পাঠশালা, 12 চেপ্টেম্বৰঃ বৰপেটাৰ পাঠশালাত জিলা উপায়ুক্তৰে সাংবাদিকৰ অন্তৰংগ অনুষ্ঠান ৷ গীত মাত, কবিতাৰে জীপাল সন্ধিয়া ৷ বুধবাৰে বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত পাঠশালাৰ আতিথ্য প্ৰেক্ষাগৃহত জিলা উপায়ুক্ত আৰু বজালীৰ সাংবাদিক সকলৰ মাজত অনুষ্ঠিত হয় এই অনুষ্ঠান ৷ বৰপেটাৰ জনসংযোগ বিষয়া বিকাশ শৰ্মাৰ তৎপৰতাত হোৱা অনুষ্ঠানত জিলা উপায়ুক্তই উপস্থিত প্ৰতিগৰাকী সাংবাদিকক গামোছাৰে সম্ভাষণ জনায় ৷ অনুষ্ঠানত জিলা উপায়ুক্তই নিজে ভূপেন হাজৰিকাৰ গীত পৰিৱেশন কৰাৰ লগতে সাংবাদিকসকলেও গীত মাত কবিতাৰে অনুষ্ঠান জীপাল কৰি তোলে ৷
পাঠশালাত জিলা উপায়ুক্তৰে সাংবাদিকৰ অন্তৰংগ অনুষ্ঠান - জনসংযোগ বিষয়া
বৰপেটাৰ পাঠশালাত জিলা উপায়ুক্তৰে সাংবাদিকৰ অন্তৰংগ অনুষ্ঠান ৷ গীত মাত, কবিতাৰে জীপাল সন্ধিয়া ৷ বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত পাঠশালাৰ আতিথ্য প্ৰেক্ষাগৃহত জিলা উপায়ুক্ত আৰু বজালীৰ সাংবাদিক সকলৰ মাজত অনুষ্ঠিত হয় এই অনুষ্ঠান ৷
পাঠশালা, 12 চেপ্টেম্বৰঃ বৰপেটাৰ পাঠশালাত জিলা উপায়ুক্তৰে সাংবাদিকৰ অন্তৰংগ অনুষ্ঠান ৷ গীত মাত, কবিতাৰে জীপাল সন্ধিয়া ৷ বুধবাৰে বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত পাঠশালাৰ আতিথ্য প্ৰেক্ষাগৃহত জিলা উপায়ুক্ত আৰু বজালীৰ সাংবাদিক সকলৰ মাজত অনুষ্ঠিত হয় এই অনুষ্ঠান ৷ বৰপেটাৰ জনসংযোগ বিষয়া বিকাশ শৰ্মাৰ তৎপৰতাত হোৱা অনুষ্ঠানত জিলা উপায়ুক্তই উপস্থিত প্ৰতিগৰাকী সাংবাদিকক গামোছাৰে সম্ভাষণ জনায় ৷ অনুষ্ঠানত জিলা উপায়ুক্তই নিজে ভূপেন হাজৰিকাৰ গীত পৰিৱেশন কৰাৰ লগতে সাংবাদিকসকলেও গীত মাত কবিতাৰে অনুষ্ঠান জীপাল কৰি তোলে ৷
বৰপেটা জিলা প্ৰশাসনৰ অভিনৱ পদক্ষেপ ll
পাঠশালা ত জিলা উপায়ুক্ত ৰে সাংবাদিকৰ অন্তৰংগ অনুষ্ঠান ll
গীত মাত, কবিতা আবৃত্তি ৰে জীপাল অনুষ্ঠান ll
Body:Pathsala Reporters meet
পাঠশালা, ১২ ছেপ্টেম্বৰ: পাঠশালাৰ আতিথ্যৰ প্ৰেক্ষাগৃহতত কালি নিশা বৰপেটা জিলা উপায়ুক্ত অাৰু বজালী ৰ সাংবাদিক সমূহৰ মাজত এক অন্তৰংগ অনুষ্ঠান সম্পন্ন হৈ যায় l বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত হৈ যোৱা উক্ত অনুষ্ঠান ত পাঠশালা প্ৰেছ গিল্ড, পাঠশালা প্ৰেছ ক্লাৱ অাৰু পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ সাংবাদিক সকলে অংশগ্ৰহন কৰে l বৰপেটা জনসংযোগ বিষয়া বিকাশ শৰ্মাৰ ততপৰতা ত হোৱা উক্ত অনুষ্ঠান ত জিলা উপায়ুক্ত ৰ দ্বাৰা উপস্থিত প্ৰতিগৰাকী সাংবাদিক ক উপায়ুক্ত গৰাকীএ গামোছাৰে সম্ভাষণ জনায় l অনুষ্ঠান ত গীত মাত অাৰু কবিতাৰ সমাহাৰ ঘটে ll অনুষ্ঠান ত জিলা উপায়ুক্ত ই নিজে ভূপেন হাজৰিকা ৰ সংগীত পৰিবেশন কৰাৰ উপৰি কন্ঠ শিল্পী জিতেন শৰ্মাৰ সংগীত পৰিবেশনে অনুষ্ঠান মধুময় কৰি তোলে ll আনহাতে সাংবাদিক সকলেও অনুষ্ঠানত গীত মাত অাৰু কবিতা আবৃত্তি ৰে অনুষ্ঠান ৰসাল কৰি তোলে lউল্লেখ্য যে বিগত সময়চোৱাত কোনো এগৰাকী জিলা উপায়ুক্তই পাঠশালাত সাংবাদিক ৰ সতে এনে অনুষ্ঠান আয়োজন কৰা নাছিল যাৰ বাবে বজালীৰ সমূহ সাংবাদিকে উপায়ুক্ত গৰাকীক লগতে জনসংযোগ বিষয়া বিকাশ শৰ্মা ক ভৰপূৰ আদৰণি জনায় l
Conclusion:ভিডিঅ'-৩
ফটো-১
ডিম্পল তালুকদাৰ
পাটাছাৰকুছি সমষ্টি।