ETV Bharat / state

পেট্ৰ’পণ্যৰ মূল্য হ্ৰাস; আংশিক সকাহ ৰাইজলৈ - মূল্য হ্ৰাস পেট্ৰল আৰু ডিজেলৰ

আকাশলংঘী মূল্য বৃদ্ধিয়ে সৰ্বসাধাৰণ জনতাক কোঙা কৰি পেলোৱাৰ সময়তে চৰকাৰৰ দৰদ ৰাজ্যবাসীলৈ ৷ আংশিক হ্ৰাস পেট্ৰ’পণ্যৰ মূল্য

price-reduction-of-petrol-and-diesel
মূল্য হ্ৰাস পেট্ৰল আৰু ডিজেলৰ
author img

By

Published : Nov 4, 2021, 7:30 PM IST

কলগাছিয়া, 4 নৱেম্বৰ : পেট্ৰ’ল-ডিজেলৰ মূল্য হ্ৰাসে দীপাৱলীৰ সময়ত কিছু পৰিমাণে হ’লেও সকাহ দিছে অসমবাসীক ৷ কলগাছিয়াতো পেট্ৰ’ল-ডিজেলৰ মূল্য হ্ৰাস ৷ কেন্দ্ৰীয় চৰকাৰৰ লগতে অসম চৰকাৰেও সাধাৰণ জনতাৰ বাবে পেট্ৰBল ডিজেলৰ মূল্য হ্ৰাস কৰিছে ৷ পেট্ৰ’লৰ দাম ১২ টকা আৰু ডিজেলৰ দাম ১৭ টকা লৈ হ্ৰাস পাইছে অসমত ৷

সম্প্ৰতি অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধিয়ে সাধাৰণ জনতাক মাধমাৰ শোধাই আহিছে ৷ ঠিক তেনে সময়তে কোঙা কৰি পেলোৱা সাধাৰণ জনতাক পেট্ৰ’ল-ডিজেলৰ ক্ষেত্ৰত ৰেহাই দি চৰকাৰে এক নাটকীয় ভূমিকা পালন কৰিছে ৷ ৰাইজে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য হ্ৰাসৰ বাবেও চৰকাৰক আহ্বান জনাইছে ৷

লগতে পঢ়কঃ কালী পূজাৰ প্ৰাকক্ষণত নাহৰকটীয়াৰ কালী মন্দিৰত চুৰিকাণ্ড

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.