte : হজযাত্ৰীৰ মন্তব্য।

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.